• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিষাক্ত বেজী দিওতেও মৃত্যু নহ’ল! নতুন উপায়েৰে প্ৰথমটো মৃত্যুদণ্ড দিয়া হ’ব আমেৰিকাৰ এই কয়দীক। কি এই নতুন উপায়, সবিশেষ…

বিষাক্ত বেজী দিওতেও মৃত্যু নহ’ল! নতুন উপায়েৰে প্ৰথমটো মৃত্যুদণ্ড দিয়া হ’ব আমেৰিকাৰ এই কয়দীক। কি এই নতুন উপায়, সবিশেষ…

3 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

5 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

6 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

7 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

7 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

8 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

9 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

10 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

10 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

10 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

11 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

11 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

বিষাক্ত বেজী দিওতেও মৃত্যু নহ’ল! নতুন উপায়েৰে প্ৰথমটো মৃত্যুদণ্ড দিয়া হ’ব আমেৰিকাৰ এই কয়দীক। কি এই নতুন উপায়, সবিশেষ…

editor by editor
December 1, 2022
in অপৰাধ, বিশ্ব
0
বিষাক্ত বেজী দিওতেও মৃত্যু নহ’ল! নতুন উপায়েৰে প্ৰথমটো মৃত্যুদণ্ড দিয়া হ’ব আমেৰিকাৰ এই কয়দীক। কি এই নতুন উপায়, সবিশেষ…
0
SHARES
32.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আচৰিত হ’লেও এয়া সত্য ঘটনা। এজন কয়দীৰ সৌভাগ্য নে এয়া দুৰ্ভাগ্য সেই কথা হঠকাই কোৱা টান। সম্প্ৰতি মৃত্যুদণ্ডৰ আদেশ দিয়া এই কয়দীজন আমেৰিকাৰ বাসিন্দা এলেন ইউজিন মিলাৰ। নৃশংস এক হত্যাৰ অপৰাধত কাৰাবন্দী এলেন। এলেনে সম্প্ৰতি বিশ্বতেই চৰ্চা লাভ কৰিছে কিয়নো এলেনক মৃত্যুদণ্ড দিবলৈ গৈ বিফল হৈছে কাৰাগাৰ কৰ্তৃপক্ষই। মৃত্যুদণ্ডৰ উপায়ে কাম কৰা নাই এলেনৰ ওপৰত। এলেনক মৃত্যুদণ্ড দিবৰ বাবেই সেয়ে কাৰাগাৰ কৰ্তৃপক্ষই উদ্ভাৱন কৰিছে নতুন নিয়ম। যি নিয়ম পূৰ্বে কোনো অপৰাধীৰ ওপৰতেই ক’তোৱেই প্ৰয়োগ কৰা হোৱা নাই।

বৰ্তমান আমেৰিকাৰ এলবামা ৰাজ্যৰ এখন কাৰাগাৰত বন্দী হৈ আছে এলেন। এলেনৰ বিৰুদ্ধে তিনিটাকৈ হত্যাকাণ্ডৰ অভিযোগ আছে। আটাইকেইটা অভিযোগেই সত্য প্ৰমাণিত হোৱাত এলেনক মৃত্যুদণ্ডৰ আদেশ দিছে আদালতে। কাৰাগাৰ কৰ্তৃপক্ষই লোৱা সিদ্ধান্ত অনুসৰি এলেনৰ বিষাক্ত বেজী দি মৃত্যুদণ্ড দিয়াৰ কথা ঘোষণা কৰিছিল কাৰাগাৰ কৰ্তৃপক্ষই। কৰ্তৃপক্ষই সিদ্ধান্ত মৰ্মেই এলেনৰ শৰীৰত বিষাক্ত বেজী নিক্ষেপ কৰি এলেনৰ মৃত্যুলৈ অপেক্ষা কৰে। বেজী দিওতে কেৱল এবাৰেই বিষ শৰীৰত দি দিয়া হৈছিল এনে নহয়। মুঠ তিনিবাৰ বিষ দিয়া হৈছিল এলেনৰ শৰীৰত। তিনিটা বেজীৰ এটাত শৰীৰ অৱশ কৰাৰ ঔষধ থকাৰ লগতে আন এটাত সংজ্ঞাহীন কৰাৰ ঔষধ আৰু একেবাৰে শেষৰটো বেজীত বিষ দিয়া হয়। এনেদৰে এটা এটাকৈ তিনিটা বেজী দিয়াৰ অন্তত যন্ত্ৰণাত চিৎকাৰ কৰি উঠিছিল এলেনে। চিকিৎসক তথা কাৰাগাৰ কৰ্তৃপক্ষই অপেক্ষা কৰি আছিল শেষৰটো মুহূৰ্তৰ বাবে। কিন্তু অপেক্ষাৰ অন্ততো সেই সময় নাহিল।

