কোভিড ১৯ৰ চিকিৎসা পদ্ধতিত ব্যাপক পৰিৱৰ্তন। ঔষধৰ তালিকাৰ পৰা বাদ হাইড্ৰক্সিক্ল’ৰ’কুইন, ফ্যাভিপিৰাভিৰ। সামান্য উপসৰ্গ থকা ৰোগীৰ বাবে জ্বৰ, কাঁহৰ ঔষধেই যথেষ্ঠ। ষ্টেৰয়ডৰ ব্যাপক ব্যৱহাৰ ৰোধত গুৰত্ব আৰোপ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