• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুৰক্ষাৰ বাবে সেনা-বাহিনী কিয় লাগে? এই ৬খন দেশত নাই এজনো সেনা-জোৱান…

সুৰক্ষাৰ বাবে সেনা-বাহিনী কিয় লাগে? এই ৬খন দেশত নাই এজনো সেনা-জোৱান…

4 years ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

11 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

11 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

12 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

12 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

13 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

14 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

15 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

16 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

17 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

18 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

18 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সুৰক্ষাৰ বাবে সেনা-বাহিনী কিয় লাগে? এই ৬খন দেশত নাই এজনো সেনা-জোৱান…

editor by editor
October 8, 2022
in বিবিধ, বিশ্ব, ভ্ৰমণ
0
সুৰক্ষাৰ বাবে সেনা-বাহিনী কিয় লাগে? এই ৬খন দেশত নাই এজনো সেনা-জোৱান…
0
SHARES
592
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এখন দেশ শৃংখলাবদ্ধভাৱে চলি থাকিবলৈ প্ৰথমেই আহে নিৰাপত্তাৰ কথা। আৰু নিৰাপত্তাৰ কথা আহিলেই পোনতেই মনলৈ আহে সেনা আৰু আৰক্ষীৰ কথা। আৰক্ষীৰ হাতত দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ দায়িত্ব আৰু সেনাৰ হাতত বাহিৰৰ কোনো শত্ৰুৱে যাতে দেশৰ মাটিত প্ৰবেশ কৰিব নোৱাৰে সেই দায়িত্ব দিয়া হয়। সেনাৰ প্ৰধান দায়িত্বই হৈছে দেশৰ চাৰিসীমাত পহৰা দিয়া। প্ৰত্যেকখন দেশতেই সেনা আৰু আৰক্ষী এৰাব নোৱাৰা অংগ। সেনা-আৰক্ষী নোহোৱাকৈ আমি আমাৰ দেশক কল্পনা কৰিব নোৱাৰো যদিও পৃথিৱীত এতিয়াও এনে কেইবাখনো দেশ আছে যিকেইখন দেশৰ সীমান্তৰক্ষী নাই। কেনেকৈ দেশৰ নিৰাপত্তা দিছে এইকেইখন দেশে?

সেনা-বাহিনী নথকা এখন দেশ হৈছে মৰিচাছ। মৰিচাছ ভাৰত মহাসাগৰৰ এখন দ্বীপৰাষ্ট্ৰ। এইখন দেশৰ জনসংখ্যা প্ৰায় ১০ লাখতকৈও কম। ১৯৮৮ চনত এইখন দেশে ইউনাইটেড কিংডমৰ পৰা স্বাধীনতা লাভ কৰিছে। মৰিচাছৰ বিশেষত্ব এয়ে যে দেশখনত কোনো সৈন্য-বাহিনী নাই। আভ্যন্তৰীণ সুৰক্ষাৰ বাবে আৰক্ষী আছে যদিও এই সংখ্যা নিচেই কম। অৱশ্যে সেনা নাথাকিলেই এইখন দেশত মোবাইল ফৰ্চ নামৰ এটা অৰ্ধসামৰিক বাহিনীৰ ইউনিট আছে। মৰিচাছত থকা ১০,০০০ আৰক্ষীয়েই দেশৰ আভ্যন্তৰীণ আৰু বাহ্যিক দুইধৰণৰ সুৰক্ষাৰ দায়িত্বতেই নিয়োজিত হৈ থাকে।

বিশ্বৰ দ্বিতীয় ক্ষুদ্ৰতম ৰাষ্ট্ৰ হৈছে মোনাকো। ফ্ৰান্সৰ ভূমধ্যসাগৰীয় উপকুলত অৱস্থিত এই সৰু দেশখনক টাক্স হেভেন হিচাপেও জনা যায়। মাত্ৰ ০.৭৮ বৰ্গ মাইল এলেকাত অৱস্থিত এই সৰু দেশখনৰ জনসংখ্যা মাত্ৰ ৩১,০০০। এই দেশত আজিকোপতি কোনো সেনা-বাহিনী নাই। দেশৰ সুৰক্ষাৰ দায়িত্বত সেনা নাই যদিও দুজন সেনা তেওঁলোকে দুয়োগৰাকীয়ে ৰাজকুমাৰক পহৰা দিয়ে। আনহাতে এই দেশখনৰ সুৰক্ষাৰ দিশটো নিৰীক্ষণ কৰে ফৰাচী সেনাই।

