• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়াৰ পূৰ্বে গৰ্ভৱতী হৈছিল আলিয়া! খোলোচা কৰিলে কৰণ জহৰে!

বিয়াৰ পূৰ্বে গৰ্ভৱতী হৈছিল আলিয়া! খোলোচা কৰিলে কৰণ জহৰে!

4 years ago
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

1 hour ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

2 hours ago
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

2 hours ago
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

3 hours ago
২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

4 hours ago
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

4 hours ago
কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

4 hours ago
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

5 hours ago
আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

5 hours ago
এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

6 hours ago
শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

6 hours ago
ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বিয়াৰ পূৰ্বে গৰ্ভৱতী হৈছিল আলিয়া! খোলোচা কৰিলে কৰণ জহৰে!

editor by editor
July 9, 2022
in চিনেমা, জীৱনশৈলী, বিবিধ
0
বিয়াৰ পূৰ্বে গৰ্ভৱতী হৈছিল আলিয়া! খোলোচা কৰিলে কৰণ জহৰে!
0
SHARES
70.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়াৰ পিছত এতিয়া সৰ্বাধিক চৰ্চাৰ বিষয়টো হৈছে আলিয়াৰ গৰ্ভাৱস্থা৷ দুদিনমান পূৰ্বে আলিয়া ভাটে সামাজিক মাধ্যমত ছ’নোগ্ৰাফি কৰি থকা এখন ফ’টো শ্বেয়াৰ কৰি গৰ্ভৱতী হোৱাৰ কথা প্ৰকাশ কৰিছিল৷

এই খবৰ বিয়পি পৰাৰ লগে লগে লক্ষ্য লক্ষ্য অনুৰাগীয়ে আলিয়া ভাটক অভিনন্দন জ্ঞাপন কৰে৷ ইয়াৰ সমান্তৰালভাৱে একাংশই আলিয়া ভাটক ট্ৰ’ল কৰিবলৈও ধৰে৷ বিশেষকৈ বিবাহৰ মাত্ৰ দুটা মাহৰ ভিতৰতে আলিয়া গৰ্ভৱতী হোৱা বুলিয়েই একাংশই অভিনেত্ৰীগৰাকীৰ ট্ৰ’ল কৰিবলৈ ধৰে৷

ইফালে এইদৰে ট্ৰল কৰাসকলক অন্য একাংশ নেট-নাগৰিকে স্বাধীনতাৰ প্ৰশংগটো আনি তেওঁলোকক প্ৰত্যাক্ৰমণ কৰাও দেখা যায়৷ আলিয়া ভাটৰ গৰ্ভৱাস্থাক লৈ দুই পক্ষৰ যুযুধান পৰিস্থিতিৰ মাজতে এইবাৰ মুখ খুলিছে বলিউদৰ ছবি নিৰ্মাতা-নিৰ্দেশক কৰণ জহৰে৷

লগতে পঢ়ক এখন অদ্ভুত গাঁও, অধিকাংশ সন্তানেই যমজ! বিজ্ঞানীও আচৰিত, ক’ত এই গাঁও?

কৰণ জোহৰে মুখ খুলি এইবাৰ যেন জ্বলা জুইত ঘৃতাহুতিহে ঢালি দিলে৷ ইফালে কৰণ জহৰ নিজৰ এটা শ্ব’ ‘কফি উইথ কৰণ’ত এইবাৰ ৰণবীৰ সিঙৰ সৈতে আলিয়া ভাটে অংশগ্ৰহণ কৰিছে৷

ইপালে ই টাইমছৰ এটা সাক্ষাৎকাৰত কৰণ জহৰে আলিয়াই তেওঁৰ কাৰ্যালয়লৈ গৈ তেওঁক গৰ্ভৱতী হোৱাৰ খবৰটো দিয়া বুলিও কয়৷

সাক্ষাৎকাৰটোত কৰণ জোহৰে অন্যান্য প্ৰসংগৰ লগতে আলিয়া ভাটৰ গৰ্ভতী হোৱাৰ প্ৰসংগটোও উল্লেখ কৰে৷

লগতে পঢ়ক পুৰুষৰ বাবে বৃহৎ সকাহ! বিবাহৰ প্ৰতিশ্ৰুতিৰে কৰা যৌন সম্পৰ্ক ধৰ্ষণ নহয়

‘এতিয়া মানুহে অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে যে বিয়াৰ আগতেই ভুলতে আলিয়াৰ গৰ্ভধাৰণ নিশ্চিত কৰিছে বুলি কৈ কৰণে ইটাইমছত নিজৰ প্ৰতিক্ৰিয়া কৰণে কয়, ‘‘মই কান্দিবলৈ ধৰিলোঁ। তেওঁ মোৰ অফিচলৈ আহিছিল। মনত আছে ভাল, মই ‘বেড হেয়াৰ ডে’ পাতিছিলো।’’

কৰণ জহৰে লগতে কয় ‘‘আৰু মই হুডি পিন্ধি টুপী পিন্ধি বহি আছিলো। আৰু তেওঁ মোক এই কথা ক’লে। আৰু শুনিয়ে মই আৱেগিক হৈ পৰিলো, মোৰ চকুলো বৈ আহিল আৰু তেওঁ আগবাঢ়ি আহি মোক তেনেকৈ সাৱটি ধৰিলে৷ মই বিশ্বাস কৰিব পৰা নাছিলো তুমি মাতৃ হ’বলৈ গৈ আছা! মোৰ এনেকুৱা লাগিছিল যে নিজৰ সন্তানে মাতৃ হ’বলৈ গৈ আছে৷’’

কৰণ জহৰে এই কথা প্ৰকাশ কৰাৰ পিছত হয়তো পুনৰ এবাৰ আলিয়া ভাটক নেট-নাগৰিকসকলে ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিবলৈ আৰম্ভ কৰিব৷ অৰ্থাৎ কৰণ জহৰে পুনৰ আলিয়াক ট্ৰ’লাৰসকলৰ সন্মুখলৈ আগবঢ়াই দিলে!

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Alia Bhatalia bhatt pregnantasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRanbir kapoor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই
খাদ্য

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

May 13, 2026
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

May 13, 2026
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই
জীৱনশৈলী

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

May 13, 2026
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?
জীৱনশৈলী

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

May 13, 2026
Next Post
সাফল্যৰ শিখৰত তিনি ভাৰতীয় LGBTQৰ লোক, কোন এই তিনিগৰাকী লোক?

সাফল্যৰ শিখৰত তিনি ভাৰতীয় LGBTQৰ লোক, কোন এই তিনিগৰাকী লোক?

জুলাইত চৰকাৰী কৰ্মচাৰীৰ বৃদ্ধি  ডিএ পাব! কিমান শতাংশ বৃদ্ধি পাব এই ভাট্টা?

জুলাইত চৰকাৰী কৰ্মচাৰীৰ বৃদ্ধি ডিএ পাব! কিমান শতাংশ বৃদ্ধি পাব এই ভাট্টা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.