আজি সপ্তমী পূজা। ধৰাৰ বুকুত মহিষমৰ্দিনী দেৱী দুৰ্গা। শংখ, দবা, ঢাকৰ শব্দৰে মুখৰিত ৰাজ্য। চৌদিশে পুৰোহিতৰ মন্ত্ৰধ্বনি।