• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খেলি থকাৰ সময়তে খেলপথাৰত প্ৰাণ হেৰুৱালে ক্ৰিকেটাৰে, শোকৰ বন্যা

খেলি থকাৰ সময়তে খেলপথাৰত প্ৰাণ হেৰুৱালে ক্ৰিকেটাৰে, শোকৰ বন্যা

1 year ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

8 minutes ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

36 minutes ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

1 hour ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

2 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

3 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

4 hours ago
কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

কৰ্মচাৰীয়ে কেতিয়া লাভ কৰিব DA? আহিছে ডাঙৰ আপডেট

4 hours ago
কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

6 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

6 hours ago
খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

7 hours ago
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

7 hours ago
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

খেলি থকাৰ সময়তে খেলপথাৰত প্ৰাণ হেৰুৱালে ক্ৰিকেটাৰে, শোকৰ বন্যা

editor by editor
November 29, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
খেলি থকাৰ সময়তে খেলপথাৰত প্ৰাণ হেৰুৱালে ক্ৰিকেটাৰে, শোকৰ বন্যা
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

খেলি থকাৰ সময়তে খেলপথাৰত প্ৰাণ হেৰুৱালে ক্ৰিকেটাৰে, শোকৰ বন্যা

আজি ক্ৰিকেটৰ জগতত সংঘটিত হোৱা এক দুৰ্ঘটনাই সকলোফালে চাঞ্চল্যৰ সৃষ্টি কৰিছে। খেল পথাৰত খেলি থকাৰ সময়তে প্ৰাণ হেৰুৱালে এগৰাকী ক্ৰিকেটাৰে। যি ঘটনাৰ পাছতে শোকৰ বন্যা বৈছে ক্ৰিকেট মহলত। হৃদক্ৰিয়া বন্ধ হৈ নিহত হয় ক্ৰিকেটাৰগৰাকী।।

বৰ্তমান সময়ত হাৰ্ট এটেকৰ ঘটনা যথেষ্ট সঘন হোৱা দেখা গৈছে। শেহতীয়াকৈ লাইভ মেচৰ সময়তে এজন ৩৫ বছৰীয়া ক্ৰিকেটাৰৰ মৃত্যু হয়। এই ঘটনাই সকলোকে জোকাৰি গৈছে।

খেলখনৰ সময়ত ইমৰাণ পেটেল নামৰ এজন ক্ৰিকেটাৰ হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হয়। ক্ৰিকেটাৰৰ মৃত্যুৰ এই গোচৰটো পুনেত চলি থকা এখন লীগৰ সময়ত সংঘটিত হৈছিল।

ইমৰাণ পেটেলে লীগ মেচৰ বাবে অ’পেনিং বেটছমেন হিচাপে গাৰৱেৰ ষ্টেডিয়ামত প্ৰৱেশ কৰিছিল। কেইটামান অভাৰ খেলাৰ পাছতে ইমৰাণে আম্পায়াৰৰ কাষ চাপি বাওঁহাত আৰু বুকুৰ বিষ হোৱাৰ কথা উল্লেখ কৰে। যাৰ বাবে আম্পায়াৰেও ৰেষ্টৰ বাবে পঠিয়ায় ইমৰাণক।

কিন্তু পেভিলিয়নলৈ উভতি অহাৰ সময়তে খেলপথাৰতে অজ্ঞান হৈ পৰি যায় ইমৰাণ। এই সমগ্ৰ ঘটনা খেলপথাৰত থকা কেমেৰাত বন্দী হৈ ৰয়। মেচখনৰ লাইভ টেলিকাষ্টৰ সময়তে সকলোৱে দেখা পায় ইমৰাণ বাগৰি পৰা।

সেই বাগৰি পৰিয়েই হাৰ্ট এটেক হয় ইমৰাণৰ। ততাতৈয়াকৈ ইমৰাণক মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। পাছে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ইমৰাণৰ মৃত্যুৰ পিছত তেওঁৰ সতীৰ্থ নাছিৰ খানে কয় যে,- ইমৰাণৰ পূৰ্বৰ পৰা কোনো ৰোগ নাছিল। বৰঞ্চ শাৰীৰিক অৱস্থা অতি ভাল আছিল আৰু অবিৰতভাৱে বহু সময় ধৰি খেলি থাকিব পাৰিছিল। ইমৰাণ এজন ভাল অলৰাউণ্ডাৰো আছিল, এনেদৰে হঠাতে হোৱা মৃত্যুত এতিয়া সকলো স্তম্ভিত হৈছো। মৃত্যুৰ পূৰ্বে ইৰমানে জীৱনৰ শেষৰটো ইনিংছ খেলি ১৮ টা বলত ২২ ৰান কৰি যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cricketer DiedCrickter .Indian CricketLive Cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?
জীৱনশৈলী

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

April 9, 2026
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ
জীৱনশৈলী

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

April 9, 2026
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?
বিনোদন

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

April 9, 2026
Next Post
শিখা মজিন্দাৰ বৰুৱা সমুখেৰেই চোৰে নিছিল অগ্নিনাভ মন্দিৰৰ মূৰ্তি, পাছে ২৪ ঘণ্টা নহওঁতেই ধৰা পৰে চোৰ

শিখা মজিন্দাৰ বৰুৱা সমুখেৰেই চোৰে নিছিল অগ্নিনাভ মন্দিৰৰ মূৰ্তি, পাছে ২৪ ঘণ্টা নহওঁতেই ধৰা পৰে চোৰ

ৱাৰ্ম আপ মেছ এৰি হঠাতে নোহোৱা হ’ল বিৰাট-বুমৰাহ-ৰাহুল-জয়ছৱাল, সকলোৰে মনত ডাঙৰ প্ৰশ্ন !

ৱাৰ্ম আপ মেছ এৰি হঠাতে নোহোৱা হ'ল বিৰাট-বুমৰাহ-ৰাহুল-জয়ছৱাল, সকলোৰে মনত ডাঙৰ প্ৰশ্ন !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.