• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিমূদ্ৰাকৰণৰ ৬ বছৰ! দেশৰ একাংশ জনতাৰ হাতত বৃদ্ধি হৈছে নগদ ধনৰ পৰিমান, বিপদত পৰিব নেকি মোদী চৰকাৰ?

বিমূদ্ৰাকৰণৰ ৬ বছৰ! দেশৰ একাংশ জনতাৰ হাতত বৃদ্ধি হৈছে নগদ ধনৰ পৰিমান, বিপদত পৰিব নেকি মোদী চৰকাৰ?

3 years ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

6 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

7 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

7 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

8 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

8 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

8 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

9 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

9 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

10 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

10 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

11 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিমূদ্ৰাকৰণৰ ৬ বছৰ! দেশৰ একাংশ জনতাৰ হাতত বৃদ্ধি হৈছে নগদ ধনৰ পৰিমান, বিপদত পৰিব নেকি মোদী চৰকাৰ?

editor by editor
November 7, 2022
in ভাৰত, লেখা
0
বিমূদ্ৰাকৰণৰ ৬ বছৰ! দেশৰ একাংশ জনতাৰ হাতত বৃদ্ধি হৈছে নগদ ধনৰ পৰিমান, বিপদত পৰিব নেকি মোদী চৰকাৰ?
0
SHARES
376
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ২০১৬ চনৰ নৱেম্বৰ মাহৰ এটা সন্ধিয়া হঠাতেই প্ৰধানমন্ত্ৰী মোদীয়ে কৰিছিল এটা বিশেষ ঘোষণা। ৫০০ আৰু ১০০০ টকীয়া নোট দেশত নচলিব। ২০১৬ চনৰ সেই দিনটো আছিল ৮ নৱেম্বৰ। অৰ্থাৎ ৬ বছৰ পূৰ্বে ৮ নৱেম্বৰৰ দিনটোতে প্রধানমন্ত্ৰীগৰাকীয়ে বিমূদ্ৰাকৰণৰ কথা ঘোষণা কৰিছিল। দুৰ্নীতি আৰু ক’লা ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈকে এই ব্যৱস্থা কৰা হৈছে বুলিও প্ৰকাশ কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকে সাম্প্ৰতিক সময়ত প্ৰকাশ কৰা প্ৰতিবেদনে দিছে অন্য এক তথ্য। ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত উল্লেখ থকা অনুযায়ী বৰ্তমানো দেশৰ বহুলোকৰ হাতত আছে বহুপৰিমানৰ ধন। বিমূদ্ৰাকৰণৰ চাৰিদিন পূৰ্বে অৰ্থাৎ ৪ নৱেম্বৰত ভাৰতৰ জনতাৰ হাতত আছিল নগদ ১৭.৭ লাখ কোটি টকা। আৰু এই বৰ্ষৰ অক্টোবৰৰ ২১ তাৰিখে ভাৰতৰ জনতাৰ হাতত এই ধন বৃদ্ধি হৈ হৈছেগৈ ৩০.৮৮ লাখ কোটি টকা। ৬ বছৰৰ ভিতৰত এই ধন ৭১.৮৪ শতাংশলৈ বৃদ্ধিহে হৈছে।

মোদী চৰকাৰৰ বিমূদ্ৰাকৰণৰ সিদ্ধান্ত সম্পূৰ্ণ অবৈজ্ঞানিক বুলি বহুসময়তে একাংশ অৰ্থনীতিবিদে মন্তব্য কৰি আহিছে। নোট বাতিলৰ এই প্ৰক্ৰিয়াত কোনো লাভজনক দিশ পৰিস্ফুত নোহোৱাৰ বাবে এতিয়া চৰকাৰে ডিজিটেল মূদ্ৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কৰ’না কালৰ পৰা অনলাইন বেংকিংৰ হাৰ দেশত বৃদ্ধি হৈছে। ৰিজাৰ্ভ বেংকে ২০১৯ চনত প্ৰকাশ কৰা এক সমীক্ষাত উল্লেখ থকা অনুযায়ী, ‘অৰ্থনীতিৰ অগ্ৰগতিৰ সৈতে সংগতি ৰাখি মুঠ আভ্যন্তৰীণ উৎপাদনৰ অনুপাতে বজাৰত নগদ টকাৰ ব্যৱহাৰ বাঢ়িছে।’ ইয়াৰোপৰি তেওঁলোকৰ প্ৰতিবেদনত উল্লেখ থকা অনুযায়ী কোনো নিৰ্দিষ্ট সময়ৰ অনুপাতে জিডিপিৰ অনুপাতে ডিজিটেল লেনদেনৰ ব্যৱহাৰ বৃদ্ধি পোৱা মানেই নগদৰ বাৱহাৰৰ অনুপাত হ্ৰাস হোৱা নুবুজায়।

ষ্টেট বেংক অৱ ইণ্ডিয়াই প্ৰকাশ কৰা প্ৰতিবেদনেও দিছে ভয়ংকৰ তথ্য। এছবিআইৰ সমীক্ষাত প্ৰকাশ পোৱা অনুযায়ী, ‘এইবাৰ দীপাৱলীৰ বজাৰত নগদ ধনৰ ব্যৱহাৰ ৭৬০০কোটি টকালৈ হ্ৰাস হৈছে।’ অৰ্থাৎ প্ৰযুক্তিৰ অগ্ৰগতি আৰু স্মাৰ্টফোনৰ ওপৰত নিৰ্ভৰশীল আৰ্থিক লেনদেন দেশত বৃদ্ধি পাইছে। বিগত বছৰকেইটাত সাধাৰণ জনতাৰ হাতত নগদ ধনৰ সঞ্চয় বৃদ্ধি হৈছে। বহুতৰে মতে ইয়াৰ এক কাৰণ হৈছে লকডাউন। সেই সময়ত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ লগতে ধনো মানুহে হাতত ৰাখিছিল। দেশৰ প্ৰায় ১৫ কোটি মানুহৰ আজিও বেংক একাউণ্ট নাই। তেওঁলোকেও নহদ সঞ্চয়ৰ ওপৰতেই গুৰুত্ব দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?
জীৱনশৈলী

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

April 6, 2026
Next Post
Zero Balance Account, একাউণ্টত বেলেন্স শূন্য হ’লেও ATM-ৰ পৰা উলিয়াব পাৰিব ১০,০০০ টকা, কিন্তু কেনেকৈ?

Zero Balance Account, একাউণ্টত বেলেন্স শূন্য হ’লেও ATM-ৰ পৰা উলিয়াব পাৰিব ১০,০০০ টকা, কিন্তু কেনেকৈ?

যদি ছেমিফাইনেলত বৰষুণে বাধা দিয়ে, তেতিয়াহ’লে ফাইনেলত প্ৰৱেশ কেনেকৈ কৰিব?

যদি ছেমিফাইনেলত বৰষুণে বাধা দিয়ে, তেতিয়াহ’লে ফাইনেলত প্ৰৱেশ কেনেকৈ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.