• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেটি লিভাৰৰ পৰা কৰ্কটৰ আশংকা থাকে নেকি? কিয় বাঢ়িছে ফেটি লিভাৰত আক্ৰান্তৰ সংখ্যা?

1 week ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

2 minutes ago
আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

45 minutes ago
দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

1 hour ago
২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

2 hours ago
মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

3 hours ago
বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

4 hours ago
ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

5 hours ago
সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

6 hours ago
৪ মিনিটত কি ঘটিছিল অজিত পাৱাৰৰ বিমানখনত? দুখলগা বাখ্যা প্ৰত্যক্ষদৰ্শীৰ

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, January 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফেটি লিভাৰৰ পৰা কৰ্কটৰ আশংকা থাকে নেকি? কিয় বাঢ়িছে ফেটি লিভাৰত আক্ৰান্তৰ সংখ্যা?

ফেটি লিভাৰৰ পৰা কৰ্কটৰ আশংকা থাকে নেকি? কিয় বাঢ়িছে ফেটি লিভাৰত আক্ৰান্তৰ সংখ্যা?

editor by editor
January 21, 2026
in জীৱনশৈলী
0
ফেটি লিভাৰৰ পৰা কৰ্কটৰ আশংকা থাকে নেকি? কিয় বাঢ়িছে ফেটি লিভাৰত আক্ৰান্তৰ সংখ্যা?
0
SHARES
887
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লিভাৰত অতিৰিক্ত চৰ্বি জমা হোৱাক সহজ ভাষাত কোৱা হয় ফেটি লিভাৰ আৰু চিকিৎসাবিজ্ঞানৰ ভাষাত মেটাবলিক ডিছফাংছন এছোচিয়েটেড ষ্টিটেটিক লিভাৰ ডিজিজ বুলি কোৱা হয়৷ আমাৰ দৈনন্দিন কিছু অভ্যাসেই এই ৰোগ বঢ়োৱাত গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ এই অৱস্থাত লিভাৰৰ স্বাভাৱিক বিপাকক্ৰিয়া ব্যাহত হ’বলৈ আৰম্ভ কৰে আৰু ধীৰে ধীৰে কোষৰ ক্ষতি হ’বলৈ ধৰে৷ ফলত ইয়াৰ পৰাই প্ৰশ্ন হয় ফেটি লিভাৰৰ পৰা লিভাৰৰ কৰ্কটৰ আশংকা বাঢ়ে নেকি?

পৰীক্ষানিৰীক্ষাৰে ফেটি লিভাৰ চিনাক্ত হয়৷ অতিৰিক্ত জাংক ফুড খোৱাৰ প্ৰৱণতা আৰু শৰীৰক অচল ৰখাৰ অভ্যাসে লিভাৰত চৰ্বি জমা কৰে৷ তাৰপৰাই ফেটি লিভাৰত আক্ৰান্ত হয় বহুজন৷ লিভাৰৰ যত্ন নল’লে পাছলৈ ই জটিল ৰূপ ধাৰণ কৰে৷ চিকিৎসকে কয় যিসকলৰ ডায়বেটিছ, উচ্চ কলষ্টেৰল আৰু উচ্চ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকৰ ক্ষেত্ৰত এই ৰোগৰ আশংকা বেছি৷ আৰু ৰেড মিট, চিজ ইত্যাদি অত্যধিক পৰিমাণে খালে ফেটি লিভাৰৰ সম্ভাৱনা বাঢ়ে৷ ফেটি লিভাৰক এক সাধাৰণ সমস্যা ভাৱি থকা মুঠেও নিৰাপদ নহয়৷ দীৰ্ঘ দিন এই সমস্যা অৱহেলা কৰি থাকিলে লিভাৰৰ গুৰুতৰ ৰোগ হব পাৰে৷ আনকি কৰ্কটৰো আশংকা বাঢ়ে৷

ফেটি লিভাৰৰ পৰা কেনেকৈ কৰ্কটৰ আশংকা বাঢ়ে?

চিকিৎসকৰ মতে লিভাৰত অতিৰিক্ত ফেট জমা হ’বলৈ আৰম্ভ কৰিলে সেই অংগত প্ৰদাহৰ সমস্যাই দেখা দিয়ে৷ আৰু তাৰপৰাই নন-এলকহলিক ষ্টিয়াটোহেপাটাইটিছ হব পাৰে৷ এই ৰোগক যিমান বেছি উপেক্ষা কৰি থাকে সিমানেই কেন্সাৰৰ আশংকা বাঢ়ে৷ ফেটি লিভাৰ অৱহেলা কৰি থাকিলে ১০০ জনৰ ভিতৰত ১৫ জনৰ লিভাৰ ছিৰোচিচ হোৱাৰ সম্ভাৱনা তৈয়াৰ হয়৷ অৰ্থাৎ ধৰা হ’ল ৰোগীয়ে মদ্যপান নকৰে, হেপাটাইটিছ সংক্ৰমণো নাই কিন্তু ফেটি লিভাৰ আছে তেনে ৰোগীৰ ছিৰোচিছ হোৱাৰ আশংকা থাকে ১৫শতাংশ৷ আৰু যিসকল ছিৰোচিচত আক্ৰান্ত হৈছে তেওঁলোকৰ লিভাৰত পৰবৰ্তী কালত কৰ্কট হোৱাৰ আশংকা থাকে ২০-৩০শতাংশ৷ কেৱল সুৰাপান কৰিলেই ছিৰোচিচ হয় সেই ধাৰণা ভুল৷ ফেটিলিভাৰৰ পৰাও ছিৰোচিচ হব পাৰে৷ সময়মতে চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা আৰম্ভ কৰিলে এই সমস্যাৰ পৰা হাত সাৰিব পাৰিব আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ
জীৱনশৈলী

January 28, 2026
আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন
জীৱনশৈলী

আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

January 28, 2026
দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?
জীৱনশৈলী

দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

January 28, 2026
২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?
জীৱনশৈলী

২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

January 28, 2026
Next Post
শুক্ৰই তৈয়াৰ কৰিব মালব্য মহাপুৰুষ ৰাজযোগ, মাৰ্চৰ পৰা ৩ৰাশিৰ সৌভাগ্য খুলিব

একাধিক পুৰুষসংগী, ২বাৰ বিবাহ তাৰপিছত ২বাৰেই ডিভোৰ্ছ, তৃতীয়বাৰ বিচাৰিছে পাকিস্তানী পাত্ৰ, কোন এই বলীউড সুন্দৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন