• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বান্ধোনে বেলিকো নাবান্ধে…!’ সূৰ্যাস্ত নোহোৱা অঞ্চলকেইটা কি কি জানেনে?

‘বান্ধোনে বেলিকো নাবান্ধে…!’ সূৰ্যাস্ত নোহোৱা অঞ্চলকেইটা কি কি জানেনে?

3 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

20 hours ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

21 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

22 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

22 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

23 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

23 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 day ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 day ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

‘বান্ধোনে বেলিকো নাবান্ধে…!’ সূৰ্যাস্ত নোহোৱা অঞ্চলকেইটা কি কি জানেনে?

editor by editor
September 13, 2022
in বিবিধ, ভাৰত
0
‘বান্ধোনে বেলিকো নাবান্ধে…!’ সূৰ্যাস্ত নোহোৱা অঞ্চলকেইটা কি কি জানেনে?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৱাতেই উঠি মাৰ যায় বিয়লি বান্ধোনতে ঘূৰে বেলি। বান্ধোন বেলিয়েও ভাঙে। পুৱাতেই উঠি বিয়লি মাৰ যোৱাৰ এই প্ৰক্ৰিয়া কোনো কোনো ঠাইত পৃথক হয়। নিশাৰ সংজ্ঞা চিনি নোপোৱা এনে বহু ঠাই পৃথিৱীতেই আছে।

আমি ২৪ ঘণ্টাক এটা সম্পূৰ্ণ দিন বুলি কওঁ। ইয়াৰে ১২ ঘণ্টা দিন আৰু ১২ ঘণ্টা ৰাতি। সূৰ্য অস্ত যোৱাৰ লগে লগেই নিশা নামি আহে। কিন্তু পৃথিৱীত এনে কিছু ঠাই আছে য’ত ৭০ দিনতকৈ অধিক সময় সূৰ্য অস্ত নাযায়। অৰ্থাৎ ৭০ দিনলৈ সেই ঠাইত নিশা নহয়। এটা-দুটা নহয় ৬ টাকৈ এনে ঠাই আছে পৃথিৱীত। ক’ত ক’ত আছে এই ৬ টা অঞ্চল?

নৰৱে, আৰ্কটিক চক্ৰত অৱস্থিত নৰৱেক মাজনিশাৰ সূৰ্যৰ দেশ বুলি কোৱা হয়। ইয়াত মে’ মাহৰ শেষৰ পৰা জুলাই মাহলৈ ৭৬ দিনৰ বাবে সূৰ্য অস্ত নাযায়। নৰৱেৰ চালবাৰ্ডত ১০ এপ্ৰিলৰ পৰা ২৩ আগষ্টলৈ নিৰন্তৰ সূৰ্যৰ পোহৰ পৰি থাকে। নৰৱেত এই সময়ত বিভিন্ন ঠাইৰ পৰা পৰ্যটক অহাও পৰিলক্ষিত হয়।

লগতে পঢ়ক কেৱল কংগ্ৰেছৰ যুৱৰাজ ৰাহুলে গান্ধীয়েই নিপিন্ধে! মন্ত্ৰী পীয়ুষেও পিন্ধে ৩৭ হাজাৰ টকীয়া দামী ছাৰ্ট

নুনাভুট কানাডাৰ উত্তৰ-পশ্চিম অঞ্চলত অৱস্থিত এখন সুন্দৰ ঠাই। এই অঞ্চলটো আৰ্কটিক চক্ৰৰ পৰা প্ৰায় দুই ডিগ্ৰী ওপৰত অৱস্থিত। নুনাভুটত প্ৰায় দুমাহ সময় ২৪ ঘণ্টাই সূৰ্যৰ পোহৰ পৰে ইয়াৰ বিপৰীতে শীতকালত এই ঠাইখনত একেৰাহে ৩০ দিন সম্পূৰ্ণ অন্ধকাৰ হৈ থাকে।

ইউৰোপৰ সৰ্ববৃহৎ দ্বীপ আইচলেণ্ড একমাত্ৰ দেশ য’ত এটাও ম’হ নাই। গ্ৰীষ্মকালত আইচলেণ্ডত ৰাতি নহয়। এই দ্বীপত জুন মাহত কেতিয়াও সূৰ্য অস্ত নাযায়। মাজনিশা সূৰ্য চাবলৈ এই স্থানলৈ বহু পৰ্যটক অহাও পৰিলক্ষিত হয়।

লগতে পঢ়ক কেৱল কংগ্ৰেছৰ যুৱৰাজ ৰাহুলে গান্ধীয়েই নিপিন্ধে! মন্ত্ৰী পীয়ুষেও পিন্ধে ৩৭ হাজাৰ টকীয়া দামী ছাৰ্ট

আলাস্কাৰ বেৰোত মে’ মাহৰ শেষৰ পৰা জুলাইৰ শেষলৈ সূৰ্য অস্ত নাযায়। কিন্তু নৱেম্বৰৰ আৰম্ভণিৰ পৰা ৩০ দিনৰ বাবে সূৰ্য উদয় নহয়। এনেদৰে সূৰ্য উদয় নোহোৱাক পোলাৰ নাইট বুলি কোৱা হয়। শীতৰ সময়ছোৱাত সমগ্ৰ দেশ অন্ধকাৰত ডুব যায়। বৰফৰে আবৃত পৰ্বত আৰু মনোমোহা হিমবাহৰ বাবে আলাস্কাৰ এই অঞ্চলটোলৈ গ্ৰীষ্ম বা শীতকালত ভ্ৰমণ কৰিব পাৰি।

মে’ মাহৰ আৰম্ভণিৰ পৰা আগষ্ট মাহৰ শেষলৈকে চুইডেনত মাজনিশা সূৰ্যাস্ত আৰু প্ৰায় ৪ বজাত সূৰ্যোদয় হয়। একেৰাহে ৬ মাহৰ বাবে সূৰ্যৰ পোহৰ আৰু ৰ’দ থাকে। অৰ্থাৎ এই ৬ মাহ সূৰ্য অস্ত নোযোৱাৰ দৰেই। এই সময়ছোৱাত চুইডেনবাসীয়ে দুঃসাহসিক কাৰ্যকলাপ, গল্ফ, মাছ ধৰা, ট্ৰেকিং ট্ৰেইল আদি কামত নিজকে জড়িত কৰি ৰাখে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamsun doesn't set
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
স্বামীৰ যৌন প্ৰয়োজনীয়তা অতি বেছি! ৮৭ বছৰীয়া বৃদ্ধাৰ হেল্পলাইন নম্বৰত ফোন কৰি অভিযোগ

স্বামীৰ যৌন প্ৰয়োজনীয়তা অতি বেছি! ৮৭ বছৰীয়া বৃদ্ধাৰ হেল্পলাইন নম্বৰত ফোন কৰি অভিযোগ

অ’টোচালকৰ ঘৰত নৈশ আহাৰ গ্ৰহণ কৰি কেজৰিৱালৰ চমক! ‘অভিনয়’ আখ্যা বিজেপিৰ

অ’টোচালকৰ ঘৰত নৈশ আহাৰ গ্ৰহণ কৰি কেজৰিৱালৰ চমক! ‘অভিনয়’ আখ্যা বিজেপিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.