• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ্যমন্ত্ৰী ৰেখা গুপ্তাকে ধৰি ৭জন বিধায়কৰ শপত গ্ৰহণ, কেবিনেট মন্ত্ৰীৰ তালিকা প্ৰকাশ

মুখ্যমন্ত্ৰী ৰেখা গুপ্তাকে ধৰি ৭জন বিধায়কৰ শপত গ্ৰহণ, কেবিনেট মন্ত্ৰীৰ তালিকা প্ৰকাশ

2 years ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

1 hour ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

2 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

3 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

4 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

4 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

5 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

5 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

6 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

7 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

7 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

8 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মুখ্যমন্ত্ৰী ৰেখা গুপ্তাকে ধৰি ৭জন বিধায়কৰ শপত গ্ৰহণ, কেবিনেট মন্ত্ৰীৰ তালিকা প্ৰকাশ

editor by editor
February 20, 2025
in ভাৰত, ৰাজনীতি
0
মুখ্যমন্ত্ৰী ৰেখা গুপ্তাকে ধৰি ৭জন বিধায়কৰ শপত গ্ৰহণ, কেবিনেট মন্ত্ৰীৰ তালিকা প্ৰকাশ
0
SHARES
397
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুখ্যমন্ত্ৰী ৰেখা গুপ্তাকে ধৰি ৭জন বিধায়কৰ শপত গ্ৰহণ, কেবিনেট মন্ত্ৰীৰ তালিকা প্ৰকাশ

দিল্লীত মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টিয়ে কেবিনেট মন্ত্ৰীৰ তালিকাও চূড়ান্ত কৰে। আজি ২০ ফেব্ৰুৱাৰী তাৰিখে ৰামলীলা ময়দানত দিল্লীৰ মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰীসকলেও শপত গ্ৰহণ কৰিব।

সকলো শ্ৰেণীৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰী বাছনি কৰা হৈছে। কিন্তু বিজেপি চৰকাৰত উপ-মুখ্যমন্ত্ৰী থাকিব নে নাথাকিব সেই সন্দৰ্ভত দলটোৰ কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাই।

দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ বাবে নাৰী আৰু বৈশ্য সম্প্ৰদায়ক আগস্থান দিয়া হৈছে। আনহাতে মন্ত্ৰীসভা গঠনৰ ক্ষেত্ৰত পূৰ্বাঞ্চল, পাঞ্জাবী, ব্ৰাহ্মণ আৰু দলিত সম্প্ৰদায়ৰ কথা আগত ৰাখি এই নিৰ্বাচন কৰা হৈছে। মুখ্যমন্ত্ৰীৰ নাম নিৰ্ণয় কৰাৰ সমান্তৰালকৈ হাইকমাণ্ডে মন্ত্ৰীসকলৰ নামো নিৰ্বাচন কৰিছিল। আজি দিল্লীত ৰেখা গুপ্তাৰ সৈতে এই মন্ত্ৰীসকলেও শপত গ্ৰহণ কৰিব।

ভাৰ্মাৰ বাহিৰেও বিজেপি মন্ত্ৰীসভাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা বিধায়কসকলৰ ভিতৰত আছে আশীষ ছুদ, মঞ্জিন্দৰ সিং ছিৰছা, পংকজ সিং, ৰবিন্দৰ সিং ইন্দ্ৰজ আৰু কপিল মিশ্ৰ। দলীয় সূত্ৰ অনুসৰি কেন্দ্ৰীয় নেতৃত্বই সকলো সমীকৰণৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীসভাৰ নাম নিৰ্ধাৰণ কৰিছে।

উল্লেখ্য যে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চাহাব সিং ভাৰ্মাৰ পুত্ৰ প্ৰবেশ ভাৰ্মাই আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰিছিল। মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰৱেশ ভাৰ্মাও অন্যতম শক্তিশালী প্ৰতিদ্বন্দ্বী আছিল।

ৰামলীলা ময়দানত আজি বৃহস্পতিবাৰে বিয়লি অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী , তেওঁৰ কেবিনেট সতীৰ্থ আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলেও শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কিছু বিশেষ অতিথিকে ধৰি প্ৰায় ৫০ হাজাৰ লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Delhi Cabinet MinisterDelhi CMdelhi Cm Oath Takingoath takingRekha Gupta
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?
প্ৰযুক্তি

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

October 13, 2026
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন
জীৱনশৈলী

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

October 13, 2026
Next Post
২৪ ঘণ্টা পূৰ নহওঁতেই অসম-মেঘালয় সীমান্তত দ্বিতীয়টো ভূমিকম্প

২৪ ঘণ্টা পূৰ নহওঁতেই অসম-মেঘালয় সীমান্তত দ্বিতীয়টো ভূমিকম্প

মঙল গ্ৰহৰ শক্তি বৃদ্ধি, সাৱধান হোৱাৰ সময় ৫ ৰাশিৰ বাবে

মঙল গ্ৰহৰ শক্তি বৃদ্ধি, সাৱধান হোৱাৰ সময় ৫ ৰাশিৰ বাবে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.