• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰম্ভ হ’ল ভাদ মাহ, ভাদ মাহত এই তেল খালেই কমিব আয়ুস, এইকেইটা নিয়ম মানি নচলিলেই ঘৰত অথন্তৰ হ’ব!

আৰম্ভ হ’ল ভাদ মাহ, ভাদ মাহত এই তেল খালেই কমিব আয়ুস, এইকেইটা নিয়ম মানি নচলিলেই ঘৰত অথন্তৰ হ’ব!

3 years ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

34 minutes ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

1 hour ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

2 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

3 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

3 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

4 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

5 hours ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

6 hours ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

7 hours ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

7 hours ago
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

8 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আৰম্ভ হ’ল ভাদ মাহ, ভাদ মাহত এই তেল খালেই কমিব আয়ুস, এইকেইটা নিয়ম মানি নচলিলেই ঘৰত অথন্তৰ হ’ব!

editor by editor
August 22, 2023
in অসম, জীৱনশৈলী, বিবিধ
0
আৰম্ভ হ’ল ভাদ মাহ, ভাদ মাহত এই তেল খালেই কমিব আয়ুস, এইকেইটা নিয়ম মানি নচলিলেই ঘৰত অথন্তৰ হ’ব!
0
SHARES
496
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দু পঞ্জিকাৰ চতুৰ্থ মাহ হৈছে ভাদ মাহ। ভাদ মাহ অসমবাসীৰ বাবে অতি বিশেষ। এই মাহতেই গুৰু দুজনাৰ তিথি। শাস্ত্ৰমতেও শাওন মাহ যেনেদৰে শিৱৰ প্ৰিয় তেনেদৰে ভাদমাহ আকৌ কৃষ্ণৰ প্ৰিয় মাহ। শাস্ত্ৰই এই মাহত ঋষিকেশৰ পূজা কৰাটো অতি উত্তম বুলি দাবী কৰে। শ্ৰী কৃষ্ণ আৰু তেওঁৰ ভাতৃ বলৰামৰ জন্মও এই মাহতেই হৈছিল। জন্মমাহ বাবেই ভাদ শ্ৰী কৃষ্ণৰ প্ৰিয় মাহ। ভাদ মাহৰ অধিপতি হৈছে চন্দ্ৰ। বেদ আৰু পুৰাণতো ভাদমাহত কি কি খাব লাগে কি কি পূজা অৰ্চনা কৰিব লাগে সমূহ নিয়মৰ বৰ্ণনা কৰা আছে। এই নিয়মসমূহ মানি বিষ্ণুৰূপী কৃষ্ণ আৰু চন্দ্ৰক উপাসনা কৰিলে সুফল লাভ কৰিব। এই মাহত কি কি কৰিলে বিষ্ণুৰ আশীৰ্বাদ লাভ কৰিব?

কৃষ্ণ পুজা
ভাদ মাহত গণেশ পুজাৰ পাছতেই দক্ষিণাবৰ্তী শঙ্খ লৈ বাল গোপালৰ প্ৰতিমাৰ অভিষেক কৰিব লাগে। তাৰপিছতেই মাখন মিশ্ৰীত ভোগ দিব। ভোগত তুলসীৰ পাত অৰ্পণ কৰিবলৈ নাপাহৰিব। ইয়াৰোপৰি গাখীৰত জাফৰাণ মিহলাই বাল গোপালক অৰ্পণ কৰিব। এই মাহত ঘৰত ৰখা বালক কৃষ্ণক হালধীয়া পোছাক হে পিন্ধাব। এই মাহত ওম কৃষ্ণাই নমঃ মন্ত্ৰ জপ কৰাটো শুভ।

এই মাহত কেইবিধমান পাচলি নাখাব
শাস্ত্ৰ অনুসাৰে ভাদ মাহত মাংস, মৌ, গুড়, মূলা আৰু বেঙেনা খাব নালাগে। কাৰণ এই মাহত এইসমূহ পাচলি খালে শাৰীৰিক অসুস্থতাই দেখা দিয়ে। বৈজ্ঞানিক দিশেৰে যদি চোৱা যায় তেন্তে এই মাহত বৰষুণ খুবেই বেছি হয়। যাৰফলত সেউজীয়া পাচলিসমূহত পোকে ধৰে। এই ধৰণৰ পাচলি খালে অসুস্থ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

ভাদমাহত তেলজাতীয় খাদ্য খোৱাটো অনুচিত
ভাদমাহত তেলজাতীয় খাদ্য আৰু গুড় খাব নালাগে বুলি শাস্ত্ৰত উল্লেখ আছে। এই মাহত গুড় খালে কণ্ঠত প্ৰভাৱ পৰে। ইয়াৰোপৰি এই মাহত তিল তেলো খাব নালাগে। ভাদমাহত যিসকল ব্যক্তিয়ে তিল তেল খায় তেওঁলোকৰ আয়ুস কমে। গুড় আৰু তিল তেলৰ ওপৰিও ভাদ মাহত দৈয়ো খাব নালাগে। ইয়াৰোপৰি অন্যৰ ঘৰত ভাত খোৱাটোও অনুচিত বুলি শাস্ত্ৰত উল্লেখ আছে। ভাদ মাহত নাৰিকলো খাব নালাগে।

ভাদ মাহত কি কি খাব?
শাস্ত্ৰমতে ভাদমাহত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। এই মাহত তেওঁৰ জন্মোৎসব পালন কৰা হয়। কৃষ্ণৰ মাখন অত্যন্ত প্ৰিয়। মাখন চোৰ কৰি খোৱাৰ বাবেই কৃষ্ণৰ আন এটা নাম মাখন চোৰ। সেয়ে এই মাহত মাখন খোৱাটো শুভ বুলি শাস্ত্ৰত উল্লেখ আছে। ইয়াৰ ফলত স্বাস্থ্যৰ উন্নতি হয়। শিশুসকলক গাই ঘিউ খোৱাব পাৰে। ইয়াৰফলত শৰীৰত শক্তি সঞ্চয় হয়। ইয়াৰোপৰি গা ধোৱা পানীত গোমূত্ৰ মিহলাই স্নান কৰিলে সমস্ত পাপ নাশ হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন
বাণিজ্য

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

October 10, 2026
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম
বিনোদন

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

October 10, 2026
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!
ৰাজনীতি

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

October 10, 2026
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’
ভাৰত

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

October 10, 2026
Next Post
‘পিটাৰক বিয়া কৰাই জীৱনত ডাঙৰ ভুল হ’ল!’ কাৰাগাৰৰ পৰা ওলাই কেনে আছে ইন্দ্ৰানী মুখাৰ্জী?

'পিটাৰক বিয়া কৰাই জীৱনত ডাঙৰ ভুল হ’ল!' কাৰাগাৰৰ পৰা ওলাই কেনে আছে ইন্দ্ৰানী মুখাৰ্জী?

জোনবাইৰ দেশৰ সাধুকথা নহয়, বাস্তৱ কথাবোৰ জানিবলৈ সাজু সকলো! চন্দ্ৰপৃষ্ঠত অৱতৰণৰ ১৫ মিনিটত কি কি হ’ব, লেজাৰ ৰশ্মিৰে বিক্ৰমে কি কৰিব? সবিশেষ…

জোনবাইৰ দেশৰ সাধুকথা নহয়, বাস্তৱ কথাবোৰ জানিবলৈ সাজু সকলো! চন্দ্ৰপৃষ্ঠত অৱতৰণৰ ১৫ মিনিটত কি কি হ’ব, লেজাৰ ৰশ্মিৰে বিক্ৰমে কি কৰিব? সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.