অসম লাইভ২৪ঃ
গুৱাহাটী মহানগৰীত আৰক্ষী আৰু মেজিক ড্ৰাইভাৰৰ মাজত হতাহতি।
কৰ্তব্যৰত যান-বাহন আৰক্ষী বিষয়াক প্ৰহাৰ মেজিক চালকৰ।
পাঞ্জাবাৰীৰ VIP ৰোডত সংঘটিত এই ঘটনা।
যান-বাহনৰ নিয়ম উলংঘাত বাধা দিয়াৰ বাবেই আৰক্ষী জোৱানজনক প্ৰহাৰ চালকজনৰ।
জোৱানজন দিছপুৰ আৰক্ষী থানাৰ ৰজত বড়ো।
বড়োক মুখমণ্ডল আৰু ডিঙিত আঘাত কৰে চালকজনে।
বড়োৰ গোচৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চালকজনক।
আৰক্ষীয়ে জব্দ কৰিছে চালকজনে চলাই অহা AS-01-HC-3854 নম্বৰৰ টাটা মেজিক বাহনখনো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