• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেঞ্চাৰৰ নামত ৪৩ লাখ টকা সংগ্ৰহ! বিদেশত প্ৰমোদ বিলাস কৰি গ্ৰেপ্তাৰ মহিলা

কেঞ্চাৰৰ নামত ৪৩ লাখ টকা সংগ্ৰহ! বিদেশত প্ৰমোদ বিলাস কৰি গ্ৰেপ্তাৰ মহিলা

4 years ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

9 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

9 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

10 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

10 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

11 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

12 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

13 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

14 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

14 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

15 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

16 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কেঞ্চাৰৰ নামত ৪৩ লাখ টকা সংগ্ৰহ! বিদেশত প্ৰমোদ বিলাস কৰি গ্ৰেপ্তাৰ মহিলা

editor by editor
June 29, 2022
in অপৰাধ, বিশ্ব
0
কেঞ্চাৰৰ নামত ৪৩ লাখ টকা সংগ্ৰহ! বিদেশত প্ৰমোদ বিলাস কৰি গ্ৰেপ্তাৰ মহিলা
0
SHARES
51.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শেহতীয়াকৈ অনলাইন প্লেটফৰ্মত ক্ৰাউডছ’ৰ্চিং অধিক জনপ্ৰিয় হৈ পৰিছে। বহুতে ক্ৰাউডছ’ৰ্চিং প্লেটফৰ্মত নিজকে পঞ্জীয়ন কৰিবলৈ আৰম্ভ কৰিছে। এই ‘ক্ৰাউডছ’ৰ্চিং’ প্লেটফৰ্মসমূহে কোনো ব্যক্তি অসুস্থ হৈ চিকিৎসাৰ খৰচ বহন কৰিব নোৱাৰিলে সহায় কৰে। ‘ক্ৰাউডছ’ৰ্চিং’ প্লেটফৰ্মৰ জৰিয়তে সংগ্ৰহ হোৱা ধনেৰে বহু লোকে কোনো কঠিন ৰোগৰ চিকিৎসা কৰি ৰোগমুক্তও হৈ আহিছে।

কিন্তু এনে প্লেটফৰ্মটো অসাধু মানুহে ক্ৰমাৎ ভিৰ কৰিছে। কিছু অসাধু লোকে সহায়ৰ নামত ভুৱা নথি-পত্ৰ, প্ৰেছক্ৰিপচন দেখুৱাই ধন সংগ্ৰহ কৰি ধন লুটিবলৈ আৰম্ভ কৰিছে৷

শেহতীয়াকৈ নিকোল এলকাবাছ নামৰ এগৰাকী ৪৪ বছৰীয়া মহিলাই ঠিক তেনেকুৱা কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে।

লগতে পঢ়ক ব্যক্তিগত হাস্পতালতে সুৰক্ষিত নহয় ৰোগী! দুদিনীয়া নৱজাতকক বখলিয়াই হত্যা কুকুৰৰ

ইংলেণ্ডৰ কেণ্টৰ বাসিন্দা নিকোলে ‘ক্ৰাউডছ’ৰ্চিং’ ৱেবছাইটত এটা ভুৱা একাউণ্ট খুলিছিল। তাত নিকোলে কয় যে তেওঁৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ ধৰা পৰিছে আৰু চিকিৎসা স্পেইনত সম্পন্ন হ’ব আৰু তাৰ বাবে ধনৰ প্ৰয়োজন হৈছে।

শাৰীৰিকভাৱে অসুস্থ হোৱাৰ ভাও ধৰি মহিলাগৰাকীয়ে ‘গো ফাণ্ড মি’ নামৰ এটা ৱেবচাইটৰ পৰা সংগ্ৰহ কৰে ৪৩ লাখ টকা। তেওঁৰ চিকিৎসাৰ বাবে প্ৰায় ৬০০ লোকে তেওঁক আৰ্থিকভাৱে সহায় কৰিছিল। অৱশ্যে পিছলৈ গম পালে যে তেওঁ সেই টকা লৈ বিদেশত আমোদ প্ৰমোদত ব্যস্ত থকাৰ লগতে জুৱাহে খেলিছিল!

লগতে পঢ়ক দেশৰ আটাইতকৈ ওখ অট্টালিকাত অশ্লীল ভিডিঅ’ কৰি ভাইৰেল এহাল দম্পতী!

‘গ’ ফাণ্ড মি’ জৰিয়তে মহিলাগৰাকীৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে। মহিলাগৰাকীয়ে আদালতত জনোৱা মতে, তেওঁ ইতিমধ্যে তিনিটাকৈ অস্ত্ৰোপচাৰ কৰি কেমোথেৰাপি আৰম্ভ কৰিছে।

কিন্তু আৰক্ষীৰ তদন্তৰ অন্তত সকলো গোমৰ ফাক হৈ পৰে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে শেহতীয়াকৈ স্পেইনৰ কোনো চিকিৎসালয়ত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে নিকোল এলকাবাছ নামৰ কোনো মহিলাক ভৰ্তি কৰা হোৱা নাই।

ইয়াৰ পিছতে প্ৰৱঞ্চনাৰ গোচৰত আদালতত দোষী সাব্যস্ত হৈছে নিকোলক। আদালতে তেওঁক ২ বছৰ ৯ মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcrowdsourcesviral news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট
বিনোদন

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

August 12, 2026
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক
বিশ্ব

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

August 12, 2026
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?
বিনোদন

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

August 12, 2026
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?
বিনোদন

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

August 12, 2026
Next Post
সংবাদ মাধ্যমৰ বিৰামহীন হেঁচাত অসুস্থ ধৃতিৰাজ! ধৃতিৰাজক বিশ্ৰাম দিয়াৰ আহ্বান পৰিয়ালৰ

সংবাদ মাধ্যমৰ বিৰামহীন হেঁচাত অসুস্থ ধৃতিৰাজ! ধৃতিৰাজক বিশ্ৰাম দিয়াৰ আহ্বান পৰিয়ালৰ

৮৭ বছৰীয়া ব্যক্তিয়ে ২৯ বছৰ ৰোমাঞ্চকৰ জীৱন কটালে এটা দ্বীপৰ গভীৰ অৰণ্যত! কোন তেওঁ?

৮৭ বছৰীয়া ব্যক্তিয়ে ২৯ বছৰ ৰোমাঞ্চকৰ জীৱন কটালে এটা দ্বীপৰ গভীৰ অৰণ্যত! কোন তেওঁ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.