• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Google Pay ইউজাৰ যদি এইকেইটা এপ আপোনাৰ ফোনৰ পৰা এতিয়াই আনষ্টল কৰক, অন্যথা হেৰুৱাব পাৰে ধন

Google Pay ইউজাৰ যদি এইকেইটা এপ আপোনাৰ ফোনৰ পৰা এতিয়াই আনষ্টল কৰক, অন্যথা হেৰুৱাব পাৰে ধন

2 years ago
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

1 hour ago
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

2 hours ago
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

2 hours ago
চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

2 hours ago
এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

3 hours ago
যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

3 hours ago
নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

15 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

15 hours ago
১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

16 hours ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

16 hours ago
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

16 hours ago
বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

Google Pay ইউজাৰ যদি এইকেইটা এপ আপোনাৰ ফোনৰ পৰা এতিয়াই আনষ্টল কৰক, অন্যথা হেৰুৱাব পাৰে ধন

editor by editor
November 24, 2023
in প্ৰযুক্তি, বাণিজ্য, বিশ্ব
0
Google Pay ইউজাৰ যদি এইকেইটা এপ আপোনাৰ ফোনৰ পৰা এতিয়াই আনষ্টল কৰক, অন্যথা হেৰুৱাব পাৰে ধন
0
SHARES
721
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সকলোতকৈ বেছি ব্যৱহৃত UPI পেমেণ্ট এপ হৈছে গুগল পে। UPI মাৰ্কেট শ্বেয়াৰৰ নিৰিখত সকলোতকৈ বেছি ব্যৱহাৰ কৰা ৫টা এপৰ ভিতৰত গুগল পে অন্যতম। অন্যান্য দেশৰ তুলনাত ভাৰততেই সকলোতকৈ বেছি এই এপ ব্যৱহৃত হয়।

প্ৰায়সংখ্যকেই নিয়মিত বিল পেমেণ্ট আৰু মোবাইল ৰিচাৰ্ছ সকলোবোৰ গুগল পেৰ পৰাই কৰে। সাম্প্ৰতিক সময়ত বাঢ়ি অহা ছাইবাৰ প্ৰতাৰণাৰ বাবে এইবাৰ সতৰ্ক হৈছে গুগলো। আৰ্টিফিছিয়েল ইণ্টেলিজেন্স প্ৰযুক্তিক কামত লগাই এই ধৰণৰ প্ৰতাৰণাক চিনাক্ত কৰিবলৈ সক্ষম হৈছে গুগলে। গুগল পেৰ ব্যৱহাৰ যিমানেই বাঢ়িছে জালিয়াতিৰ সংখ্যা। যি কাৰণত গুগল পে ইউজাৰৰ ফোনত থকা কেইটামান এপ ডিলিট কৰাৰ নিৰ্দেশ দিছে বিশেষজ্ঞই। এই এপসমূহ হৈছে স্ক্ৰিণ শ্বেয়াৰিং এপ্লিকেছন।

গুগল সতৰ্ক হৈ থাকিলেও ইউজাৰে যদি নিজৰ ফোনত এই ধৰণৰ এপ ইনষ্টল কৰে তেন্তে প্ৰতাৰণাৰ পৰা ৰক্ষা কৰা অসম্ভৱ বুলিও জনাইছে গুগলে। স্ক্ৰিণ শ্বেয়াৰিং এপৰ মাধ্যমেৰে একাধিক ব্যক্তিগত তথ্য, বেংক একাউণ্ট নম্বৰ, ATM কাৰ্ডৰ তথ্য, পাছৱৰ্ড ইত্যাদি হেক হ’ব পাৰে।

স্ক্ৰিণ শ্বেয়াৰিং এপ ভয়ংকৰ কিয়?
স্ক্ৰিণ শ্বেয়াৰিং এপৰ মাধ্যমেৰে অন্য ব্যক্তিৰ পৰা আপোনাৰ ফোন বা ডিভাইছৰ পৰা এক্সেছ গুচি যায়। আপুনি ফোনত যি কাম কৰে সকলো অন্য হেকাৰে গম পাব পাৰে। আপুনি কেনেকৈ পাছৱৰ্ড দিছে, আপোনাৰ UPI পিন, ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ CVV সকলো হেকাৰৰ হাতলৈ যাব পাৰে। এই ধৰণৰ স্ক্ৰিণ শ্বেয়াৰিং এপসমূহ হৈছে Screen Share, Anydesk, TeamViewer। উক্ত এপকেইটা আপোনাৰ ফোনত ইনষ্টল কৰিলে ডিভাইছৰ নিয়ন্ত্ৰণ হেকাৰৰ হাতলৈ যাব পাৰে। ইয়াৰফলত আপুনি আৰ্থিক প্ৰতাৰণাৰ বলি হ’ব পাৰে।

অপৰিচিত ব্যক্তিয়ে মনে মনে এই ফোনৰ তথ্য হেক কৰিব পাৰে। সেয়ে অচিনাকী ব্যক্তিৰ হাতত কেতিয়াও পাছৱৰ্ড খুলি মোবাইল নিদিব। কেৱল গুগল পেই নহয়, পে টিএম, ফোন পে ইত্যাদিৰ ক্ষেত্ৰতো একেই। সেয়ে এইকেইটা অনলাইন ট্ৰান্সেকশ্বন এপ ব্যৱহাৰ কৰিলে সদায়ে সতৰ্ক হৈ থাকক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?
জীৱনশৈলী

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

March 26, 2026
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?
বাণিজ্য

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

March 26, 2026
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
জীৱনশৈলী

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

March 26, 2026
ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত
জীৱনশৈলী

ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

March 26, 2026
Next Post
সংগী বিচাৰিয়েই ২০০০ কিঃমিঃ যাত্ৰা! চাৰি ৰাজ্যৰ সীমনা অতিক্ৰমী ওড়িশাত উপস্থিত হ’ল মহাৰাষ্ট্ৰৰ এটা বাঘ

সংগী বিচাৰিয়েই ২০০০ কিঃমিঃ যাত্ৰা! চাৰি ৰাজ্যৰ সীমনা অতিক্ৰমী ওড়িশাত উপস্থিত হ’ল মহাৰাষ্ট্ৰৰ এটা বাঘ

উত্তৰপ্ৰদেশত বৈষম্যৰ বলি হৈ খেলাৰ সুযোগ পোৱা নাছিলো, ইডেনে মোক গঢ়িলে…, বিশ্বকাপত পৰাজয় হৈয়ো অপৰাজিত সৈনিক ছামীয়ে ক’লে বঞ্চনা, অপমানৰ কাহিনী

উত্তৰপ্ৰদেশত বৈষম্যৰ বলি হৈ খেলাৰ সুযোগ পোৱা নাছিলো, ইডেনে মোক গঢ়িলে..., বিশ্বকাপত পৰাজয় হৈয়ো অপৰাজিত সৈনিক ছামীয়ে ক’লে বঞ্চনা, অপমানৰ কাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.