• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুন্দৰীৰ সৈতে স্কুটিৰ পিছত ৰাহুল গান্ধী! ভাইৰেল ভিডিঅ’ত ৰাহুলৰ সৈতে কোন এই সুন্দৰী?

সুন্দৰীৰ সৈতে স্কুটিৰ পিছত ৰাহুল গান্ধী! ভাইৰেল ভিডিঅ’ত ৰাহুলৰ সৈতে কোন এই সুন্দৰী?

2 years ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

9 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

10 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

10 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

11 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

11 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

12 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

13 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

13 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

14 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

15 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

16 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সুন্দৰীৰ সৈতে স্কুটিৰ পিছত ৰাহুল গান্ধী! ভাইৰেল ভিডিঅ’ত ৰাহুলৰ সৈতে কোন এই সুন্দৰী?

editor by editor
September 24, 2023
in ভাৰত, ৰাজনীতি, লেখা
0
সুন্দৰীৰ সৈতে স্কুটিৰ পিছত ৰাহুল গান্ধী! ভাইৰেল ভিডিঅ’ত ৰাহুলৰ সৈতে কোন এই সুন্দৰী?
0
SHARES
636
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ সময়ত একাধিকবাৰ ৰাহুল গান্ধীক বিভিন্ন মানুহৰ সৈতে দেখা গৈছে। বিভিন্ন স্থানত বিভিন্ন জনৰ সৈতে ৰাহুলে ভ্ৰমণ কৰাৰ ফটো ভিডিঅ’ দেখা গৈছে। কেতিয়াবা যদি কাৰোবাৰ বাহনত, কেতিয়াবা আকৌ কাৰোবাৰ সৈতে স্কুটিৰ পাছত বহি যাত্ৰা কৰা দেখা গৈছে ৰাহুল গান্ধীক। এইবাৰো পিছপৰি ৰোৱা নাই ৰাহুল। ৰাজস্থান বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত পুণ্যৰ্দম্যে কাম কৰিছে ৰাহুলে। দলৰ হৈ প্ৰচাৰ চলাবলৈ গৈ তেওঁ সাধাৰণ মানুহৰ মাজত সোমাই পৰিছে। এয়াই ৰাহুলৰ বিশেষত্ব।

কেতিয়াবা যদি প্ৰৱাসী ভাৰতীয়ৰ ট্ৰাকত বিদেশত ৰাহুল, কেতিয়াবা আকৌ লাডাখত নিজেই বাইক লৈ এগৰাকী ৰাইডাৰৰ ৰূপত ৰাহুল। এইবাৰ ৰাহুলক দেখা গৈছে এগৰাকী কলেজীয়া ছাত্ৰীৰ স্কুটিৰ পাছফালে বহি ঘূৰি ফুৰা অৱস্থাত। জয়পুৰত কলেজীয়া ছাত্ৰীৰ স্কুটিৰ পাছত বহি ঘূৰি ফুৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বগা কূৰ্তী পৰিহিতা তৰুণীৰ স্কুটিৰ পাছত ছিটত ৰাহুল গান্ধী। দুজনেই হেলমেট পৰিধান কৰিছে। ৰাহুলে আৰোহীৰ দৰেই ভদ্ৰভাৱে স্কুটিৰ পাছৰ চীটত বহি যাত্ৰা কৰিছে। তেওঁলোকৰ আগেপাছে কেইবাখনো বাহন। বেছিভাগেই স্কুটি আৰু বাইক। অৱশ্যে ৰাহুলৰ নিৰাপত্তাৰক্ষী আশেপাশে আছিল। জয়পুৰ কলেজৰ বহু ছাত্ৰ ছাত্ৰীয়েও ফুটপাথত ৰাহুলক চাবৰ বাবেই ৰৈ আছিল।

এক সূত্ৰৰ খবৰ অনুসৰি, ৰাহুলে যিগৰাকী তৰুণীৰ বাইকত যাত্ৰা কৰিছিল তেওঁৰ নাম মীমাংসা উপাধ্যায়। ৰাহুল গান্ধীয়ে ছচিয়েল মিডিয়া প্লেটফৰ্মত নিজেই ছাত্ৰীগৰাকীৰ নাম প্ৰকাশ কৰিছে। ৰাহুলে পোষ্টত লিখিছে, ‘মীমাংসা উপাধ্যায়ৰ দৰে নাৰীৰ হাতবোৰ শক্তিশালী কৰি তোলা উচিত। কাৰণ তেওঁলোকেই এই দেশৰ ভৱিষ্যত।’ ইফালে ৰাহুলৰ স্কুটিত যাত্ৰা কৰাৰ ভিডিঅ’টো কংগ্ৰেছৰৰ অফিচিয়েল পেজৰ পৰাও আপলোড কৰা হৈছে। ৰাজস্থান কংগ্ৰেছৰ অফিচিয়েস এক্স হেণ্ডেলতো সেই ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’ শ্বেয়াৰ কৰি কেপশ্ব্যনত লিখিছে, ‘ৰাজস্থানত জননায়ক।’

স্কুটিত যাত্ৰা কৰাৰ পূৰ্বে বহুসময় কলেজীয়া ছাত্ৰ ছাত্ৰীৰ সৈতে বাৰ্তালাপত মিলিত হৈছিল ৰাহুল গান্ধী। মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ মাজত স্কুটিও বিতৰণ কৰে ৰাহুলে। ইয়াৰ পূৰ্বে তেওঁ পুৱাই জয়পুৰ বিমানবন্দৰৰ পৰা ৰাহুলক আদৰি আনিছিল ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে। জয়পুৰ প্ৰদেশ কংগ্ৰেছৰ নতুন ভৱনৰ আধাৰশীলা স্থাপনতো ভাগ লয় ৰাহুল আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জূন খৰ্গে। তাতেই এখন দলীয় মিটিঙত প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণৰ লক্ষ্যও কৰি লৈছে ৰাহুলে। জাতিগত লোকপিয়লৰ প্ৰসংগ টানি আনি মোদীক সমালোচনা কৰিছে ৰাহুলে। ৰাহুলৰ অভিযোগ, ‘জাতিগত লোকপিয়ল কৰিবলৈ মোদীয়ে ভয় কৰিছে। ইয়াৰোপৰি লোকসভা আৰু বিধানসভাত মহিলাসকলৰ বাবে আসন সংৰক্ষণৰ বিষয়টো অতিশীঘ্ৰেই কাৰ্যকৰী কৰিব লাগে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

March 20, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

March 20, 2026
Next Post
সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই, অক্টোবৰত ধন সম্পত্তি বাঢ়িব ৩ৰাশিৰ

সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই, অক্টোবৰত ধন সম্পত্তি বাঢ়িব ৩ৰাশিৰ

নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?

নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.