• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

4 months ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

18 minutes ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

47 minutes ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

2 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

3 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

3 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

4 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

5 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

5 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

7 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

7 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

7 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

editor by editor
December 5, 2025
in জীৱনশৈলী, বাণিজ্য
0
RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন বছৰৰ পূৰ্বেই ভাল খবৰ দিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই৷ মানিটাৰি পলিছি কমিটিৰ বৈঠকত ৰেপো ৰেট কমোৱাৰ সিদ্ধান্ত লৈছে RBI য়ে৷ শুকুৰবাৰে ২৫ বেচিচ পয়েণ্ট ৰেপো ৰেট কমোৱাৰ পথত কেন্দ্ৰীয় বেংক৷ আৰু ইয়াৰ পাছতেই আৰম্ভ হৈছে আলোচনাও৷ শীঘ্ৰেই সস্তা হব পাৰে গাড়ী আৰু ঘৰৰ ঋণ৷

বিশেষজ্ঞই জনাইছে যে ৰেপো ৰেট কমাৰ অৰ্থ হৈছে আৰ বি আইয়ে বেংকসমূহক যি সুদৰ হাৰত ঋণ দিয়ে সেই ঋণৰ হাৰ আৰু সস্তা হোৱা৷ ইয়াৰ ফলস্বৰূপে বেংকসমূহে গ্ৰাহকসকলৰ বাবে দীৰ্ঘম্যাদত লোন সস্তা কৰিব পাৰে৷ জানি থওক ১০ লাখ, ২০ লাখ আৰু ৫০ লাখৰ ঋণৰ ওপৰত ইয়াৰ প্ৰভাৱ কি হ’ব পাৰে? কিমান সস্তা হব পাৰে ঋণ?

১০ লাখৰ ঋণত ই এম আই কিমান হ’ব?

যদি কোনো ব্যক্তিয়ে ১০ লাখ টকাৰ গৃহঋণ বা বাহনৰ ঋণ লয় আৰু ইয়াৰ ম্যাদ যদি ২০ বছৰ হয় তেতিয়া ইএমআই কিমান হ’ব? ইয়াৰোপৰি বেংকে যদি ৯শতাংশ সুদৰ হাৰত এই ঋণ দিয়ে তেতিয়া সেই গ্ৰাহকৰ মাহিলী ইএমআই আছিল ১৭,৯৯৫ টকা৷ এতিয়া যিহেতু আৰ বি আইৰ ৰেপো ৰেট ২৫ বেচিছ পয়েণ্ট কমাইছে ফলত বেংকেও যদি একেধৰণে সুদ কমায় তেতিয়া সুদৰ হাৰ ৮.৭৫ শতাংশলৈ নামি আহিব৷ ইয়াৰ ফলত গ্ৰাহকৰ EMI ১৭,৬৭৪ টকা হব পাৰে৷ ইয়াৰ মানে হৈছে প্ৰতিমাহে EMI-ত ৩২১ টকা কমি যোৱা৷

২০ লাখৰ ঋণত EMI কিমান কমিব পাৰে?

ধৰি লোৱা হওক কোনো ব্যক্তিয়ে যদি ২০ লাখ টকাৰ গৃহ ঋণ বা বাহনৰ ঋণ লয় আৰু ইয়াৰ ম্যাদ যদি ২০ বছৰ হয় তেতিয়া ৯শতাংশ সুদৰ হাৰত মাহিলী ইএমআই আছিল ১৭,৯৯৫ টকা৷ কিন্তু এতিয়া যিহেতু RBIৰ ৰেপো ৰেট ২৫ বেছিচ পয়েণ্ট কমাইছে তেনেক্ষেত্ৰত বেংকেও যদি সুদ কমাই তেন্তে ঋণৰ সুদৰ হাৰ ৮.৭৫ শতাংশলৈ নামি আহিব৷ সেই অনুসৰি EMI হব ১৭,৬৭৪ টকা৷ ইয়াৰ অৰ্থ হৈছে প্ৰতিমাহে EMI-ত ৩২১ টকা কমি যোৱা৷

৫০ লাখ টকাৰ ঋণত EMI কিমান হ’ব?

ধৰি লোৱা হল কোনো ব্যক্তিয়ে ৩০ বছৰৰ ম্যাদত ৫০ লাখ টকাৰ ঋণ লৈছে৷ সুদৰ হাৰ আছে ৮.৫শতাংশ৷ তেনে ক্ষেত্ৰত বৰ্তমান তেওঁৰ EMI আছে ৩৮,৪৪৬ টকা৷ বেংকে সুদৰ হাৰ কমালে নতুন EMI হ’ব ৩৭,৫৬৩টকা৷ ইয়াৰ অৰ্থ মাহিলী কিস্তিৰ পৰিমাণ ৮৩৩ টকালৈ কমি যোৱা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!
বাণিজ্য

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

April 10, 2026
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?
জীৱনশৈলী

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

April 10, 2026
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!
জীৱনশৈলী

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

April 10, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!
জীৱনশৈলী

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

April 10, 2026
Next Post
২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ!  লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ! লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.