• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোদীৰ ৰাজ্যত এতিয়াও অন্ত পৰা নাই দলং দুৰ্ঘটনাৰ নিহতৰ সংখ্যা

মোদীৰ ৰাজ্যত এতিয়াও অন্ত পৰা নাই দলং দুৰ্ঘটনাৰ নিহতৰ সংখ্যা

12 months ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

6 minutes ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

31 minutes ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

3 hours ago
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

3 hours ago
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

4 hours ago
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

5 hours ago
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

6 hours ago
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

7 hours ago
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

7 hours ago
ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

8 hours ago
৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

8 hours ago
আপোনাৰ দিনটো আজি কেনে যাব?

আপোনাৰ দিনটো আজি কেনে যাব?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মোদীৰ ৰাজ্যত এতিয়াও অন্ত পৰা নাই দলং দুৰ্ঘটনাৰ নিহতৰ সংখ্যা

editor by editor
July 10, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
মোদীৰ ৰাজ্যত এতিয়াও অন্ত পৰা নাই দলং দুৰ্ঘটনাৰ নিহতৰ সংখ্যা
0
SHARES
269
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মোদীৰ ৰাজ্যত এতিয়াও অন্ত পৰা নাই দলং দুৰ্ঘটনাৰ নিহতৰ সংখ্যা

গুজৰাটত বদোদৰা আৰু আনন্দ সংযোগী দলং খহি পৰাৰ পিছত এতিয়ালৈকে মহিসাগৰ নদীৰ পৰা ১৫ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰে দুটা মৃতদেহ বৃহস্পতিবাৰে নদীৰ পৰা উলিয়াই অনা হয়।

বুধবাৰে সংঘটিত হোৱা এই দুৰ্ঘটনাৰ বুধবাৰেই ১৩টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল। এই দুৰ্ঘটনাত একেটা পৰিয়ালৰ কেইবাজনো সদস্যই প্ৰাণ হেৰুৱাইছে।

বদোদৰাৰ কালেক্টৰ অনিল ধামেলিয়াই কয় যে এতিয়াও কমেও তিনিজন লোক সন্ধানহীন হৈ আছে। এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে নদীখনত এতিয়াও জীৱিত বা নিহত লোকৰ মৃতদেহৰ সন্ধান চলাই আছে। ধামেলিয়াই কয়, এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে নদীখনৰ তলৰ ৪ কিলোমিটাৰ পৰ্যন্ত অনুসন্ধান অভিযান চলাই আছে।

গুজৰাটৰ মন্ত্ৰী ঋষিকেশ পেটেলে কয় যে ১৯৮৫ চনতে নিৰ্মাণ কৰা দলংখন সময়ে সময়ে ৰিনোভেশ্যন কৰা হৈছিল। কিন্তু তাপ পাছতে এই ঘটনা সংঘটিত হোৱাৰ বাবে এই ঘটনাৰ আঁৰৰ সঠিক কাৰণৰ তদন্ত কৰা হ’ব। প্ৰায় ৯০০ মিটাৰ দৈৰ্ঘ্যৰ গম্ভীৰা দলংখনৰ ২৩টা স্তম্ভ আছে আৰু ই গুজৰাটৰ বদোদৰা আৰু আনন্দ জিলাক সংযোগ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BadodaraBridge Collapsgujrat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!
জীৱনশৈলী

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

June 26, 2026
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট
বাণিজ্য

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

June 26, 2026
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি
ৰাজনীতি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

June 26, 2026
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব
জীৱনশৈলী

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

June 26, 2026
Next Post
হিমাচলত বৰষুণৰ তাণ্ডৱ, এতিয়ালৈ ৯০ জনে হেৰুৱালে প্ৰাণ, ১২৬ আহত, সন্ধান নাই বহুজনৰ

হিমাচলত বৰষুণৰ তাণ্ডৱ, এতিয়ালৈ ৯০ জনে হেৰুৱালে প্ৰাণ, ১২৬ আহত, সন্ধান নাই বহুজনৰ

৫২ বছৰে মানি অহা অমিতাভৰ সেই চৰ্ত, যাৰ বাবেই এতিয়াও অটুট সম্পৰ্ক

৫২ বছৰে মানি অহা অমিতাভৰ সেই চৰ্ত, যাৰ বাবেই এতিয়াও অটুট সম্পৰ্ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.