• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্যক্তিগত হাস্পতালতে সুৰক্ষিত নহয় ৰোগী! দুদিনীয়া নৱজাতকক বখলিয়াই হত্যা কুকুৰৰ

ব্যক্তিগত হাস্পতালতে সুৰক্ষিত নহয় ৰোগী! দুদিনীয়া নৱজাতকক বখলিয়াই হত্যা কুকুৰৰ

4 years ago
ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

20 minutes ago
শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

42 minutes ago
বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

2 hours ago
হায় ৰে স্বাস্থ্য বিভাগ! কামুৰিছিল সাপে, বেজি দিলে কুকুৰৰ…

হায় ৰে স্বাস্থ্য বিভাগ! কামুৰিছিল সাপে, বেজি দিলে কুকুৰৰ…

2 hours ago
পাকঘৰত ভুলতো নাৰাখিব এই ৫টা বস্তু

পাকঘৰত ভুলতো নাৰাখিব এই ৫টা বস্তু

3 hours ago
থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

4 hours ago
BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

4 hours ago
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

6 hours ago
এছিয়ান গেমছত ওলাইছে জলপৰী

এছিয়ান গেমছত ওলাইছে জলপৰী

6 hours ago
কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

7 hours ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ব্যক্তিগত হাস্পতালতে সুৰক্ষিত নহয় ৰোগী! দুদিনীয়া নৱজাতকক বখলিয়াই হত্যা কুকুৰৰ

editor by editor
June 29, 2022
in বিবিধ, ভাৰত
0
ব্যক্তিগত হাস্পতালতে সুৰক্ষিত নহয় ৰোগী! দুদিনীয়া নৱজাতকক বখলিয়াই হত্যা কুকুৰৰ
0
SHARES
5.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব্যক্তিগত হাস্পতালটো সুৰক্ষিত নহয় ৰোগী! সেই কথাকে প্ৰমাণ কৰি এখন ব্যক্তিগত হাস্পতালত অতি কৰুণ ঘটনা সংঘটিত হৈছে৷

হাৰিয়ানাৰ পানীপতৰ এখন ব্যক্তিগত চিকিৎসালয়ত এটি দুদিনীয়া নৱজাতকক এটা কুকুৰে কামুৰি-বখলিয়াই হত্যা কৰিছে৷ চিকিৎসালয়খনত স্থাপন কৰা চিচিটিভিৰ ফুটেজ এই সমগ্ৰ ঘটনা বন্দী হৈ ৰৈছে৷

ফুটেজত দেখা গৈছে এটা কুকুৰটোৱে ভিতৰলৈ প্ৰৱেশ কৰি আইতাকৰ ওচৰত শুৱাই থোৱা কেচুৱাটোক মুখেৰে কামুৰি বাহিৰলৈ উলিয়াই নি হত্যা কৰে৷

লগতে পঢ়ক সাৱধান, কঠোৰ হ’ব চৰকাৰ! ১ জুলাইৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিব এইসমূহ প্লাষ্টিক

মঙলবাৰে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত প্ৰকাশ কৰি কয় যে সোমবাৰ আৰু মঙলবাৰৰ মাজৰ নিশা এটা দুদিনীয়া শিশুক (ল’ৰা) আইতাকৰ কাষত মজিয়াত শোৱাই থোৱা হৈছিল। তেনে অৱস্থাতে কুকুৰটোৱে ভিতৰলৈ সোমাই গৈ এই কাণ্ড সংঘটিত কৰে৷ আৰক্ষীৰ মতে, চিকিৎসালয়খনত কুকুৰটোক প্ৰৱেশ কৰা কোনেও দেখা নাপালে।

১৩-১৭ নং ছেক্টৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া (SHO) বিজয় কুমাৰে জনোৱা মতে, কুকুৰটোৱে চিকিৎসালয়ত প্ৰৱেশ কৰি মজিয়াত আইতাকৰ সৈতে শুই থকা নৱজাতকটিক কামুৰি বাহিৰলৈ উলিয়াই নিয়ে। কিছু মুহূৰ্তৰ পিছত শিশুটি ক’তো বিচাৰি নেপাই আত্মীয়ই এলাৰ্ম বজায়। ইয়াৰ পিছতে ষ্টেচন ইনচাৰ্জে বিচাৰ খোচাৰ কৰি দেখে যে এটা কুকুৰে নৱজাতকটিক বখলিয়াই হত্যা কৰিছে।

নৱজাতকটিক উদ্ধাৰ কৰাৰ পিছতে চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে। থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় কুমাৰে জনোৱা মতে নিহত শিশুটিৰ পৰিয়াল উত্তৰ প্ৰদেশৰ।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ
ভাৰত

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

September 25, 2026
শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?
বিনোদন

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

September 25, 2026
বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE
ভাৰত

বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

September 25, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

September 25, 2026
Next Post
শিশু আৰু কিশোৰীক যৌন নিৰ্যাতন! ২০ বছৰৰ কাৰাদণ্ড লাভ ৬০ বৰ্ষীয় মহিলাৰ

শিশু আৰু কিশোৰীক যৌন নিৰ্যাতন! ২০ বছৰৰ কাৰাদণ্ড লাভ ৬০ বৰ্ষীয় মহিলাৰ

কেঞ্চাৰৰ নামত ৪৩ লাখ টকা সংগ্ৰহ! বিদেশত প্ৰমোদ বিলাস কৰি গ্ৰেপ্তাৰ মহিলা

কেঞ্চাৰৰ নামত ৪৩ লাখ টকা সংগ্ৰহ! বিদেশত প্ৰমোদ বিলাস কৰি গ্ৰেপ্তাৰ মহিলা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.