ৰাজ্যত এতিয়া মৃত্যুৰ কিৰিলি। বিগত ২৪ ঘণ্টাত জ্বলিল ৭খনকৈ চিতা। ২৪ ঘণ্টাত সংঘটিত ৩টাকৈ ভয়ংকৰ দুৰ্ঘটনা।