• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰিস্থিতি ভয়ংকৰ, বৃহস্পতিবাৰৰ নিশা কেৰালাৰ মুখ্যমন্ত্ৰী বিজয়নে, ৱায়নাডৰ সন্ধানহীনক লৈ কৰিছে বৃহৎ মন্তব্য

পৰিস্থিতি ভয়ংকৰ, বৃহস্পতিবাৰৰ নিশা কেৰালাৰ মুখ্যমন্ত্ৰী বিজয়নে, ৱায়নাডৰ সন্ধানহীনক লৈ কৰিছে বৃহৎ মন্তব্য

2 years ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

15 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

17 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

17 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

18 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

19 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

20 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

21 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

21 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

22 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

2 days ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

2 days ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পৰিস্থিতি ভয়ংকৰ, বৃহস্পতিবাৰৰ নিশা কেৰালাৰ মুখ্যমন্ত্ৰী বিজয়নে, ৱায়নাডৰ সন্ধানহীনক লৈ কৰিছে বৃহৎ মন্তব্য

পৰিস্থিতি ভয়ংকৰ, বৃহস্পতিবাৰৰ নিশা কেৰালাৰ মুখ্যমন্ত্ৰী বিজয়নে ৱায়নাডৰ সন্ধানহীনক লৈ কৰিছে বৃহৎ মন্তব্য

editor by editor
August 2, 2024
in বিবিধ, ভাৰত
0
পৰিস্থিতি ভয়ংকৰ, বৃহস্পতিবাৰৰ নিশা কেৰালাৰ মুখ্যমন্ত্ৰী বিজয়নে, ৱায়নাডৰ সন্ধানহীনক লৈ কৰিছে বৃহৎ মন্তব্য
0
SHARES
188
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৰালাৰ ৱায়নাডত হোৱা বান আৰু ভূমিস্খলনত মৃতকৰ সংখ্যাই ৩০০ অতিক্ৰম কৰিছে৷ কেৰালাৰ স্বাস্থ্যমন্ত্ৰীয়ে এতিয়ালৈকে ৩০৮গৰাকীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে৷ তেওঁলোকৰ মাজত বহুতৰেই সম্পূৰ্ণ দেহ উদ্ধাৰ হোৱা নাই৷ ধ্বংস্তূপৰ পৰা পোৱা গৈছে কেৱলমাত্ৰ দেহাংশহে৷ ভূমিস্খলনৰ ফলত বিগত চাৰিদিনতেই ৱায়নাড মৃত্যুপুৰীত পৰিণত হৈছে৷ ড্ৰোনৰ মাধ্যমেৰে মৃতদেহৰ সন্ধান চলাইছে প্ৰশাসনে৷ প্ৰশিক্ষণপ্ৰাপ্ত একাধিক কুকুৰকো কামত নমোৱা হৈছে৷

কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে শুকুৰবাৰে জনোৱা অনুসৰি বৰ্তমান পৰ্যন্ত ৱায়নাডত মৃতকৰ সংখ্যা হৈছেগৈ ৩০৮ জন৷ তাৰমাজতেই মাজত ১৯৫টাহে সম্পূৰ্ণ দেহ উদ্ধাৰ হৈছে৷ বাকী ১১৩টা হৈছে দেহাংশহে৷ সেই দেহাংশসমূহৰো মৰোণোত্তৰ চলিব৷ অৱশ্যে চৰকাৰী হিচাপত এতিয়াও ১৯০জনৰ মৃত্যু হোৱা বুলিয়েই নিশ্চিতি দিয়া হৈছে৷ সংবাদ সংস্থা পিটিআইয়ে জনোৱা অনুসৰি মৃতকৰ সংখ্যা ১৯০ আৰু নিখোঁজ হৈ আছে ২০০তকৈয়ো বেছি লোক৷