এলেনৰ হৈ আদালতত যুঁজ দি থকা অধিবক্তাই এই কাৰ্যৰ বিৰোধীতা কৰিছে। বেজী দি এলেনক হত্যা কৰিব খোজাটো উচিত নহয়। বহু দেশতেই এনেদৰে বিষাক্ত বেজী দি মৃত্যুদণ্ড দিয়াটো নিষিদ্ধ ঘোষণা কৰা হৈছে। অধিবক্তাৰ এই দাবীৰ পাছতেই এলেনৰ মৃত্যুদণ্ডৰ নিয়ম সলনি কৰিছে কাৰাগাৰে। বিষাক্ত বেজী দিয়াৰ পৰিবৰ্তে নতুন উপায়েৰে এলেনক মৃত্যুদণ্ড দিয়া হ’ব বুলি জনাইছে কাৰাগাৰ কৰ্তৃপক্ষই।

কৰ্তৃপক্ষই জনোৱামতে এইবাৰ এলেনক বিষাক্ত নাইট্ৰজেন হাইপোক্সিয়া গেছ প্ৰয়োগ কৰি মৃত্যুদণ্ড দিয়া হ’ব। এই গেছ প্ৰয়োগ কৰি পূৰ্বে কাকোৱেই মৃত্যুদণ্ড দিয়া হোৱা নাই। বৰ্তমানলৈ এই গেছ প্ৰয়োগ কৰাৰ বাবে বৈধ অনুমতি কাকোৱেই দিয়া হোৱা নাই। কাৰাগাৰ কৰ্তৃপক্ষই জনোৱা মতে অচেতন কৰি এলেনৰ মুখত এই গেছ মাস্ক লগাই দিয়া হ’ব। সেই গেছ উশাহত গ্ৰহণ কৰিলে এলেনৰ দেশত অক্সিজেনৰ মাত্ৰা কমি শূন্য হৈ অৱশেষত মৃত্যু হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত
জীৱনশৈলী

ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

March 26, 2026
এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?
জীৱনশৈলী

এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

March 25, 2026
হৰমুজ খুলিব লাগিব, ১৫টা চৰ্ত বান্ধি যুদ্ধ বিৰতিৰ অফাৰ ট্ৰাম্পৰ, ৰাজী হ’ব নে ইৰান?
জীৱনশৈলী

হৰমুজ খুলিব লাগিব, ১৫টা চৰ্ত বান্ধি যুদ্ধ বিৰতিৰ অফাৰ ট্ৰাম্পৰ, ৰাজী হ’ব নে ইৰান?

March 25, 2026
Next Post
অহংকাৰ হ’লগৈ লজ্জাৰহে কাৰণ! ফিফা বিশ্বকাপত ভাৰতীয়ৰ নাম ডুবালে ন’ৰা ফাতেহীয়ে, কিন্তু কি কৰিছিল ন’ৰাই? সবিশেষ…

অহংকাৰ হ’লগৈ লজ্জাৰহে কাৰণ! ফিফা বিশ্বকাপত ভাৰতীয়ৰ নাম ডুবালে ন’ৰা ফাতেহীয়ে, কিন্তু কি কৰিছিল ন’ৰাই? সবিশেষ...

১০ নম্বৰ জাৰ্ছী মানেই সফলতা! মেছি, নেইমাৰ, পেলে, মাৰাডোনাৰ পৰা শচীন তেণ্ডুলকাৰলৈ সফল খেলুৱৈৰ জাৰ্ছী নম্বৰ ১০ কিয়?

১০ নম্বৰ জাৰ্ছী মানেই সফলতা! মেছি, নেইমাৰ, পেলে, মাৰাডোনাৰ পৰা শচীন তেণ্ডুলকাৰলৈ সফল খেলুৱৈৰ জাৰ্ছী নম্বৰ ১০ কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.