• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমত উদ্ধাৰ কিংবদন্তী মাৰাড’নাৰ সংৰক্ষিত বিলাসী ঘড়ী,  শিৱসাগৰৰ পৰা গ্ৰেপ্তাৰ এজনক

অসমত উদ্ধাৰ কিংবদন্তী মাৰাড’নাৰ সংৰক্ষিত বিলাসী ঘড়ী,  শিৱসাগৰৰ পৰা গ্ৰেপ্তাৰ এজনক

4 years ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

17 minutes ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

1 hour ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

2 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

2 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

3 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

3 hours ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

4 hours ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

4 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

5 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

6 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

6 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমত উদ্ধাৰ কিংবদন্তী মাৰাড’নাৰ সংৰক্ষিত বিলাসী ঘড়ী,  শিৱসাগৰৰ পৰা গ্ৰেপ্তাৰ এজনক

editor by editor
December 11, 2021
in অসম, গুৱাহাটী, বিবিধ, ভাৰত
0
অসমত উদ্ধাৰ কিংবদন্তী মাৰাড’নাৰ সংৰক্ষিত বিলাসী ঘড়ী,  শিৱসাগৰৰ পৰা গ্ৰেপ্তাৰ এজনক
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ অসমত উদ্ধাৰ আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ ডেইগ’ মাৰাড’নাৰ চুৰি হোৱা বিলাসী ঘড়ী৷ শনিবাৰে পুৱা অসম আৰক্ষীয়ে শিৱসাগৰৰ পৰা উদ্ধাৰ কৰে ঘড়ীটো৷ ডুবাই আৰক্ষীৰ সহযোগত অসম আৰক্ষীয়ে চলাইছিল অভিযান৷ চুৰিকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ৱাজিদ হুছেইন নামৰ লোকজনক৷ শিৱসাগৰ জিলাৰ মৰাণৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ৱাজিদ হুছেইন নামৰ চোৰটোক।

ডুবাইত সংৰক্ষণ কৰি থোৱা আছিল মাৰাডোনাই পৰিধান কৰা HUBLOT ঘড়ীটো। ঘড়ীটোৰ মূল্য আছিল ১২ লাখ টকা৷ কেইমাহমান পূবে ডুবাইৰ পৰা চুৰি হৈছিল সংৰক্ষণ কৰি থোৱা ঘড়ীটো। উল্লেখ্য, ডুবাইত কৰ্মৰত আছিল ৱাজিদ হুছেইন। এটা ব্যক্তিগত কোম্পানীত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল ৱাজিদ হুছেইন। যোৱা আগষ্ট মাহত পৰিয়ালৰ সদস্যৰ অসুস্থতাৰ দোহাই দি শিৱসাগৰৰ মৰাণৰ ঘৰলৈ আহিছিল ৱাজিদ হুছেইন।

কিন্তু ঘড়ীটো চুৰি হোৱাৰ পিছৰে পৰা ডুবাই আৰক্ষীয়ে অসম আৰক্ষীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল। অৱশেষত শিৱসাগৰ আৰক্ষীৰ জালত পৰিল কিংবদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ সংৰক্ষিত ঘড়ীটো। আনহাতে ৱাজিদ হুছেইনৰ পিতৃ আলতাফ হুছেইনৰ ঘৰ শিৱসাগৰ চহৰৰ সমীপৰ বনিয়াবাৰীত । পুত্ৰ ৱাজিদে  ২০০৫ চনতে বিয়া পাতি মৰাণৰ শহুৱেকৰ ঘৰৰ ওচৰত নিজাকৈ ঘৰ তৰি থাকিবলৈ লোৱা বুলি সদৰি কৰিছে। লগতে ২০১৫ চনত ডুবাইলৈ যোৱা পুত্ৰ ৱাজিদৰ সৈতে পিতৃ মাতৃৰ ঘনিষ্ঠ সম্পৰ্ক বৰ্তমান নাই যদিও চাৰি পাঁচদিন পূৰ্বে শিৱসাগৰ বনিয়াবাৰীৰ নিজ গৃহলৈ আহিছিল বুলি ভাষ্য প্ৰদান কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channeldeigo maradona
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?
বিবিধ

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

March 17, 2026
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম
বাণিজ্য

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

March 17, 2026
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত
জীৱনশৈলী

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

March 17, 2026
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!
জীৱনশৈলী

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

March 17, 2026
Next Post
ঠাণ্ডাৰ দিনকেইটাত উফিৰ সমস্যাত ভূগিছে নেকি? এইটো হেয়াৰ মাস্ক ব্যৱহাৰ কৰিলে সোনকালেই উপশম হ’ব এই সমস্যাৰ পৰা

ঠাণ্ডাৰ দিনকেইটাত উফিৰ সমস্যাত ভূগিছে নেকি? এইটো হেয়াৰ মাস্ক ব্যৱহাৰ কৰিলে সোনকালেই উপশম হ’ব এই সমস্যাৰ পৰা

image of isro and oppo

চীনৰ Oppo কোম্পানীৰ সৈতে ভাৰতৰ মহাকাশ সংস্থা "ISRO"ই কৰিলে চুক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.