বৃহস্পতিবাৰে দিনজুৰি চালিয়াৰ নদীত ভাহি উঠিছে এটাৰ পাছত আনটো দেহাংশ৷ সেইসমূহ উদ্ধাৰৰ বাবে সাজু হৈ আছে সেনা৷ চুৰালমালা, আত্তামালা, নুলপুঝা আৰু মুণ্ডাক্কাই গাঁও দুৰ্যোগৰ পাছতেই নিশ্চিহ্ন হৈ গৈছে৷ যিফালেই চকু দিয়ে সিফালেই দেখিব ধ্বংসস্তূপ৷ মাটিৰ তলত পোত গৈ আছে এতিয়াও বহু লোক বুলি আশংকা ব্যক্ত কৰা হৈছে৷ মাটি কটা যন্ত্ৰৰে দেহ উদ্ধাৰৰ কাম চলি আছে৷ মাটি খান্দিলেই ওলাই আহিছে দেহৰ টুকুৰা৷ জিপিএছ ব্যৱহাৰ কৰি ড্ৰোণৰ মাধ্যমেৰে বিভিন্ন এলেকা চিহ্নিত কৰিছে উদ্ধাৰকাৰীয়ে৷ য’তেই উদ্ধাৰকাৰ্যত প্ৰয়োজন বুলি ভাৱিছে তাতেই উপস্থিত হৈছে উদ্ধাৰকাৰী দল৷ ত্ৰাণ আৰু উদ্ধাৰৰ কামৰ গতি আনিবলৈ ৱায়নাডত ১৯০ ফুট দীৰ্ঘ বেলি ব্ৰীজ তৈয়াৰ কৰিছে ভাৰতীয় সেনাই৷ ৪৮ঘণ্টাৰ মাজত সেই সেতু তৈয়াৰৰ কাম সম্পন্ন হৈছে৷ ইমান দিন বিপৰ্যস্ত এলেকাত গধুৰ যন্ত্ৰপাতি নিব পৰা হোৱা নাছিল৷ ফলত উদ্ধাৰকাৰ্য ব্যাহত হৈছে৷ সেই সেঁতুৰ মাধ্যমেৰে সেই সমস্যাৰ সমাধান হ’ব বুলি জনাইছে৷
কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে বৃহস্পতিবাৰে ৱায়নাডৰ বিপৰ্যস্ত এলেকা পৰিদৰ্শন কৰিছে৷ তেওঁ সেই স্থান পৰিদৰ্শন কৰি অহাৰ পাছতেই ঘোষণা কৰিছে যে, দুৰ্ঘটনাগ্ৰস্থ এলেকাৰ ধ্বংসস্তূপৰ মাজত আৰু কোনো জীৱিত অৱস্থাত নাই৷ এতিয়া কেৱল দেহ উদ্ধাৰৰ কামহে বাকী৷  মৃতকৰ সংখ্যা আৰু বাঢ়িব পাৰে বুলি আশংকা কৰিছে বহুতেই৷ ভূমিস্খলনত ৩০০তকৈ অধিক ঘৰ ভাঙি পৰিছে৷ ৱায়নাডত এই মুহূৰ্তত ৪০টা উদ্ধাৰকাৰী দলৰ ১৬০০তকৈ বেছি লোকে কাম কৰি আছে৷
বিগত তিনি দিন ধৰি ৱায়নাডত বাৰে বাৰে উদ্ধাৰকাৰ্য ব্যাহত হৈছে৷ প্ৰতিকূল পৰিবেশৰ বাবেই উদ্ধাৰকামত বাধা আহিছে৷ এতিয়াও বৰষুণ দিয়েই আছে ৱায়নাডত৷ ৰাহুলেও বৃহস্পতিবাৰে সেই স্থান পৰিদৰ্শন কৰিছে৷ সেই স্থান পৰিদৰ্শন কৰি ৰাহুলে এটা কথাই কৈছে৷ ‘পৰিবেশ দেখি মোৰ দেউতাৰ মৃত্যুৰ সময়ৰ কথাবোৰ মনলৈ আহিছে৷’ এই ভূমিস্খলনক লৈ চৰকাৰে পূৰ্বেই সতৰ্ক কৰি দিছিল কেৰালা চৰকাৰক৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পূৰ্বেই ৯টাকৈ দুৰ্যোগ মোকাবিলা দল ৱায়নাডলৈ  পঠিয়াইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
অসুস্থ অৰিজিৎ, সমগ্ৰ মাহজুৰি বাতিল সকলো শ্ব’! সামাজিক মাধ্যমত কি লিখিছে অৰিজিতে?

অসুস্থ অৰিজিৎ, সমগ্ৰ মাহজুৰি বাতিল সকলো শ্ব’! সামাজিক মাধ্যমত কি লিখিছে অৰিজিতে?

ধূম/পা/ন নকৰিলেও হ’ব পাৰে হাওঁফাওঁৰ কৰ্কট! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

ধূম/পা/ন নকৰিলেও হ’ব পাৰে হাওঁফাওঁৰ কৰ্কট! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.