• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুলাইত চৰকাৰী কৰ্মচাৰীৰ বৃদ্ধি  ডিএ পাব! কিমান শতাংশ বৃদ্ধি পাব এই ভাট্টা?

জুলাইত চৰকাৰী কৰ্মচাৰীৰ বৃদ্ধি ডিএ পাব! কিমান শতাংশ বৃদ্ধি পাব এই ভাট্টা?

4 years ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

12 minutes ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

47 minutes ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

1 hour ago
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

3 hours ago
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

3 hours ago
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

4 hours ago
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

4 hours ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

5 hours ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

5 hours ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

6 hours ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

7 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

জুলাইত চৰকাৰী কৰ্মচাৰীৰ বৃদ্ধি ডিএ পাব! কিমান শতাংশ বৃদ্ধি পাব এই ভাট্টা?

editor by editor
July 9, 2022
in বিবিধ, ভাৰত
0
জুলাইত চৰকাৰী কৰ্মচাৰীৰ বৃদ্ধি  ডিএ পাব! কিমান শতাংশ বৃদ্ধি পাব এই ভাট্টা?
0
SHARES
52.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২২ চনৰ জুলাই মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডিয়াৰনেছ ভাট্টাক লৈ সংবাদ মাধ্যমত বিভিন্ন বাতৰি প্ৰকাশ পাই আহিছে। ইয়াৰে কিছু প্ৰতিবেদনত ৫% আৰু ৬% বৃদ্ধি পাব বুলিও কোৱা হৈছে।

এই প্ৰতিবেদনসমূহে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে কিমান সত্য? সঁচাই কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ মৰগীয়া ভাট্টা ৬ শতাংশলৈ বৃদ্ধি পাব নে? এই বাতৰি কিমান তথ্যসমৃদ্ধ?

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে Dearness Allowance ৰ হাৰ মুদ্ৰাস্ফীতিৰ পৰিসংখ্যাৰ ওপৰত ভিত্তি কৰি গণনা কৰা হয়। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ওপৰত ভিত্তি কৰিহে কৰ্মচাৰীসকলৰ মৰগীয়া ভাট্টা কিমান শতাংশ বৃদ্ধি কৰা হ’ব তাৰ সিদ্ধান্ত লোৱা হয়৷ ঔদ্যোগিক শ্ৰমিকৰ বাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক (CPI-IW) ৰ ১২ মাহৰ গড়ৰ ওপৰত ভিত্তি কৰি ইয়াক গণনা কৰা হয়।

লগতে পঢ়ক বিয়াৰ পূৰ্বে গৰ্ভৱতী হৈছিল আলিয়া! খোলোচা কৰিলে কৰণ জহৰে!

২০২২ চনৰ জুলাই মাহৰ পৰা মৰগীয়া ভাট্টাও ২০২১ চনৰ জুলাইৰ পৰা ২০২২ চনৰ জুনলৈকে ভিত্তিত গণনা কৰা হ’ব। এতিয়া ডিএ গণনাৰ বাবে ২০২২ চনৰ জুন মাহৰ সূচকাংকহে জানিব লাগিব৷ এই চিপিআই-আইডব্লিউৰ হাৰৰ উৰ্ধমুখী আৰু নিম্নমুখী দুয়োটা পৰিৱৰ্তনৰ ওপৰত সৰ্বোচ্চ পৰিৱৰ্তন বিবেচনা কৰিলেও এতিয়াও দেখা যায় যে ডি এ ৩৮%হে হ’ব।

বৰ্তমান চিপিআই আইডব্লিউ হৈছে ১২৯। ৩৯% ডিএ হ’বলৈ হ’লে ২০২২ চনৰ জুন মাহৰ বাবে চিপিআই আইডব্লিউ ১৩৬.১ত উপণীত হ’ব লাগিব৷ কিন্তু এতিয়াও তাতকৈ ৭.১ পইণ্ট কম হৈ আছে৷ এতিয়াই ১৩৬.১ সূচাংক স্পৰ্শ কৰাটো অসম্ভৱ বুলি কোৱা হৈছে৷ গতিকে মৰগীয়া ভাট্টা ৫ৰ পৰা ৬%  বৃদ্ধি পোৱাটো সম্ভৱ নহয় বুলিয়েই ক’ব পাৰি৷

ষ্টাফকৰ্নাৰে ৰিপ’ৰ্টৰ মতে ২০২২ চনৰ ১ জুলাইৰ পৰা ডিয়াৰনেছ ভাট্টা ৩৮% হোৱাৰ সম্ভাৱনা আছে৷ অৰ্থাৎ ৫ৰ পৰা ৬% নহয়, ৪% বৃদ্ধি হোৱাৰহে সম্ভাৱনা আছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 7th Pay Commissionasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamDA hike
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ
ভাৰত

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

September 16, 2026
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ
নিয়োগ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

September 16, 2026
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?
অসম

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

September 16, 2026
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক
জীৱনশৈলী

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

September 16, 2026
Next Post
অতি আশ্চৰ্যম! ২০ বছৰ ধৰি ঋতুস্ৰাৱ পুৰুষৰ! পুৰুষৰ শৰীৰত জৰায়ু

অতি আশ্চৰ্যম! ২০ বছৰ ধৰি ঋতুস্ৰাৱ পুৰুষৰ! পুৰুষৰ শৰীৰত জৰায়ু

চৰকাৰী কৰ্মচাৰীৰ বাবে তিনিটা বৃহৎ ঘোষণা! কি কি খবৰ লাভ কৰিব কৰ্মচাৰীসকলে?

চৰকাৰী কৰ্মচাৰীৰ বাবে তিনিটা বৃহৎ ঘোষণা! কি কি খবৰ লাভ কৰিব কৰ্মচাৰীসকলে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.