• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ আটাইতকৈ ওখ অট্টালিকাত অশ্লীল ভিডিঅ’ কৰি ভাইৰেল এহাল দম্পতী!

দেশৰ আটাইতকৈ ওখ অট্টালিকাত অশ্লীল ভিডিঅ’ কৰি ভাইৰেল এহাল দম্পতী!

4 years ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

44 minutes ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

60 minutes ago
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

1 hour ago
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

2 hours ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

2 hours ago
বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

2 hours ago
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

3 hours ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

4 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

4 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

5 hours ago
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

5 hours ago
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

দেশৰ আটাইতকৈ ওখ অট্টালিকাত অশ্লীল ভিডিঅ’ কৰি ভাইৰেল এহাল দম্পতী!

editor by editor
June 29, 2022
in বিবিধ, বিশ্ব
0
দেশৰ আটাইতকৈ ওখ অট্টালিকাত অশ্লীল ভিডিঅ’ কৰি ভাইৰেল এহাল দম্পতী!
0
SHARES
42.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানুহে যে কেনে আজৱ কাণ্ডবোৰ সংঘটিত নকৰে! আত্মপ্ৰচাৰ তথা ভাইৰেল হোৱাৰ মোহ আৰু ৰোমাঞ্চৰ নামত মানুহে এনে কিছুমান অভাৱনীয় কাণ্ড সংঘটিত কৰে যিবোৰ আপোনাৰ বাবে অকল্পনীয়৷

এইবাৰ ঠিক তেনে এক ঘটনাই সংবাদ শিৰোণাম দখল কৰিছে৷ ঘটনাটো সংঘটিত হৈছে ব্ৰিটেইনৰ ৰাজধানী লণ্ডনত৷

ব্ৰিটিছ সংবাদ পত্ৰ ডেইলী ষ্টাৰত প্ৰকাশিত খবৰ অনুসৰি এহাল ব্ৰিটিছ দম্পতীয়ে লণ্ডৰ আটাইতকৈ ওখ আট্টালিকা দ্য শ্বাৰ্ডত মুকলিলৈ অশ্লীল ভিডিঅ’ ৰেকৰ্ডিং কৰি নিজেই সেই ভিডিঅ’টো ভাইৰেল কৰিছে৷

লগতে পঢ়ক সাৱধান, কঠোৰ হ’ব চৰকাৰ! ১ জুলাইৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিব এইসমূহ প্লাষ্টিক

দম্পতীহালে ভিডিঅ’টো ৱেব ছাইটত আপলোড কৰাৰ পিছতে বহুলোকে অসন্তুষ্টি প্ৰকাশ কৰি নিষিদ্ধ কৰিবলৈ দাবী জনাইছে৷ ছ’চিয়েল মিডিয়াত ইউজাৰসকলে এই দম্পতীক তীব্ৰ সমালোচনাও কৰিছে।

ডেইলী ষ্টাৰত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি দম্পতীহালে অট্টালিকাটোৰ প্ৰায় ১০১৫ ফুট উচ্চতাত এই ভিডিঅ’টো ৰেকৰ্ডিং কৰিছিল৷ উল্লেখ্য যে ব্ৰিটেইনৰ আটাইতকৈ ওখ বিল্ডিং হৈছে এই দ্য শ্বাৰ্ড বিল্ডিং।

লগতে পঢ়ক ১৬ বছৰীয়া ছাত্ৰীৰে শিক্ষকৰ শাৰীৰিক সম্পৰ্ক, ইয়াৰ পিছত কি হ’ল অভিযুক্ত শিক্ষকৰ?

তাৎপৰ্যপূৰ্ণভাৱে দম্পতীহালৰ এই ভিডিঅ’টো বহু লাখ লোকে দৰ্শন কৰিছে। প্ৰতিবেদনখনৰ মতে এই ভিডিঅ’ ক্লিপটো প্ৰায় ৩ মিনিটৰ। ৱেবচাইটত এই ভিডিঅ’টো আপলোড কৰাৰ লগে লগে ভাইৰেল হৈ পৰে।

ইয়াৰ পিছতে ছ’চিয়েল মিডিয়াত বহু লোকে দ্য শ্বাৰ্ডক এই দম্পতীহালক তাত নিষিদ্ধ কৰিবলৈ দাবী জনাইছে যাতে তেওঁলোকে পুনৰ আট্টালিকাটোলৈ ঘূৰি আহিব নোৱাৰে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBritainlondonThe Shardviral news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

March 20, 2026
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?
জীৱনশৈলী

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

March 20, 2026
Next Post
ব্যক্তিগত হাস্পতালতে সুৰক্ষিত নহয় ৰোগী! দুদিনীয়া নৱজাতকক বখলিয়াই হত্যা কুকুৰৰ

ব্যক্তিগত হাস্পতালতে সুৰক্ষিত নহয় ৰোগী! দুদিনীয়া নৱজাতকক বখলিয়াই হত্যা কুকুৰৰ

শিশু আৰু কিশোৰীক যৌন নিৰ্যাতন! ২০ বছৰৰ কাৰাদণ্ড লাভ ৬০ বৰ্ষীয় মহিলাৰ

শিশু আৰু কিশোৰীক যৌন নিৰ্যাতন! ২০ বছৰৰ কাৰাদণ্ড লাভ ৬০ বৰ্ষীয় মহিলাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.