• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুৰ্নীতিত লুতুৰি-পুতুৰি! ১০ বছৰৰ পিছত পুনৰ ৪ বছৰৰ কাৰাদণ্ড প্ৰাক্তন মুখ্যমন্ত্ৰীক

দুৰ্নীতিত লুতুৰি-পুতুৰি! ১০ বছৰৰ পিছত পুনৰ ৪ বছৰৰ কাৰাদণ্ড প্ৰাক্তন মুখ্যমন্ত্ৰীক

4 years ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

17 minutes ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

44 minutes ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

2 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

2 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

3 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

4 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

4 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

5 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

5 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

5 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

6 hours ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

দুৰ্নীতিত লুতুৰি-পুতুৰি! ১০ বছৰৰ পিছত পুনৰ ৪ বছৰৰ কাৰাদণ্ড প্ৰাক্তন মুখ্যমন্ত্ৰীক

editor by editor
May 27, 2022
in অপৰাধ, ভাৰত, ৰাজনীতি
0
দুৰ্নীতিত লুতুৰি-পুতুৰি! ১০ বছৰৰ পিছত পুনৰ ৪ বছৰৰ কাৰাদণ্ড প্ৰাক্তন মুখ্যমন্ত্ৰীক
0
SHARES
182
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুৰ্নীতি গোচৰত ১০ বছৰৰ কাৰাাবাস খাটি তিহাৰ জে’লৰপৰা মাত্ৰ ১০ মাহ পূৰ্বে কাৰামুক্ত হোৱা হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰসাদ চৌতালাই পুনৰ ৪ বছৰৰ কৰাবাসৰ দণ্ড লাভ কৰিছে৷

হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমপ্ৰকাশ চৌতালাক অসামঞ্জস্য সম্পত্তি সংগ্ৰহ কৰাৰ অপৰাধত আৰু চাৰি বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হৈছে।

শুকুৰবাৰে দিল্লীৰ চিবিআইৰ বিশেষ আদালতে ৮৭ বছৰীয়া জাট নেতাগৰাকীক ৫০ লাখ টকা জৰিমনা আদায় দিয়াৰ লগতে চাৰিটা সম্পত্তি জব্দ কৰাৰো নিৰ্দেশ দিয়ে।

লগতে পঢ়ক সাৱধান! প্ৰস্ৰাৱেৰে বীয়েৰ প্ৰস্তুত! কোন প্ৰতিষ্ঠানে কৰে এই কাম?

১৯৯৩ চনৰ পৰা ২০০৬ চনৰ ভিতৰত তেওঁ লাভ কৰা সম্পত্তিৰ পৰিমাণ তেওঁৰ আয়ৰ সমানুপাতিক নাছিল বুলি অভিযোগ কৰিছে চিবিআইয়ে। আয়ৰ সৈতে সংগতিহীন প্ৰায় ৬ কোটি ৯ লাখ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি খতিয়ান প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আদালত পেচ কৰা হৈছিল৷

এই গোচৰত বৃহস্পতিবাৰে আদালতে প্ৰাক্তন মুখ্যমন্ত্ৰী চৌতালাক দোষী সাব্যস্ত কৰিছিল। আজি শুকুৰবাৰে আদালতে চৌতালাৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰিছে।

উল্লেখ্য যে হাৰিয়ানাত শিক্ষক নিযুক্তিৰ দুৰ্নীতিৰ গোচৰত ২০১৪ চনত চৌতালা আৰু তেওঁৰ জ্যেষ্ঠ পুত্ৰ অজয়ক ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। ২০০০ চনত হাৰিয়ানাৰ ৩২১৬ জন কনিষ্ঠ শিক্ষকক অবৈধভাৱে নিযুক্তি দিয়াৰ গোচৰত দোষী সাব্যস্ত হোৱা চৌতালাক বয়সৰ বাবে জুলাই মাহত তিহাৰ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assak ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamom prakash chautala
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন
জীৱনশৈলী

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

March 27, 2026
Next Post
ফেচবুকত বিশেষ পৰিৱৰ্তন! কি কি পৰিৱৰ্তন হ’ল জানিবলৈ চাওক…

ফেচবুকত বিশেষ পৰিৱৰ্তন! কি কি পৰিৱৰ্তন হ’ল জানিবলৈ চাওক...

আৰিয়ানৰ বিৰুদ্ধে ভুৱা গোচৰ! : সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

আৰিয়ানৰ বিৰুদ্ধে ভুৱা গোচৰ! : সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.