• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশত নিষিদ্ধ কৰা হ’ব পেট্ৰল! কেনেকৈ চলিব গাড়ী-মটৰ?

দেশত নিষিদ্ধ কৰা হ’ব পেট্ৰল! কেনেকৈ চলিব গাড়ী-মটৰ?

4 years ago
সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

5 hours ago
মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

5 hours ago
অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

6 hours ago
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

6 hours ago
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

7 hours ago
‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

8 hours ago
CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

8 hours ago
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

10 hours ago
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

11 hours ago
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

12 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

13 hours ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দেশত নিষিদ্ধ কৰা হ’ব পেট্ৰল! কেনেকৈ চলিব গাড়ী-মটৰ?

editor by editor
July 9, 2022
in ভাৰত
0
দেশত নিষিদ্ধ কৰা হ’ব পেট্ৰল! কেনেকৈ চলিব গাড়ী-মটৰ?
0
SHARES
683
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ বহু ৰাজ্যত পেট্ৰল মূল্যই শতক অতিক্ৰম কৰিছে৷ ডিজেলৰ মূল্যইও শতক স্পৰ্শ কৰাৰ দিশে দূৰন্ত গতিত ধাৱমান৷ মুঠতে ইন্ধনজাত সামগ্ৰীয়ে দেশৰ জনসাধাৰণৰ কঁকালত মাধমাৰ শোধাইছে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে ইন্ধনজাত সামগ্ৰীৰ মূল্যই নহয় নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰীৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই৷ সকলো দিশতে মোদীৰ কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ হৈছে৷ জনসাধাৰণে ইয়াৰ বিৰুদ্ধে গৰজি উঠিলেও চৰকাৰ নিশ্চুপ হৈ বহি আছে৷

ঠিক তেনে সময়তে কেন্দ্ৰৰ পথ পৰিহবণ মন্ত্ৰী নীতিন গাডকাড়ীয়ে ঘোষণা কৰিছে যে দেশত পেট্ৰল নিষিদ্ধ কৰা হ’ব৷

লগতে পঢ়ক পুৰুষৰ বাবে বৃহৎ সকাহ! বিবাহৰ প্ৰতিশ্ৰুতিৰে কৰা যৌন সম্পৰ্ক ধৰ্ষণ নহয়

যোৱা বৃহস্পতিবাৰে ডঃ পঞ্জাব্ৰাও দেশমুখ কৃষি বিশ্ববিদ্যালয়ৰ ৩৬ সংখ্যক সমাৱৰ্তনত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে কয় যে অনাগত সময়ত দেশত পেট্ৰল নিষিদ্ধ কৰা হ’ব৷ অহা ৫ বছৰত দেশত পেট্ৰ’ল শেষ হ’ব বুলিও তেওঁ কয়৷

ইফালে, ইথানলৰ সন্দৰ্ভত এক সিদ্ধান্তৰ ফলত দেশৰ ২০ হাজাৰ কোটি টকা ৰাহি হৈছে বুলিও কয় গাডকাৰীয়ে। অদূৰ ভৱিষ্যতে দুচকীয়া আৰু চাৰিচকীয়া বাহনখন গ্ৰীণ হাইড্ৰ’জেন, ইথানল আৰু চিএনজিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হ’ব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বিদৰ্ভৰ পৰা বাংলাদেশলৈ কপাহ ৰপ্তানি কৰাৰ পৰিকল্পনা আছে, যাৰ বাবে বিশ্ববিদ্যালয়সমূহৰ সহযোগিতা প্ৰয়োজন। বিদৰ্ভত কৃষকৰ আত্মহত্যা ৰোধ কৰাত বিশ্ববিদ্যালয়সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

লগতে পঢ়ক ৰকেট্ৰি: দ্য নাম্বি ইফেক্ট, এইখন কাৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি?

কেন্দ্ৰীয় মন্ত্ৰী গডকাৰীয়ে লগতে কয় যে এতিয়া বিদৰ্ভত নিৰ্মিত বায়’-ইথানল বাহনত ব্যৱহাৰ কৰা হৈছে। কুঁৱাৰ পানীৰ পৰা সেউজীয়া হাইড্ৰ’জেন তৈয়াৰ কৰিব পাৰি আৰু ইয়াক প্ৰতি কেজি ৭০ টকাত বিক্ৰী কৰিব পাৰি।

গাডকাৰীৰ মতে কেৱল ঘেঁহু, ধান, কুঁহিয়াৰ আদি পৰম্পৰাগত শস্য খেতি কৰিলেই কৃষকৰ ভৱিষ্যত উজ্জ্বল হ’ব নোৱাৰে। এতিয়া খেতিয়কে ইয়াৰ বাহিৰেও কিবা এটা কৰিব লাগিব। গাডকাৰীয়ে কয় যে এতিয়া কৃষকসকল শক্তি দাতাৰ লগতে খাদ্য দাতা হোৱাৰ প্ৰয়োজন আছে।

উক্ত সমাবৰ্তনে কৃষি বিশ্ববিদ্যালয়খনে গাডকাৰীক ‘বিজ্ঞান শাখাত ডক্টৰ’ৰ উপাধিও প্ৰদান কৰে। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আৰু বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰ ভগত সিং কোশ্বাৰীয়ে সভাপতিত্ব কৰে এই কাৰ্যসূচী।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assampetrol banPetrol ban in indiaUnion Minister Nitin Gadkari
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ
উত্তৰ-পূব

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

July 30, 2026
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?
অপৰাধ

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

July 30, 2026
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ
ৰাজনীতি

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

July 30, 2026
‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’
ৰাজনীতি

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

July 30, 2026
Next Post
বিয়াৰ পূৰ্বে গৰ্ভৱতী হৈছিল আলিয়া! খোলোচা কৰিলে কৰণ জহৰে!

বিয়াৰ পূৰ্বে গৰ্ভৱতী হৈছিল আলিয়া! খোলোচা কৰিলে কৰণ জহৰে!

সাফল্যৰ শিখৰত তিনি ভাৰতীয় LGBTQৰ লোক, কোন এই তিনিগৰাকী লোক?

সাফল্যৰ শিখৰত তিনি ভাৰতীয় LGBTQৰ লোক, কোন এই তিনিগৰাকী লোক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.