দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী। কোভিড প্ৰ’ট’কল মানি পালন হ’ব পূজা। প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎ শিল্পীসকল।