• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উন্নত হৈছে দেশৰ কোভিড পৰিস্থিতি, শীঘ্ৰেই স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সম্ভাৱনা

উন্নত হৈছে দেশৰ কোভিড পৰিস্থিতি, শীঘ্ৰেই স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সম্ভাৱনা

4 years ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

5 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

6 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

6 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

6 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

7 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

7 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

8 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

8 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

9 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

9 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

9 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

উন্নত হৈছে দেশৰ কোভিড পৰিস্থিতি, শীঘ্ৰেই স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সম্ভাৱনা

editor by editor
February 5, 2022
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী
0
উন্নত হৈছে দেশৰ কোভিড পৰিস্থিতি, শীঘ্ৰেই স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সম্ভাৱনা
0
SHARES
84
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক্ৰমাৎ কোভিড পৰিস্থিতিৰ উন্নতি। সমগ্ৰ দেশতে ক্ৰমাৎ কোভিড পৰিস্থিতিৰ উন্নতি ঘটিছে। চৰকাৰী তথ্য অনুসৰি অসমতো কমিছে আক্ৰান্তৰ সংখ্যা। চলিত মাহত ৰাজ্যত হ্ৰাস হৈছে সংক্ৰমণৰ হাৰ। ১-৪ ফেব্ৰুৱাৰীলৈ ৰাজ্যত ক’ৰোনা সংক্ৰমণৰ তথ্য এনেধৰণৰ- ১ ফেব্ৰুৱাৰীত ৰাজ্যত ৪ শতাংশলৈ কমিল আক্ৰান্তৰ সংখ্যা। কামৰূপ মহানগৰ জিলাত সেইদিনা ৩৪৩গৰাকী আক্ৰান্ত হৈছিল। ২ ফেব্ৰুৱাৰীত ৩.০৮ শতাংশলৈ কমিল আক্ৰান্তৰ সংখ্যা।

কামৰূপত আক্ৰান্ত হৈছিল ২৫৪গৰাকী। ৩ ফেব্ৰুৱাৰীত ৩.০৪ শতাংশলৈ কমিল আক্ৰান্তৰ সংখ্যা। কামৰূপ মহানগৰ জিলাত সেইদিনা ২৩৮ গৰাকী আক্ৰান্ত হৈছিল। ৪ ফেব্ৰুৱাৰীত ২.৬৭ শতাংশলৈ কমিল আক্ৰান্তৰ সংখ্যা। কামৰূপ মহানগৰ জিলাত সেইদিনা ১৬৫ গৰাকী আক্ৰান্ত হৈছিল। আনহাতে এই চাৰিদিনত আৰোগ্যৰ হাৰ উন্নীত হ’ল ৯৭.২৫ শতাংশলৈ। নিশ্চিতভাৱে মহামাৰীৰ এই ভয়াৱহ কালত এয়া ভাল খবৰ। আনহাতে সমগ্ৰ দেশতে কমিছে আক্ৰান্তৰ হাৰ।

জানুৱাৰীৰ অন্তিম সপ্তাহৰ পৰাই আক্ৰান্তৰ সংখ্যা কমিছে দেশত। শুকুৰবাৰে ৮ শতাংশলৈ কমিল আক্ৰান্তৰ হাৰ। আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত দেশৰ কেইবাখনো ৰাজ্যই পুনৰ শ্ৰেণীকোঠাত পাঠদান আৰম্ভ কৰিছে। দেশৰ ৰাজধানী দিল্লী আৰু উত্তৰপ্ৰদেশত ৭ ফেব্ৰুৱাৰীৰ পৰা আংশিকভাৱে শিক্ষানুষ্ঠান খোলাৰ সিদ্ধান্ত লৈছে অৰবিন্দ কেজৰিৱাল চৰকাৰে। দিল্লীত জিম খোলাৰো সিদ্ধান্ত লৈছে। একেদৰে নৈশ সান্ধ্য আইনৰ সময়ো হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী চৰকাৰে। এনে অৱস্থাত শীঘ্ৰেই দেশলৈ স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalcovid 19covid 19 indiahimanta biswa sharma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
Next Post
‘মা সৰস্বতীয়ে বৈষম্য নিবিচাৰে’, ‘হিজাব’ৰ সমৰ্থনত কংগ্ৰেছ নেতা ৰাহুল গান্ধী

‘মা সৰস্বতীয়ে বৈষম্য নিবিচাৰে’, ‘হিজাব’ৰ সমৰ্থনত কংগ্ৰেছ নেতা ৰাহুল গান্ধী

স্বাস্থ্যৰ দ্ৰুত অৱনতি; ICUত সংকটজনক অৱস্থাত লতা মংগেশকাৰ

স্বাস্থ্যৰ দ্ৰুত অৱনতি; ICUত সংকটজনক অৱস্থাত লতা মংগেশকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.