সেনাবাহিনী নথকা আন এখন দেশ হৈছে কোষ্টাৰিয়া। ১৯৪৯ চনৰ পৰাই কোষ্টাৰিয়াত কোনো সৈন্য-বাহিনী নাই। এইখন দেশত আৰক্ষীয়েই দেশৰ প্ৰতিৰক্ষাৰ দায়িত্বভাৰ লৈ আহিছে। কোষ্টাৰিয়াৰ সৌন্দৰ্যৰ বাবেই দেশখনক মধ্য আমেৰিকাৰ ছুইজাৰলেণ্ড বুলিও কোৱা হয়। ১৯৪৮ চনত হোৱা এটা ভয়ংকৰ গৃহ যুদ্ধৰ পিছতেই দেশখনৰ পৰা সামৰিক বাহিনী অপসাৰণৰ সিদ্ধান্ত লয় চৰকাৰে। সেনা-বাহিনী নথকা বৃহৎ দেশৰ তালিকাত থকা কোষ্টাৰিয়াত অৱশ্যে দেশখনৰ আভ্যন্তৰীণ সুৰক্ষাৰ বাবে আৰক্ষী আছে।

আইছলেণ্ডৰো কোনো স্থায়ী সেনা-বাহিনী নাই। নাটোৰ সদস্য দেশ হ’লেও আইছলেণ্ডৰ কোনো স্থায়ী সেনা-বাহিনী নাই। ইউৰোপৰ দ্বিতীয় বৃহত্তম দেশ আইছলেণ্ডৰ সুৰক্ষাৰ দায়িত্ব লৈ আহিছে নাটোৱে। ১৮৬৯ চনৰ পৰা এই দেশৰ সীমান্তত কোনো সেনা বাহিনী নাই। নাটোৰ সদস্য দেশ হোৱাৰ বাবেই দেশখনৰ সুৰক্ষাৰ দায়িত্ব মাৰ্কিন যুক্তৰাষ্ট্ৰই পালন কৰি আহিছে।

চেন্ট লুছিয়া ওৱেষ্ট ইণ্ডিজৰ অন্তৰ্গত এটা সৰু দ্বীপৰাষ্ট্ৰ। এই দেশখন কমনৱেলথৰো সদস্য। এই ৰাষ্ট্ৰৰো নিজস্ব কোনো সেনাবাহিনী নাই। এইখন দেশৰ নিৰাপত্তাৰ দায়িত্বত কেৱল এটা নৌ বাহিনীৰ ইউনিট আৰু আৰক্ষী আছে।

উল্লেখ্য যে কেৰিবিয়ান সাগৰৰ লেজাৰ এণ্টিলেছৰ উত্তৰ দিশত অৱস্থিত এখন দ্বীপৰাষ্ট্ৰ হৈছে গ্ৰেনাডা। ১৯৩৩ চনত গ্ৰেনাডাই মাৰ্কিন আক্ৰমণৰ পিছত আৰু কোনো সামৰিক বাহিনী দেশত মোতায়েন কৰা নাই। দেশখনৰ সুৰক্ষাৰ দায়িত্বত কেৱল গ্ৰেনাজা পুলিছ ফৰ্ছ নামৰ এটা বাহিনী আছে। দেশৰ বাহ্যিক সুৰক্ষা বা সীমান্ত ৰক্ষাৰ দিশটোও এই ফৰ্ছেই গ্ৰহণ কৰি আহিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ
জীৱনশৈলী

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

April 12, 2026
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ
জীৱনশৈলী

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

April 12, 2026
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

April 12, 2026
Next Post
হেঙেৰাবাৰী নহয় বশিষ্ঠ! ৰাজ্যিক বিজেপিৰ হাইটেক কাৰ্যালয়ত আছে কি কি সুবিধা?

হেঙেৰাবাৰী নহয় বশিষ্ঠ! ৰাজ্যিক বিজেপিৰ হাইটেক কাৰ্যালয়ত আছে কি কি সুবিধা?

ধৰ্ষণ কৰি ডিঙিত ছুৰিকাঘাত! বৈ যোৱা তেজেৰে কাছাৰৰ ধৰ্ষিতা যুৱতীয়ে লিখিলে ধৰ্ষণকাৰীৰ নাম

ধৰ্ষণ কৰি ডিঙিত ছুৰিকাঘাত! বৈ যোৱা তেজেৰে কাছাৰৰ ধৰ্ষিতা যুৱতীয়ে লিখিলে ধৰ্ষণকাৰীৰ নাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.