• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮৭ বছৰীয়া ব্যক্তিয়ে ২৯ বছৰ ৰোমাঞ্চকৰ জীৱন কটালে এটা দ্বীপৰ গভীৰ অৰণ্যত! কোন তেওঁ?

৮৭ বছৰীয়া ব্যক্তিয়ে ২৯ বছৰ ৰোমাঞ্চকৰ জীৱন কটালে এটা দ্বীপৰ গভীৰ অৰণ্যত! কোন তেওঁ?

4 years ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

51 minutes ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

4 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

4 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

5 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

6 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

6 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

7 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

19 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

19 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

20 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

20 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

৮৭ বছৰীয়া ব্যক্তিয়ে ২৯ বছৰ ৰোমাঞ্চকৰ জীৱন কটালে এটা দ্বীপৰ গভীৰ অৰণ্যত! কোন তেওঁ?

editor by editor
June 30, 2022
in বিবিধ, বিশ্ব
0
৮৭ বছৰীয়া ব্যক্তিয়ে ২৯ বছৰ ৰোমাঞ্চকৰ জীৱন কটালে এটা দ্বীপৰ গভীৰ অৰণ্যত! কোন তেওঁ?
0
SHARES
20.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান লোকজনৰ বয়স ৮৭ বছৰ৷ এতিয়া তেওঁ জীৱনৰ বিয়লি বেলাত উপস্থিত হৈছে৷ ৮৭ বছৰীয়া এই লোকজনে জীৱনৰ ২৯ টা বছৰে গভীৰ অৰণ্যৰ মাজত কটালে৷ কোন তেওঁ আৰু কিয় এইদৰে জীৱন কটালে? জানিব পাৰি আপুনি হয়তো হ’ব অতি আচৰিত৷

লোকজনৰ নাম মাছাফুমী নাগাছাকি৷ তেওঁ জাপানৰ৷ ‘নাগা সাধু’ নামেৰে জনপ্ৰিয় ৮৭ বছৰীয়া জাপানী মাছাফুমি নাগাছাকি প্ৰায় তিনিটা দশক এটা দ্বীপৰ গভীৰ অৰণ্যতে কটালে। তেওঁ প্ৰায় তিনিটা দশক অকলে এটা গ্রীষ্মমণ্ডলীয় দ্বীপত কটায়৷

১৯৮৯ চনত তেওঁ বিবাহিত ‘নাগা সাধু’ৱে পত্নী আৰু দুটা সন্তানক এৰি অকলে মূল ভূখণ্ড জাপানৰ পৰা শ শ কিলোমিটাৰ দক্ষিণে থকা এক কিলোমিটাৰ বহল দ্বীপ ছ’টোবানাৰিলৈ গুচি যায়।

লগতে পঢ়ক কেঞ্চাৰৰ নামত ৪৩ লাখ টকা সংগ্ৰহ! বিদেশত প্ৰমোদ বিলাস কৰি গ্ৰেপ্তাৰ মহিলা

এই দ্বীপটো অতি সেউজীয়া আৰু ঘন অৰণ্যৰে ভৰা৷ তাত কোনো মানুহৰে বাসতি নাছিল। দ্বীপটোৰ একমাত্ৰ বাসিন্দাই হৈছে এই নাগাছাকি। ঘৰলৈ উভতি নাহি এদিন দুদিন কৰি নাগাছাকিয়ে দ্বীপটোৰ গভীৰ ঘন অৰণ্যত জীৱনৰ ২৯ টা বছৰ অকলে কটাই দিয়ে।

বছৰটো আছিল ২০১৮ চন, যেতিয়া স্থানীয় এজন মাছমৰীয়াই সাগৰৰ পাৰত অচেতন হৈ পৰি থকা দেখি তেওঁক দ্বীপটোৰ পৰা লৈ অনা হৈছিল। চিকিৎসকে তেওঁৰ স্বাস্থ্যৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি চিকিৎসালয়ত চিকিৎসাৰ প্ৰয়োজন বুলি কোৱাৰ পিছতে নাগাছাকিক লৈ যোৱা হয়। ইয়াৰ পিছতহে নাগাছাকিৰ ৰোমাঞ্চকৰ জীৱনৰ বিষয়ে পৃথিৱীয়ে জানিব পাৰিছিল৷

ইয়াৰ পিছতে ইছিগাকি চহৰত চাৰি বছৰ বাস কৰি ১৬ জুনত নাগাছাকিয়ে পুনৰ পূৰ্বৰ ঘৰলৈ গুচি যায়। বিশেষকৈ এতিয়া নাগাছাকি স্বাস্থ্যৰ যতন লোৱাটো অতীৱ প্ৰয়োজন হৈ পৰিছে আৰু পৰিয়ালৰ লোকে তেওঁক লাভ কৰাৰ পিছত তেওঁৰ স্বাস্থ্যৰ যতন লৈছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamjapanviral news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য
জীৱনশৈলী

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

July 14, 2026
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!
ভাৰত

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

July 14, 2026
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?
জীৱনশৈলী

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

July 14, 2026
Next Post
কলাত প্ৰথম স্থানপ্ৰাপ্ত চেৰী গোহাঁইক চূড়ান্ত উপেক্ষা! সংবাদ মাধ্যমৰ বৈষম্যমূলক আচৰণ কিয়?

কলাত প্ৰথম স্থানপ্ৰাপ্ত চেৰী গোহাঁইক চূড়ান্ত উপেক্ষা! সংবাদ মাধ্যমৰ বৈষম্যমূলক আচৰণ কিয়?

‘পুটিন এগৰাকী নাৰী হোৱা হ’লে এই যুদ্ধ নহ’লহেঁতেন!’ কোন ৰাষ্ট্ৰনেতাই পুটিনক কৰিলে ঠাট্টা?

‘পুটিন এগৰাকী নাৰী হোৱা হ’লে এই যুদ্ধ নহ’লহেঁতেন!’ কোন ৰাষ্ট্ৰনেতাই পুটিনক কৰিলে ঠাট্টা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.