• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহি আছে মন্থাঃ ১১০ কিঃমিঃ বেগত বলিছে বতাহ, চাৰি ৰাজ্যৰ পৰা ৫০ হাজাৰ লোকক স্থানান্তৰ, বাতিল ১২০খন ৰে’ল, ৫২খন বিমান

আহি আছে মন্থাঃ ১১০ কিঃমিঃ বেগত বলিছে বতাহ, চাৰি ৰাজ্যৰ পৰা ৫০ হাজাৰ লোকক স্থানান্তৰ, বাতিল ১২০খন ৰে’ল, ৫২খন বিমান

4 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আহি আছে মন্থাঃ ১১০ কিঃমিঃ বেগত বলিছে বতাহ, চাৰি ৰাজ্যৰ পৰা ৫০ হাজাৰ লোকক স্থানান্তৰ, বাতিল ১২০খন ৰে’ল, ৫২খন বিমান

আহি আছে মন্থাঃ ১১০ কিঃমিঃ বেগত বলিছে বতাহ, চাৰি ৰাজ্যৰ পৰা ৫০ হাজাৰ লোকক স্থানান্তৰ, বাতিল ১২০খন ৰে’ল, ৫২খন বিমান

editor by editor
October 28, 2025
in জীৱনশৈলী
0
আহি আছে মন্থাঃ ১১০ কিঃমিঃ বেগত বলিছে বতাহ, চাৰি ৰাজ্যৰ পৰা ৫০ হাজাৰ লোকক স্থানান্তৰ, বাতিল ১২০খন ৰে’ল, ৫২খন বিমান
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শক্তি বাঢ়ি অন্ধ্ৰপ্ৰদেশৰ উপকূলৰ দিশে আগুৱাইছে ঘূৰ্ণিবতাহ ‘মন্থা’৷ মঙলবাৰে সন্ধিয়া অন্ধ্ৰপ্ৰদেশৰ মছলিপত্তনম আৰু কলিঙ্গপত্তনমৰ মাজত কাকিনাড়াৰৰ চুবুৰীয়া এলেকাত ভয়াৱহ প্ৰভাৱ পেলাব পাৰে মন্থাই৷ মন্থাৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে পশ্চিমবংগতো৷ ইতিমধ্যেই পশ্চিমবংগত আৰম্ভ হৈছে বৰষুণ আৰু ধুমুহাৰ৷ বতৰ বিজ্ঞানৰ তৰফৰ পৰা জাৰি কৰা হৈছে সতৰ্কতা৷

মঙলবাৰে নিশা অন্ধ্ৰপ্ৰদেসৰ উপকূলত সৰ্বোচ্চ ১১০ কিঃমিঃ গতিবেগত বলিছে ঘূৰ্ণিবতাহ৷ এই ঘূৰ্ণিবতাহে প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাইছে পশ্চিমবংগৰ ওপৰতো৷ অসমতো মন্থাৰ প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা৷ নামনি অসমত বিশেষ প্রভাৱ পেলাব পাৰে মন্থাই৷

মন্থাৰ প্ৰভাৱ অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, পশ্চিমবংগ আৰু ওড়িশাত সম্পূৰ্ণৰূপে পৰিব বুলি জনাইছে বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা৷ এই ৰাজ্যসমূহত ইতিমধ্যে আৰম্ভ হৈছে প্ৰচণ্ড বতাহ, বহু ঠাইত উভালি পৰিছে গছ৷ বৰষুণো আৰম্ভ হৈছে এইকেইখন ৰাজ্যত৷  এই ৰাজ্যসমূহৰ উপকূলীয় অঞ্চলৰ পৰা ৫০ হাজাৰৰো অধিক লোকক স্থানান্তৰ কৰা হৈছে৷ ইতিমধ্যে ১২০ খন ৰে’ল সোমবাৰ আৰু মঙলবাৰে বাতিল কৰা হৈছে৷ বিশাখাপট্টনম বিমানবন্দৰৰ পৰা ৩২খনকৈ বিমানো বাতিল কৰা হৈছে৷ একেদৰে বিজয়াৱাড়া বিমানবন্দৰৰ পৰা ১৬খন আৰু তিৰুপতি বিমানবন্দৰৰ পৰা ৪খন বিমান বাতিল কৰা হৈছে।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আগন্তুক ৩ দিন কেৰালা, কৰ্ণাটক, ছত্তীশগড়, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু ঝাৰখণ্ডতো বৰষুণৰ সম্ভাৱনা আছে৷ এই ঘূৰ্ণীবতাহৰ নাম ৰাখিছে থাইলেণ্ডে৷ ‘মন্থা’ থাই ভাষাত ইয়াৰ অৰ্থ সুগন্ধি ফুল। 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
১৪২ দিনৰ পাছত টোপনি ভাঙিছে নাৰায়ণৰ, শ্ৰীহৰিৰ কৃপাত মালামাল হ’ব এই ৪ৰাশি

১৪২ দিনৰ পাছত টোপনি ভাঙিছে নাৰায়ণৰ, শ্ৰীহৰিৰ কৃপাত মালামাল হ’ব এই ৪ৰাশি

বুধবাৰে ভগৱান গণেশৰ কৃপা লাভ কৰিব আপুনি, এই ৫ ৰাশিৰ উপাৰ্জন বৃদ্ধিৰ যোগ

বুধবাৰে ভগৱান গণেশৰ কৃপা লাভ কৰিব আপুনি, এই ৫ ৰাশিৰ উপাৰ্জন বৃদ্ধিৰ যোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.