• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খৰচ ১২ লাখ টকা, মুছলমান সাজি ঈদৰ দিনা ১২৮টা ছাগলীক মুক্তি দিলে বিবেকে, কোন এই পশুপ্ৰেমী বিবেক?

খৰচ ১২ লাখ টকা, মুছলমান সাজি ঈদৰ দিনা ১২৮টা ছাগলীক মুক্তি দিলে বিবেকে, কোন এই পশুপ্ৰেমী বিবেক?

2 years ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

56 seconds ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

40 minutes ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

55 minutes ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

1 hour ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

1 hour ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

2 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

2 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

2 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

3 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

4 hours ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

5 hours ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

খৰচ ১২ লাখ টকা, মুছলমান সাজি ঈদৰ দিনা ১২৮টা ছাগলীক মুক্তি দিলে বিবেকে, কোন এই পশুপ্ৰেমী বিবেক?

খৰচ ১২ লাখ টকা, মুছলমান সাজি ঈদৰ দিনা ১২৮টা ছাগলীক মুক্তি দিলে বিবেকে, কোন এই পশুপ্ৰেমী বিবেক?

editor by editor
June 20, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
খৰচ ১২ লাখ টকা, মুছলমান সাজি ঈদৰ দিনা ১২৮টা ছাগলীক মুক্তি দিলে বিবেকে, কোন এই পশুপ্ৰেমী বিবেক?
0
SHARES
11.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত সোমবাৰে অৰ্থাৎ ১৯ জুন তাৰিখে আছিল ঈদ উল আজাহা বা কুৰবানি ঈদ৷ কুৰবানি ঈদত মুছলমান ধৰ্মাৱলম্বীসকলে ছাগলী বা গৰু কোৰবানী বা বলি দিয়ে৷ দেশজুৰি কেইবালাখ গৰু, ছাগলী এই ঈদত বলিও দিয়া হৈছে৷ ঈদৰ দিনাই এইবাৰ এগৰাকী চাৰ্টাৰ্ড একাউণ্টেন্ট খুবেই ভাইৰেল হৈ পৰিছে৷ দিযয ২৯ বছৰীয়া দিল্লীৰ চাৰ্টাৰ্ড একাউণ্টন্টেতগৰাকীয়ে লগত এজন বন্ধু হৈ দিল্লীত ছাগলী ক্ৰয় কৰিবলৈ উলাই গৈছিল৷ অল্ড দিল্লীৰ বিভিন্ন বজাৰত ঘূৰি ফুৰি ১২ লাখ টকা খৰচ কৰি ১২৮ টা ছাগলী ক্ৰয় কৰিছিল৷ কিন্তু বলি দিয়াৰ বাবে নহয়৷ বৰং ছাগলীকেইটাক যাতে কোনোৱে বলি দিব নোৱাৰে তাৰবাবে উত্তৰপ্ৰদেশৰ বাঘপতৰ এক বিশেষ স্থানত ছাগলী কেইটা পঠিয়াই দিয়া হৈছে৷

এই উদ্যোগৰ মূল হোতা হৈছে বিবেক জৈন৷ দিল্লীৰ এইগৰাকী চাৰ্টাৰ্ড একাউণ্টণ্টেন্ট জৈন ধৰ্মাৱলম্বী৷ জৈন ধৰ্মৰ মূল উদ্দেশ্যই হৈছে, ‘নিজে জীয়াই থাকা আনকো জীৱন দিয়া৷’ এই দৰ্শনক সন্মুখত ৰাখিয়েই বিবেক ওলাই আহিছিল ঈদৰ দিনা৷ নিজৰ সামৰ্থৰে তেওঁ যিমানপাৰে সিমান ছাগলীৰ জীৱন সেইদিনা ৰক্ষা কৰিছিল৷ তেওঁৰ হাতত জমা থকা ধনেৰে তেওঁ খুব বেছি ৬-৭টা ছাগলী ৰক্ষা কৰিব পাৰিলেহেতেন৷ কিন্তু তেওঁ সেই কাম অকলে নকৰি বন্ধুৰ সহায় খোজে৷ বন্ধুসকলে তেওঁৰ উদ্দেশ্যৰ কথা জানি সহায় কৰিবলৈকো আগুৱাই আহে৷ ইয়াৰপাছতেই ৱাটছআপ গ্ৰুপ খুলি কোনে কিমান সহায় কৰিব তাৰবাবে বিশেষ ফাণ্ডিঙৰো ব্যৱস্থা গঢ়ি তোলে৷ লগে লগেই তেওঁলোকৰ হাতত জমা হয় ১৭ লাখ টকা৷

