• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যদি ছেমিফাইনেলত বৰষুণে বাধা দিয়ে, তেতিয়াহ’লে ফাইনেলত প্ৰৱেশ কেনেকৈ কৰিব?

যদি ছেমিফাইনেলত বৰষুণে বাধা দিয়ে, তেতিয়াহ’লে ফাইনেলত প্ৰৱেশ কেনেকৈ কৰিব?

4 years ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

44 minutes ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

54 minutes ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

1 hour ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

2 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

2 hours ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

3 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

4 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

4 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু! পূৰ্বেই উমান পাইছিল নেকি মৃত্যুৰ কথা, গীতে সৃষ্টি কৰিছে চৰ্চা

6 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

6 hours ago
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

7 hours ago
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

যদি ছেমিফাইনেলত বৰষুণে বাধা দিয়ে, তেতিয়াহ’লে ফাইনেলত প্ৰৱেশ কেনেকৈ কৰিব?

editor by editor
November 8, 2022
in ক্ৰীড়া
0
যদি ছেমিফাইনেলত বৰষুণে বাধা দিয়ে, তেতিয়াহ’লে ফাইনেলত প্ৰৱেশ কেনেকৈ কৰিব?
0
SHARES
19k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কাইলৈ (৯ নৱেম্বৰ) পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত টী-২০ বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেল৷ ১০ নৱেম্বৰত ভাৰত আৰু ইংলেণ্ডৰ দ্বিতীখন ছেমিফাইনেল৷ ইয়াৰে বিজিত দল দুটাই ১৩ নৱেম্বৰত টী-২০ বিশ্বকাপৰ ফাইনেল খেলিব৷ এতিয়া প্ৰশ্ন হয় ছেমিফাইনেলত যদি বৰষুণে বিধিপথালি দিয়ে, তেনেহ’লে ফাইনেলত এণ্ট্ৰী কেনেকৈ হ’ব? প্ৰথম ছেমিফাইনেল অনুষ্ঠিত হ’ব নিউজিলেণ্ড বনাম পাকিস্তান৷ নিউজিলেণ্ডে ৭ পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থানত আছে আৰু পাকিস্তানৰ পইণ্ট হ’ল ৬৷ তেনেক্ষেত্ৰত প্ৰথম ছেমিফাইনেলখন বাতিল হ’লে দুয়োটা দলে ১ পইণ্টকৈ লাভ কৰিব৷ তেতিয়া নিউজিলেণ্ডৰ পইণ্ট হ’ব ৮ আৰু পাকিস্তানৰ পইণ্ট হ’ব ৭৷ তেনেক্ষেত্ৰত ফাইনেলত এণ্ট্ৰী কৰিব নিউজিলেণ্ডে৷ ইপিনে দ্বিতীয়খন ছেমিফাইনেল অনুষ্ঠিত হ’ব ভাৰত বনাম ইংলেণ্ড৷ ভাৰতে ৮ পইণ্টেৰে তালিকাৰ শীৰ্ষস্থানত আছে আৰু ইংলেণ্ডৰ পইণ্ট হ’ল ৭৷ তেনেক্ষেত্ৰত প্ৰথম ছেমিফাইনেলখন বাতিল হ’লে দুয়োটা দলে ১ পইণ্টকৈ লাভ কৰিব৷ তেতিয়া ভাৰতৰ পইণ্ট হ’ব ৯ আৰু ইংলেণ্ডৰ ৮৷ তেনেক্ষেত্ৰত ফাইনেলত এণ্ট্ৰী কৰিব ভাৰতে৷ অৱশ্যে তেনে হোৱা আশা ক্ষীণ৷ বৰষুণৰ বাবে ছেমিফাইনেলৰ মেচ বাতিল হ’লেও ‘ৰিজাৰ্ভ ডে’ত খেল অনুষ্ঠিত হ’ব৷ কিন্তু তেনে কোনো সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ICCএ ‘ৰিজাৰ্ভ ডে’ ৰাখি থৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick
বিনোদন

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

August 26, 2026
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?
বিনোদন

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

August 26, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল
বিনোদন

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

August 25, 2026
Next Post
অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত কোহলি… ৰোহিতৰ পিছতেই ছেমিফাইনেলত বিৰাটৰো অনিশ্চয়তা!

অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত কোহলি... ৰোহিতৰ পিছতেই ছেমিফাইনেলত বিৰাটৰো অনিশ্চয়তা!

ৰাস মহোৎসৱত ৰাধাৰ প্ৰসংগ! শ্ৰীকৃষ্ণৰ প্ৰেয়সী ৰাধাৰ মৃত্যু কেনেকৈ ঘটিছিল, শ্ৰীকৃষ্ণই প্ৰিয় বাঁহীটোও কিয় ত্যাগ কৰিছিল?

ৰাস মহোৎসৱত ৰাধাৰ প্ৰসংগ! শ্ৰীকৃষ্ণৰ প্ৰেয়সী ৰাধাৰ মৃত্যু কেনেকৈ ঘটিছিল, শ্ৰীকৃষ্ণই প্ৰিয় বাঁহীটোও কিয় ত্যাগ কৰিছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.