• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একেদিনাই ৫জনৰ মৃত্যুঃ মাস্ক, চেনিটাইজাৰ আকৌ কৰক ব্যৱহাৰ…

একেদিনাই ৫জনৰ মৃত্যুঃ মাস্ক, চেনিটাইজাৰ আকৌ কৰক ব্যৱহাৰ…

3 years ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

55 minutes ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

2 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

3 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

3 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

4 hours ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

5 hours ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

6 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

6 hours ago
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

7 hours ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

7 hours ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

8 hours ago
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

একেদিনাই ৫জনৰ মৃত্যুঃ মাস্ক, চেনিটাইজাৰ আকৌ কৰক ব্যৱহাৰ…

পুনৰ বিধ্বংসী ৰূপত আহিছে কোভিডৰ লহৰ

editor by editor
December 18, 2023
in ভাৰত
0
একেদিনাই ৫জনৰ মৃত্যুঃ মাস্ক, চেনিটাইজাৰ আকৌ কৰক ব্যৱহাৰ…
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ মাস্ক আৰু চেনিটাইজাৰৰ দিন আকৌ আহিল। পুনৰ বিধ্বংসী ৰূপত আহিছে কোভিডৰ লহৰ। শেহতীয়াকৈ দেশত কোভিডৰ নতুন ভেৰিয়েন্ট জে-ৱানত মৃত্যু হৈছে ৫গৰাকীকৈ ৰোগীৰ। যোৱা দেওবাৰৰ দিনটোত ৫গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৩০০ৰো অধিক লোকৰ দেহত দেওবাৰে ধৰা পৰে কোভিডৰ অৱস্থিতি। প্ৰাপ্ত খবৰ অনুসৰি, কোভিডৰ এই নতুন ভেৰিয়েন্টত মৃত্যু হোৱা ৫গৰাকী লোকৰেই বয়স ৭০ৰো অধিক। উল্লেখ কৰা প্ৰয়োজন যে, বৰ্তমান দেশত সক্ৰিয় অৱস্থাত আছে ১৮২৮গৰাকী কোভিড ৰোগী।

কোভিডৰ এই নতুন ভেৰিয়েন্টত আক্ৰান্ত হলে স্বাস্থ্যৰ কিদৰে অৱনতি ঘটে বা কোভিডৰ নতুন ভেৰিয়েন্টৰ লক্ষণসমূহৰ বিষয়ে জানো আহকঃ

  • এগৰাকী ব্যক্তি সঘনাই কাঁহি থাকে।
  • এগৰাকী ব্যক্তিয়ে ভাগৰ ভাগৰ অনুভৱ কৰে।
  • শৰীৰত প্ৰচণ্ড বিষ অনুভৱ কৰিব পাৰে এগৰাকী লোকে।
  • ডিঙিৰ বিষটো ভুগিব পাৰে এগৰাকী ব্যক্তি।
  • প্ৰচণ্ড চৰ্দিত আক্ৰান্ত হোৱাৰ লগতে উশাহ লোৱাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে।

কোভিডৰ প্ৰকোপ ক্ৰমান্বয়ে বৃদ্ধি পালে অচিৰেই চৰকাৰে কিছু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বুলিও চৰ্চা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?
বিনোদন

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

September 21, 2026
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!
অপৰাধ

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

September 21, 2026
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান
অপৰাধ

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

September 21, 2026
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ
অসম

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

September 21, 2026
Next Post
নতুন বছৰৰ উপহাৰঃ চৰকাৰী কৰ্মচাৰীলৈ আহিল ভাল খবৰ…

নতুন বছৰৰ উপহাৰঃ চৰকাৰী কৰ্মচাৰীলৈ আহিল ভাল খবৰ...

গৌৰৱ গগৈ আহোম, গতিকে হিমন্ত বিশ্ব শৰ্মাতকৈ তেওঁৰ Advantage বেছি…

গৌৰৱ গগৈ আহোম, গতিকে হিমন্ত বিশ্ব শৰ্মাতকৈ তেওঁৰ Advantage বেছি...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.