• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
image of isro and oppo

চীনৰ Oppo কোম্পানীৰ সৈতে ভাৰতৰ মহাকাশ সংস্থা “ISRO”ই কৰিলে চুক্তি

4 years ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

5 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

6 hours ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

6 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

7 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

8 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

9 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

11 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

12 hours ago
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

12 hours ago
৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

14 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

প্ৰস্ৰাৱৰ দুৰ্গন্ধ, বমি আৰু অস্থিৰতা, এয়া বৃক্কৰ সমস্যা নেকি?

15 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

পুৰুষৰ কি বস্তু ভাল পায় নাৰীয়ে? ৯৯% লোকে নাজানে এই কথা!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

চীনৰ Oppo কোম্পানীৰ সৈতে ভাৰতৰ মহাকাশ সংস্থা “ISRO”ই কৰিলে চুক্তি

editor by editor
December 12, 2021
in প্ৰযুক্তি, ভাৰত
0
image of isro and oppo

isro-and-oppo-has-signed-in-a-mutual-treaty

0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ভাৰতৰ দুকাষে দুখন ৰাষ্ট্ৰ। এফালে পাকিস্তান অন্যফালে চীন। এই দুই ৰাষ্ট্ৰৰ সৈতে বিভিন্ন সময়ত ভাৰতৰ বিভিন্ন সমস্যাৰ সৃষ্টি হৈ আহিছে। কেতিয়াবা যদি পাকিস্তানে ভাবুকি দিয়ে ভাৰতক তেন্তে কেতিয়াবা চীনে ভাবুকি দিয়ে ভাৰতক। এই দুই ৰাষ্ট্ৰই কেৱল ভাবুকি দিয়াই নহয় বিভিন্ন সময়ত ভাৰতৰ সীমা অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰি ভাৰতীয় সেনাক আক্ৰমণো কৰি আহিছে।

২০২০ চনৰ ১৫ আৰু ১৬ জুনৰ কথা। সীমা কেন্দ্ৰীক বিবাদৰ অচিলা লৈ চীনে গালোৱান ভেলী অতিক্ৰম কৰি ভাৰতীয় সীমাত প্ৰৱেশ কৰি ২০ গৰাকী ভাৰতীয় সেনাক লোহাৰ লাঠিৰে আক্ৰমণ কৰি হত্যা কৰিছিল চীনা সেনাই। যি ঘটনাৰ পিছতে সমগ্ৰ দেশবাসীয়ে প্ৰতিশোধৰ অগনিত জ্বলি উঠিছিল চীনৰ বিপৰীতে। লগে লগে ভাৰত চৰকাৰে চীনৰ সৈতে হোৱা বহু চুক্তি প্ৰত্যাখ্যান কৰাৰ লগতে ভাৰতত চীনা সামগ্ৰী বৰ্জন সন্দৰ্ভত দেশত সজাগতা সৃষ্টি কৰিছিল।

লগতে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো কঠোৰ বাধা আৰোপ কৰিছিল  চীনে নিৰ্মণ কৰা বহু মোবাইল এপৰ। কেৱল বাধা আৰোপ কৰাই নহয় সেই এপসমূহ সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰিছিল ভাৰত চৰকাৰে। চৰকাৰৰ এই নিৰ্দ্দেশক এক প্ৰকাৰে প্ৰতিজন ভাৰতীয়ই মানি চলিছিল অন্তকৰণেৰে। আনকি এতিয়াও দেশবাসীয়ে বিৰত আছে চীনা মোবাইল এপ ব্যৱহাৰৰ ক্ষত্ৰত।

কিন্তু শেহতীয়াকৈ যিটো খবৰে দেশত চৰ্চা লাভ কৰিছে সেই খবৰ শুনি আমাৰ দৰে আপোনাৰো খং উঠাটো সাধাৰণ কথা। চৰ্চা লাভ কৰা খবৰ অনুসৰি ভাৰতৰ প্ৰধান আৰু মুখ্য মহাকাশ আৰু বিজ্ঞান-কাৰিকৰি সংস্থা ISRO ই চীনা কোম্পানী Oppoৰ সৈতে স্বাক্ষৰ কৰিছে এক বিশেষ চুক্তি। যি চুক্তিৰ খবৰে চকু কপালত তুলিছে অধিকাংশ সচেতন দেশৰ নাগৰিকৰ।

তথ্য আনুসৰি চীনৰ Oppo কোম্পানী হৈছে বিশ্বৰ ভিতৰতে স্মাৰ্ট ডিভাইছেচ নিৰ্মাণ কৰা এক বিশেষ কোম্পানী। আপুনি মই ব্যৱহাৰ কৰা বহু স্মাৰ্ট ফোনৰ Nagivation প্ৰক্ৰিয়া Oppoৰ দ্বাৰাই নিৰ্মাণ কৰা। এই চুক্তিৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে যে ভাৰতৰ ভিতৰত Research and Development Of the NavIC messaging service  উন্নত কৰাৰ বাবে চীনা কোম্পানী Oppo ৰ সৈতে ভাৰতৰ ISROই চুক্তিবদ্ধ হৈছে।

ইয়াৰ পূৰ্বে ভাৰতৰ Navigation Systemৰ নাম আছিল Indian Reginal Navigation Satellite System অৰ্থাৎ চমুকৈ IRNSS। কিন্তু হঠাৎ এটা চীনা স্মাৰ্ট ডিভাইছ নিৰ্মাণ কৰা কোম্পানীৰ সৈতে ISROই কৰা চুক্তিক লৈ বিভিন্ন প্ৰশ্ন উথাপন কৰিছে বিভিন্ন লোকে। কিন্তু গুৰুপূৰ্ণ বিষটো হ’ল বৰ্তমান সময়লৈকে ISROৰ ফালৰ পৰা কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও Oppo Indiaই এই কথা অতি স্পষ্টভাৱে ঘোষণা কৰিছে যে ISROৰ সৈতে Oppo ই নিজৰ চুক্তি সম্পূৰ্ণ কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24isrooppooppo and isro signed in a treaty
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ
বিশ্ব

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

June 10, 2026
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে
ভাৰত

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

June 10, 2026
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা
ভাৰত

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

June 10, 2026 - Updated on June 11, 2026
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’
বিশ্ব

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

June 10, 2026
Next Post
চৰকাৰৰ বৃহৎ ঘোষণা! অসমৰ ২২ হাজাৰ যুৱকলৈ প্ৰতিমাহে ৬,৫০০ টকা

চৰকাৰৰ বৃহৎ ঘোষণা! অসমৰ ২২ হাজাৰ যুৱকলৈ প্ৰতিমাহে ৬,৫০০ টকা

হাৰনাজ সন্ধুৰ শিৰত জিলিকিল ‘মিছ ইউনিভাৰ্চ-২০২১’ খিতাপ, ভাৰতলৈ তৃতীয়টো ব্ৰহ্মাণ্ড সুন্দৰীৰ খিতাপ

হাৰনাজ সন্ধুৰ শিৰত জিলিকিল ‘মিছ ইউনিভাৰ্চ-২০২১’ খিতাপ, ভাৰতলৈ তৃতীয়টো ব্ৰহ্মাণ্ড সুন্দৰীৰ খিতাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.