• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘তোমাৰ সৈতে বিয়া হ’লেও প্ৰেমিকৰ সৈতে মোৰ সম্পৰ্ক থাকিব’, পত্নীৰ এই দাবীৰ পিছত কি হ’ল?

‘তোমাৰ সৈতে বিয়া হ’লেও প্ৰেমিকৰ সৈতে মোৰ সম্পৰ্ক থাকিব’, পত্নীৰ এই দাবীৰ পিছত কি হ’ল?

4 years ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

29 minutes ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

1 hour ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

13 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

13 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

14 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

15 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

16 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

16 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

17 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

18 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

19 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘তোমাৰ সৈতে বিয়া হ’লেও প্ৰেমিকৰ সৈতে মোৰ সম্পৰ্ক থাকিব’, পত্নীৰ এই দাবীৰ পিছত কি হ’ল?

উপযুক্ত কাৰণ নোহোৱাকৈ স্বামীৰ সৈতে নাথাকিলে সেয়া এক প্ৰকাৰৰ নিৰ্যাতন!

editor by editor
August 17, 2022
in অপৰাধ, ভাৰত
0
‘তোমাৰ সৈতে বিয়া হ’লেও প্ৰেমিকৰ সৈতে মোৰ সম্পৰ্ক থাকিব’, পত্নীৰ এই দাবীৰ পিছত কি হ’ল?
0
SHARES
66.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মধ্যপ্ৰদেশৰ এক পাৰিবাৰিক আদালতে বিবাহ বিচ্ছেদৰ গোচৰত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কোনো বৈধ তথা উপযুক্ত কাৰণ অবিহনে স্বামীৰ সৈতে পত্নীয়ে নাথাকিলে স্বামীক অত্যাচাৰ কৰা বুলি গণ্য কৰা হ’ব৷ এক পাৰিবাৰিক অশান্তি তথা বিচ্ছেদৰ শুনানি গ্ৰহণ কৰি পাৰিবাৰিক আদালতৰ মুখ্য বিচাৰপতিয়ে এইদৰে কয়। আদালতৰ মতে পত্নীয়ে কোনো উপযুক্ত কাৰণ নথকাকৈ স্বামীৰ সৈতে নাথাকিলে তাক এক প্ৰকাৰৰ নিষ্ঠুৰতা তথা নিৰ্যাতন বুলিয়ে ক’ব পাৰি।

গোচৰীয়া পক্ষৰ অধিবক্তা মনোজ বিনিৱালে জনোৱা মতে, ২০১৬ চনত ইন্দোৰৰ বাসিন্দা সিদ্ধেশ্বৰ কুমাৰে জয়পুৰৰ কৰীনা সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। দুয়োৰে মেট্ৰিমনিয়েল ছাইটত লগ হৈ কিছুদিন পিছতে বিবাহপাশত আবদ্ধ হয়।

বিবাহৰ পিছত পত্নীৰ আচৰণ সলনি হোৱা বুলি কৈ স্বামীয়ে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায়। আনকি বিয়াৰ প্ৰথম নিশাই পত্নীয়ে স্বামীক কৈছিল যে তেওঁৰ সম্পৰ্ক আন কাৰোবাৰ লগত আছে আৰু চলি থাকিব। ইয়াৰ পিছতো সিদ্ধেশ্বৰে তাইক পত্নী হিচাপে গ্ৰহণ কৰিছিল।

লগতে পঢ়ক ভাৰতীয় ডাক বিভাগত ১ লাখ চাকৰি! ১০ম আৰু ১২শ শ্ৰেণী উত্তীৰ্ণই কৰিব পাৰিব আবেদন

স্বামী সিদ্ধেশ্বৰে কয় যে তেওঁ পত্নীক পতিয়ন নিয়াবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু পত্নীয়ে তেওঁৰ কথা নুশুনিলে। স্বামীক খবৰ নিদিয়াকৈ পত্নী ঘৰৰ পৰা ওলাই যায়। কেতিয়াবা মোবাইলটো চুইচ অফ কৰি দিয়ে আৰু কেতিয়াবা ফোন ৰিচিভো নকৰে। পত্নীয়ে কয় যে তেওঁ ভৱিষ্যতে প্ৰেমিকৰ লগতহে থাকিব। ইয়াৰ পিছত সিদ্ধেশ্বৰে আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায়।

ইফালে একেধৰণৰ আন এটা গোচৰত কেৰেলা উচ্চ ন্যায়ালয়ে কয় যে যে স্বামীয়ে বাৰে বাৰে ঠাট্টা-মস্কৰা কৰা আৰু পত্নীক আন মহিলাৰ সৈতে তুলনা কৰাটো এক প্ৰকাৰৰ নিষ্ঠুৰ মানসিক নিৰ্যাতন।

লগতে পঢ়ক শিশুৱে মোবাইল টিভিত মজি থাকে নেকি? এই নিচাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি?

অৱশ্যে কেৰেলা উচ্চ ন্যায়ালয়ে ৰায় দিয়ে যে স্বামীয়ে বাৰে বাৰে ঠাট্টা-মস্কৰা কৰাটো বিবাহ বিচ্ছেদৰ বাবে পৰ্যাপ্ত কাৰণ হ’ব নোৱাৰে। অৱশ্যে আইনে এই কথাটো লক্ষ্য কৰা উচিত যে এই ধৰণৰ ঠাট্টা-মস্কৰা কৰাতো পত্নীৰ প্ৰতি কৰা এক নিষ্ঠুৰ আচৰণ। আদালতে পাৰিবাৰিক আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আবেদনৰ শুনানি লৈ গ্ৰহণ কৰি এইদৰে কয়।

বিবাহ বিচ্ছেদৰ গোচৰত পত্নীয়ে অভিযোগ কৰিছিল যে তেওঁৰ স্বামীয়ে তেওঁক সঘনাই ঠাট্টা-মস্কৰা কৰি আহিছে। আনকি আন মহিলাৰ সৈতে কৰা তুলনাই তেওঁক হতাশ কৰি অহা বুলিও কয়। আদালতে কৈছে যে এয়া এক প্ৰকাৰৰ মানসিক নিষ্ঠুৰতা। কিন্তু বিবাহ বিচ্ছেদৰ বাবে এয়া পৰ্যাপ্ত কাৰণ নহয়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam liva 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamDivorcefamily courtkerala high court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
কিয় নিজৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী কণিষ্কা ছোনী? কি ক’লে অভিনেত্ৰীগৰাকীয়ে?

কিয় নিজৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী কণিষ্কা ছোনী? কি ক’লে অভিনেত্ৰীগৰাকীয়ে?

সাৱধান হওক স্বামীসকল! পত্নীক অত্যাচাৰ কৰিলে এৰিব লাগিব নিজৰে ঘৰ!

সাৱধান হওক স্বামীসকল! পত্নীক অত্যাচাৰ কৰিলে এৰিব লাগিব নিজৰে ঘৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.