বিবেকহঁতৰ দলটো সকলোধৰণে সাজু হ’লেও সন্মুখত অন্য এক বিপদ ৰৈ আছিল৷ বিক্ৰি কৰিবলৈ অনা ছাগলীসমূহ বিক্ৰেতাই মুছলমান লোককহে বিক্ৰি কৰিব৷ অৱশেষত তেওঁলোকে মুছলমানৰ ভেশ ধৰি সেই ছাগলীসমূহ ক্ৰয় কৰে৷ কাৰণ তেওঁলোকৰ উদ্দেশ্যৰ কথা জানিলে মুছলমান লোকসকলৰ ধৰ্মীয় আৱেগত আঘাতো লাগিব পাৰে৷ কোনো যাতে এই কামৰ দ্বাৰা আঘাতপ্ৰাপ্ত নহয় তাৰবাবে তেওঁলোকে মুছলমানৰ ভেশ ধৰি ছাগলী ক্ৰয় কৰিবলৈ বজাৰত সোমাই পৰে৷

এই কামৰ বাবে বিবেকে মুঠ ৬জনীয়া এটা দল তৈয়াৰ কৰিছিল৷ প্ৰতিটো দলতে জৈন সম্প্ৰদায়ৰ দুজন লোক আছিল৷ সকলোৱে বগা পাঞ্জাৱী আৰু পায়জামা পিন্ধি জামে মছজিদ, মতিয়া মহল, দৰিয়াগঞ্জ আৰু মিনা বজাৰ এলেকাত প্ৰৱেশ কৰিছিল৷ দৰদাম কৰি মুঠ ১২৮টা ছাগলী তেওঁলোকে ক্ৰয় কৰে৷ মুঠ ১২৮টা ছাগলী ক্ৰয় কৰোতে তেওঁলোকে ব্যয় কৰিব লগা হয় ১০,০০০ টকাকৈ মুঠ ১২৮০০০ টকা৷

উদ্ধাৰ কৰি অনা ছাগলীকেইটাক তেওঁলোকে পোনতে ধৰ্মপুৰৰ জৈন মন্দিৰ ধৰ্মশালালৈ লৈ যায়৷ তাতেই খাদ্য আৰু পানীৰো যোগান ধৰা হয় ছাগলীকেইটাক৷ বিবেক আৰু তেওঁৰ বন্ধুসকলে ছাগলী কেইটাক অৱশেষত এটা বকৰিশালাত ৰখাৰ ব্যৱস্থা গঢ়ি তুলিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?
জীৱনশৈলী

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

April 11, 2026
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
জীৱনশৈলী

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

April 11, 2026
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

April 11, 2026
Next Post
জুলাই মাহত দুবাৰকৈ ৰাশি সলনি কৰিব শুক্ৰই! তিনি ৰাশিৰ ভাগ্য উজ্বলি উঠিব, বিলাসিতাৰ জীৱন কটাব তিনি ৰাশিৰ জাতকে

জুলাই মাহত দুবাৰকৈ ৰাশি সলনি কৰিব শুক্ৰই! তিনি ৰাশিৰ ভাগ্য উজ্বলি উঠিব, বিলাসিতাৰ জীৱন কটাব তিনি ৰাশিৰ জাতকে

প্ৰায় হাজাৰেই হ’লগৈ… প্ৰতি বছৰেই হজ হয়, এইবাৰ কিয় ইমান ভাৰতীয়ৰ জীৱন শেষ হৈছে মক্কাত? 

প্ৰায় হাজাৰেই হ’লগৈ... প্ৰতি বছৰেই হজ হয়, এইবাৰ কিয় ইমান ভাৰতীয়ৰ জীৱন শেষ হৈছে মক্কাত? 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.