• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতি আশ্চৰ্যম! ২০ বছৰ ধৰি ঋতুস্ৰাৱ পুৰুষৰ! পুৰুষৰ শৰীৰত জৰায়ু

অতি আশ্চৰ্যম! ২০ বছৰ ধৰি ঋতুস্ৰাৱ পুৰুষৰ! পুৰুষৰ শৰীৰত জৰায়ু

4 years ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

52 minutes ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

1 hour ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

2 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

3 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

4 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

4 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

5 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

5 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

7 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

8 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অতি আশ্চৰ্যম! ২০ বছৰ ধৰি ঋতুস্ৰাৱ পুৰুষৰ! পুৰুষৰ শৰীৰত জৰায়ু

editor by editor
July 9, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
অতি আশ্চৰ্যম! ২০ বছৰ ধৰি ঋতুস্ৰাৱ পুৰুষৰ! পুৰুষৰ শৰীৰত জৰায়ু
0
SHARES
14.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যুৱকজনৰ প্ৰস্ৰাৱৰ লগে লগে তেজ ওলাইছিল। আৰু লগতে তীব্ৰ পেটৰ বিষ হৈছিল। মাহে মাহে এই সমস্যাৰ সন্মুখীন হৈ অহাৰ পিছতে যুৱকজনে চিকিৎসকৰ কাষ চাপিবলৈ সিদ্ধান্ত লয়৷

চিকিৎসকৰ কাষ চপাৰ পিছতে যুৱকজনৰ লগতে চিকিৎসকৰো চকু কপালত উঠে৷ চিকিৎসকে পৰাক্ষী কৰি গম পালে যে যুৱকজনৰ শৰীৰত ডিম্বাশয় আৰু জৰায়ুও আছে৷ পুৰুষৰ শৰীৰত ডিম্বাশয় আৰু জৰায়ুৰ উপস্থিতি দেখা পাই চিকিৎসকৰো চকু কপালত উঠে। এইটো কেনেকৈ সম্ভৱ বুলি ভাবে চিকিৎসকে ইয়াৰ পিছতে যুৱকজনৰ স্বাস্থ্য পৰীক্ষা কৰে৷

এই ৩৩ বছৰ ধৰি পুৰুষজন হৈছে দক্ষিণ-পশ্চিম চীনৰ চিচুৱান প্ৰদেশৰ বাসিন্দা চেন৷ শৰীৰত ডিম্বাশয় আৰু জৰায়ুৰ উপস্থিতি ধৰা পৰা পিছতে তেওঁৰ ক্ৰ’মজমৰ পৰীক্ষা কৰা হয়৷ ক্ৰ’ম’জম পৰীক্ষা কৰি চিকিৎসকে নিশ্চিত হয় যে তেওঁ আচলতে এগৰাকী নাৰীহে৷

লগতে পঢ়ক সাফল্যৰ শিখৰত তিনি ভাৰতীয় LGBTQৰ লোক, কোন এই তিনিগৰাকী লোক?

আনহাতে প্ৰস্ৰাৱৰ সমস্যাত ভুগি অহাৰ বাবে চেনৰ কৈশোৰ কালতে এক অস্ত্ৰোপচাৰ কৰা হৈছিল৷ আৰু তেতিয়াৰ পৰাই প্ৰতি মাহে কিছুমান নিৰ্দিষ্ট সময়ত চেনৰ প্ৰস্ৰাৱৰ সৈতে তেজ ওলাবলৈ ধৰিলে।

শেহতীয়াকৈ চিকিৎসকে প্ৰকাশ কৰিছে যে চেনৰ শৰীৰত মহিলা যৌন ক্ৰম’জম আছে। কেৱল সেয়াই নহয়, তেওঁৰ শৰীৰত নাৰী প্ৰজনন অংগৰ উপস্থিতিও পোৱা গৈছিল। আনকি চেনৰ শৰীৰ পুৰুষৰ যৌন হৰম’নৰে উপস্থিতি আছে, অৱশ্যে সেয়া যথেষ্ট পৰিমাণে কম।

লগতে পঢ়ক বিয়াৰ পূৰ্বে গৰ্ভৱতী হৈছিল আলিয়া! খোলোচা কৰিলে কৰণ জহৰে!

চিকিৎসকে চেনৰ শৰীৰটো পৰীক্ষা কৰি গম পাব পাৰে যে তেওঁ জন্মৰ পৰাই উভলিংগী। তেওঁৰ শৰীৰত পুৰুষ-মহিলা উভয়ৰে প্ৰজনন অংগ আছে। প্ৰস্ৰাৱৰ লগত তেওঁৰ ৰক্তক্ষৰণৰ কাৰণ হ’ল ঋতুস্ৰাৱ।

এই সকলোবোৰ জানি চেনে নিজৰ শৰীৰৰ পৰা জৰায়ু আৰু ডিম্বাশয় আঁতৰোৱাৰ সিদ্ধান্ত ল’লে। জটিল অস্ত্ৰোপচাৰৰ জৰিয়তে সেয়া সম্ভৱ কৰি তোলাও হ’ল। চেনে এতিয়া পুৰুষৰ দৰে জীয়াই থাকিব পাৰিব। অৱশ্যে তেওঁৰ যৌন জীৱন ইমান সুখদায়ক নহ’ব। শুক্ৰাণু উৎপন্ন কৰাৰ ক্ষমতা নথকাৰ বাবে তেওঁ কেতিয়াও পিতৃ হ’ব নোৱাৰিব।

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

September 10, 2026
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!
জীৱনশৈলী

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

September 10, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

September 10, 2026
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক
জীৱনশৈলী

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

September 10, 2026
Next Post
চৰকাৰী কৰ্মচাৰীৰ বাবে তিনিটা বৃহৎ ঘোষণা! কি কি খবৰ লাভ কৰিব কৰ্মচাৰীসকলে?

চৰকাৰী কৰ্মচাৰীৰ বাবে তিনিটা বৃহৎ ঘোষণা! কি কি খবৰ লাভ কৰিব কৰ্মচাৰীসকলে?

ঈদ-উদ-জোহাৰ সমূহীয়া নামাজ

ঈদ-উদ-জোহাৰ সমূহীয়া নামাজ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.