অধ্যাপক পি কে গগৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা কেন্দ্ৰৰ নতুন অধ্যক্ষ। অধ্যক্ষৰ পদৰ পৰা অপসাৰণ যৌন কেলেংকাৰিত অভিযুক্ত সত্যকাম বৰঠাকুৰক।