• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

3 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

4 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

5 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

6 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

7 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

8 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

8 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

8 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

9 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

10 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

10 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

editor by editor
February 2, 2023
in অসম, ৰাজনীতি
0
মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…
0
SHARES
329
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
২০২৩-২৪ চনৰ বাজেটখন‌ অমৃত কালৰ প্ৰথমখন বাজেট।
৭ টা স্তম্ভৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছিল এই বিশেষ বাজেট
কৃষক, মহিলা‌ ,যুৱক অনুসুচীত জনজাতীয় লোকৰ বাবে এই বিশেষ বাজেট
৫০০ খন Aspirational district ব্লক হ’ব।
PGTG যোজনাৰ জড়িয়তে ১৫০০ কোটি টকা জনজাতীয় লোকৰ বাবে ধাৰ্য্য হৈছে
Interest free loan শিতানত ১ লাখ ৩০ হাজাৰ কোটি টকা ৰখা হৈছে
৫০০০ কোটি টকা ৰাজপথৰ নিৰ্মাণৰ বাবে ৰখা হৈছে
যুৱশক্তিৰ ওপৰত দিয়া হৈছে বিশেষ গুৰুত্ব দিয়া হৈছে এই বাজেটত
দক্ষতা বিকাশৰ ওপৰত দিয়া হৈছে বিশেষ গুৰুত্ব
প্ৰতিৰক্ষাৰ দিশত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে
প্ৰধানমন্ত্ৰীৰ আৱাশ যোজনাৰ ধন ৰাশি ৭৯৫০০ কোটি টকালৈকে বৃদ্ধি কৰা হৈছে
২০ লাখ কোটি টকা কৃষিৰ বাবে ধাৰ্য্য কৰা হৈছে
ৰাষ্ট্ৰীয় পৰ্যায়ত ডিজিটেল লাইব্ৰেৰীৰ আৰু ৰাজ্য পৰ্যায়ত ফিজিকেল লাইব্ৰেৰীৰ ব্যৱস্থা কৰা হৈছে
১১.৪ কোটি টকা কৃষকক এই আচঁনিৰ জড়িয়তে অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে
উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৭৮ হাজাৰ ৫০০ কোটি বিশেষ ভাৱে প্ৰদান কৰা হৈছে।
প্ৰতি মাহে কেন্দ্ৰৰ পৰা আৱন্তণ কৰাৰ ধণৰ উপৰিও ৬৫০০ কোটি টকা অতিৰিক্ত ভাৱে প্ৰদান কৰা হৈছে।
পঞ্চায়ত আৰু পৌৰসভা ই বিশেষ ভাৱে লাভাৱান্বিত হ’ব এই বাজেটৰ জড়িয়তে
আটাইতকৈ লাভ ১লাখ৩৭ হাজাৰ টকা intrest free capital loan টকা প্ৰদান‌ কৰা হৈছে পূৰ্বৰ তুলনাত ৩৭% বেছিকৈ প্ৰদান কৰা হৈছে।
প্ৰত্যক্ষ ভাৱে ১০ হাজাৰ কোটি টকা বেছিকৈ লাভ কৰিব ৰাজ্য চৰকাৰে।
৩য় আৰু ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীৰৰ বাবে বৃহৎ সকাহ এই বাজেটৰ পৰা আয়কৰ ধন দিয়াৰ পৰা বিৰত থাকিব
নিম্ন মধ্যবিত্তৰ বাবে এইখন বাজেটে সকাহ দিব
টকা ধাৰ্য্য কৰা টকা ৰাজ্যলৈ নহা এইবোৰ ১০ বছৰৰ আগৰ কথা । এতিয়া সলনি হৈছে প্ৰতিমাহৰ ১০ তাৰিখে ১২ ভাগ কৰি ৰাজ্য চৰকাৰক দিয়া হয়। সেইকাৰণে অৰুণোদয়ৰ ধন ১০ তাৰিখেই দিয়া হয়।৯‌ দিনৰ ভিতৰত ৫০০০ হাজাৰ বাল্য বিবাহৰ আজিলৈকে গোচৰ ৰুজু কৰা হৈছে কালিলৈ আৰু বাঢ়িব। অহা কালিলৈ পৰা POSCO আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা আৰম্ভ কৰা হ’ব
“পৰিয়ালৰ মানুহেটো‌ বিয়া নকৰাই যোনে বিয়া পাতিছে তাকে ভৰাই দিয়া হ’ব”
প্ৰদ্যুৎ বৰদলৈয়ে বাজেট প্ৰশংগত প্ৰশংসা কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য, “মই আদাৰ বেপাৰী জাহাজৰ কথা কিয় শুধে”

অৰুনোদই প্ৰশংগত বিৰোধীয়ে সংবাদ মাধ্যমক বুৰ্বক বনাই।
আজি কালি আৰক্ষী অপৰাধীৰ লগত নাথাকে।
বাল্য বিবাহ কৰা লোকজনক গ্ৰেপ্তাৰ কৰাৰ পাছত ছোৱালীজনীক চাউলৰ লগতে অৰুনোদই আচনিৰ ব্যৱস্থা কৰি দিব লাগিব।

প্ৰতিবছৰে অসমত ৩০-৪০ হাজাৰ বাল্য বিবাহ হয়
আমাৰ সমাজত ছোৱালী লক্ষ্মী হিচাপে গণ্য কৰা হয় । কিন্তু কিছুমান শাখাত ছোৱালীৰ বোজা ল’ব নুখুজে। তাৰ লগতে একাংশ দালালে ছোৱালীজনীৰ পৰিয়ালক হেঁচা প্ৰয়োগ কৰে। এইটো এটা কাৰণ বাল্য বিবাহৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?
জীৱনশৈলী

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

April 1, 2026
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?
জীৱনশৈলী

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

March 30, 2026
Next Post
খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…

খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ...

কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা...চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.