• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংবাদ মাধ্যমৰ বিৰামহীন হেঁচাত অসুস্থ ধৃতিৰাজ! ধৃতিৰাজক বিশ্ৰাম দিয়াৰ আহ্বান পৰিয়ালৰ

সংবাদ মাধ্যমৰ বিৰামহীন হেঁচাত অসুস্থ ধৃতিৰাজ! ধৃতিৰাজক বিশ্ৰাম দিয়াৰ আহ্বান পৰিয়ালৰ

4 years ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

10 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

10 hours ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

11 hours ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

11 hours ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

12 hours ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

12 hours ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

13 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

14 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

14 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

14 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

16 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

সংবাদ মাধ্যমৰ বিৰামহীন হেঁচাত অসুস্থ ধৃতিৰাজ! ধৃতিৰাজক বিশ্ৰাম দিয়াৰ আহ্বান পৰিয়ালৰ

editor by editor
June 30, 2022
in অসম, শিক্ষা
0
সংবাদ মাধ্যমৰ বিৰামহীন হেঁচাত অসুস্থ ধৃতিৰাজ! ধৃতিৰাজক বিশ্ৰাম দিয়াৰ আহ্বান পৰিয়ালৰ
0
SHARES
15.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰা কৃতিমান ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতা বৰ্তমান শাৰীৰিকভাৱে কিছু অসুস্থ তথা দুৰ্বলৈ হৈ পৰিছে৷

বিশেষকৈ ফলাফল ঘোষণা কৰাৰ দিনাৰে পৰা ধৃতিৰাজে সংবাদ মাধ্যমৰ সৈতে বিৰামহীনভাৱে সাক্ষাৎকাৰ আৰু মত বিনিময় কৰি কৰি শাৰীৰিকভাৱে কিছু দুৰ্বল হৈ পৰা বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰিছে৷ সেয়ে এতিয়া ধৃতিৰাজক কিছু জিৰণিৰ প্ৰয়োজন হৈছে৷

উল্লেখ্যে অতি মেধাৱী, ব্যক্তিত্বশালী, বিনয়ী আৰু প্ৰখৰ সামাজিক চেতনাৰ অধিকাৰী ছাত্ৰগৰাকীৰ সৰল আৰু বিনয়ী স্বভাৱে ৰাজ্যৰ প্ৰতিগৰাকী লোককে আকৃষ্ট কৰিছে৷ ফলত ফলাফল ঘোষণা কৰাৰ দিনাৰ পৰাই বিভিন্ন সংবাদ মাধ্যমৰ লোকে ধৃতিৰাজৰ ঘৰত ভিৰ কৰা পৰিলক্ষিত হৈছে৷ সংবাদ মাধ্যমক বিৰামহীনভাৱে সাক্ষাৎকাৰ দিয়াৰ লগতে মন বিনিময় কৰাৰ ফলত ধৃতিৰাজে জিৰণি ল’বলৈ আহৰি পোৱা নাই৷

লগতে পঢ়ক শিশু আৰু কিশোৰীক যৌন নিৰ্যাতন! ২০ বছৰৰ কাৰাদণ্ড লাভ ৬০ বৰ্ষীয় মহিলাৰ

সেয়ে পৰিয়ালৰ লোকে ফেচবুকৰ জৰিয়তে ধৃতিৰাজক বিশ্ৰামৰ প্ৰয়োজন বুলি অতি বিনয়েৰে গোহাৰি জনাইছে৷

‘‘ধৃতিৰাজৰ পৰিয়ালৰ তৰফৰ পৰা শুভাকাংক্ষী অসমবাসী ৰাইজক প্ৰণাম জনাইছো৷ আমি আপোনালোকৰ উপস্থিতি আৰু শুভেচ্ছাৰ সোঁত দেখি বাকৰুদ্ধ৷ কিন্তু বিনম্ৰতা আৰু দুখেৰে জনাইছো যে আহৰিবিহীন সাক্ষাৎকাৰ আৰু মত বিনিময় কাৰ্যসূচীত স্বগৃহতে অংশগ্ৰহণ কৰি ধৃতিৰাজ দুৰ্বল তথা শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে৷তাক অলপ জিৰণিৰ প্ৰয়োজন৷ আহি থকা দিনকেইটাত অভিনন্দন জ্ঞাপন কৰিব বিছৰা দল,সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠান,প্ৰচাৰ মাধ্যমৰ সন্মানীয় বিষয়ববীয়া/কৰ্মকৰ্তা আৰু অসমবাসী ৰাইজক ৰাতিপুৱা ১০ বজাৰ পিছত উপস্থিত হ’বলৈ কৰযোৰে প্ৰাৰ্থনা জনাইছো৷ ঠিক একেদৰে সন্ধিয়া ৭ বজাৰ পিছত তাক জিৰণি ল’বলৈ সুযোগ আৰু সন্মতি প্ৰদান কৰে যেন (কোনো কাৰণতে যেন কোনেও এয়া পৰিয়ালৰ স্পৰ্দ্ধাসূচক দাবী বুলি নলয়!)৷ আপোনাসৱৰ যোগাত্মক সঁহাৰিয়ে ধৃতিৰাজক সুস্থ কৰি ৰাখিব৷’’

পৰিয়ালৰ লোকে এইদৰে অতি বিনয়েৰে ধৃতিৰাজক অকণ জিৰণি দিবলৈ সংবাদ মাধ্যমৰ লগতে সকলোকে আহ্বান জনাইছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamDhritiraj bastav kalitahs result
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন
বিনোদন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

August 25, 2026
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…
অসম

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

August 24, 2026
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ
অসম

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

August 24, 2026
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’
অসম

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

August 24, 2026
Next Post
৮৭ বছৰীয়া ব্যক্তিয়ে ২৯ বছৰ ৰোমাঞ্চকৰ জীৱন কটালে এটা দ্বীপৰ গভীৰ অৰণ্যত! কোন তেওঁ?

৮৭ বছৰীয়া ব্যক্তিয়ে ২৯ বছৰ ৰোমাঞ্চকৰ জীৱন কটালে এটা দ্বীপৰ গভীৰ অৰণ্যত! কোন তেওঁ?

কলাত প্ৰথম স্থানপ্ৰাপ্ত চেৰী গোহাঁইক চূড়ান্ত উপেক্ষা! সংবাদ মাধ্যমৰ বৈষম্যমূলক আচৰণ কিয়?

কলাত প্ৰথম স্থানপ্ৰাপ্ত চেৰী গোহাঁইক চূড়ান্ত উপেক্ষা! সংবাদ মাধ্যমৰ বৈষম্যমূলক আচৰণ কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.