• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৌলৰ দিনাই চন্দ্ৰগ্ৰহণ, কৰক এই ৫কাম, গ্ৰহণৰ অশুভ ছায়া আপোনাৰ ওপৰত নপৰে

10 months ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

14 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

15 hours ago
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

16 hours ago
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

17 hours ago
প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

19 hours ago
ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

20 hours ago
ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দৌলৰ দিনাই চন্দ্ৰগ্ৰহণ, কৰক এই ৫কাম, গ্ৰহণৰ অশুভ ছায়া আপোনাৰ ওপৰত নপৰে

দৌলৰ দিনাই চন্দ্ৰগ্ৰহণ, কৰক এই ৫কাম, গ্ৰহণৰ অশুভ ছায়া আপোনাৰ ওপৰত নপৰে

editor by editor
March 11, 2025
in বিবিধ
0
দৌলৰ দিনাই চন্দ্ৰগ্ৰহণ, কৰক এই ৫কাম, গ্ৰহণৰ অশুভ ছায়া আপোনাৰ ওপৰত নপৰে
0
SHARES
199
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফাল্গুনী পূৰ্ণিমা তিথিত পালিত হয় দৌল। এই বছৰ আগন্তুক ১৪ মাৰ্চত পালিত হব দৌল উৎসব। আৰু সেই দিনাই চলিত বছৰত প্ৰথমবাৰ গ্ৰহণৰ কবলত পৰিব চন্দ্ৰ। যদিও ভাৰতৰ পৰা এই গ্ৰহণ দেখা নাযায় তথাপিও গ্ৰহণক অত্যন্ত অশুভ ঘটনা হিচাপে ধৰা হয়। বিশেষকৈ দৌলৰ দৰে উৎসৱৰ দিনা গ্ৰহণ পৰিলে তাৰ বিশেষ প্ৰভাৱ থাকেই। সেই কাৰণেই গ্ৰহণৰ সময়ত এনে কিছু কাম কৰাৰ কথা কোৱা হয়, যাৰ ফলত গ্ৰহণৰ অশুভ প্ৰভাৱ এৰোৱা সম্ভৱ। জানি থওক আগন্তুক ১৪ মাৰ্চত দৌল পূৰ্ণিমাত গ্ৰহণৰ দিনা কি কি কাম কৰা জৰুৰী?

শিৱপূজা

দৌলৰ দিনা গ্ৰহণ চলি থকাৰ সময়ত মহাদেৱৰ আৰাধনা কৰক। ইয়াৰ ফলত গ্ৰহণৰ অশুভ প্ৰভাৱে আপোনাৰ ওপৰত কোনো বেয়া ছায়া পেলাব নোৱাৰে। মহাদেৱৰ মূৰতেই যিহেতু চন্দ্ৰৰ অৱস্থান, সেয়ে শিৱক চন্দ্ৰৰ অধিপতি বুলি কোৱা হয়। মহাদেৱৰ পূজা কৰিলে গ্ৰহণৰ অশুভ ছায়া আপোনাৰ ওপৰত নপৰে।

চন্দ্ৰমন্ত্ৰ জপ

চন্দ্ৰগ্ৰহণৰ সময়ত চন্দ্ৰমন্ত্ৰ জৰ তকা অত্য়ন্ত শুভ। গ্ৰহণ চলাৰ সময়ত জপ কৰক ওম সোম সোমায় নমহঃ। ইয়াৰ ফলত মন শান্ত হব আৰু গ্ৰহণৰ অশুভ প্ৰভাৱ এৰাব পাৰিব।

 দৰিদ্ৰসেৱা

চন্দ্ৰগ্ৰহণৰ দিনা দৰিদ্ৰসকলক পাৰ্যমানে দান কৰক। ইয়াৰ ফলত আপুনি আপোনাৰ পৰিয়ালে চন্দ্ৰদেৱৰ কৃপা লাভ কৰিব। গ্ৰহণৰ দিনা অভাৱী মানুহক খাদ্য আৰু বস্ত্ৰ দান কৰক। ইয়াৰ ফলত আপোনাৰ সংসাৰত সমৃদ্ধি বৰ্তি থাকিব।

তুলসী পাত

গ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বে তুলসী পাত গছৰ পৰা চিঙি নিজৰ হাতত ৰাখক। তুলসী পাতে পজিটিভ এনাৰ্জি গ্ৰহণ কৰি নিগেটিভ এনাৰ্জিক দূৰত ৰাখে। ইয়াৰোপৰি পেয় পানী, ৰন্ধনৰ পানী, ঘীঁ আদিত তুলসী পাত দি থওক। এই কাম কৰিলে গ্ৰহণৰ প্ৰভাৱত খাদ্য অশুদ্ধ হৈ নাযায়।

গা ধুৱক

গ্ৰহণ এৰাৰ পাছত গা ধুৱক। ইয়াৰ ফলত আপোনাৰ শৰীৰ আৰু মন শান্ত হব। গ্ৰহণৰ পাছত নিজৰ ঘৰ পৰিষ্কাৰ কৰিবলৈ ভুলতো নাপাহৰিব। এই কাম কৰিলে গ্ৰহণৰ অশুভ প্ৰভাৱ আপোনাৰ ওপৰত নপৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত
জীৱনশৈলী

January 14, 2026
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?
জীৱনশৈলী

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

January 14, 2026
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ
জীৱনশৈলী

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

January 14, 2026
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত
জীৱনশৈলী

মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

January 14, 2026
Next Post
পাকিস্তান সীমান্তত ট্ৰেইন হাইজেক! বালোচ লিবাৰেছন আৰ্মিৰ হাতত পণবন্দী ১০০জনতকৈয়ো বেছি যাত্ৰী

দৈনিক ৰাশিফল, আজি শুক্লা ত্ৰয়োদশীত সুকৰ্ম আৰু ধৃতি যোগৰ শুভ সংযোগ, কি কি আছে ভাগ্যত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন