• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দূৰ্গা পূজাৰ SOP কি কি কৰিব, কি কি নকৰিব, পঢ়ক সবিশেষ-

দূৰ্গা পূজাৰ SOP কি কি কৰিব, কি কি নকৰিব, পঢ়ক সবিশেষ-

2 years ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

56 minutes ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

2 hours ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

2 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

3 hours ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

4 hours ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

4 hours ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

5 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

5 hours ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

6 hours ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

7 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

8 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দূৰ্গা পূজাৰ SOP কি কি কৰিব, কি কি নকৰিব, পঢ়ক সবিশেষ-

editor by editor
September 26, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
দূৰ্গা পূজাৰ SOP কি কি কৰিব, কি কি নকৰিব, পঢ়ক সবিশেষ-
0
SHARES
233
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দূৰ্গা পূজাৰ SOP কি কি কৰিব, কি কি নকৰিব, পঢ়ক সবিশেষ-

শাৰদীয় দূৰ্গা পূজাক লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিলে কেতবোৰ নীতি-নিৰ্দেশনা-

কৰিবলগীয়া-
১- লাউড স্পীকাৰৰ ব্যৱহাৰ তথা নিয়ম সাৱধানে মানি চলিব
২- সকলো নিয়ম সকলো পূজা কৰ্মকৰ্তাক বুজাই দিব
৩- অস্থায়ীভাৱে নিৰ্মাণ কৰা পূজা মণ্ডপ, বৈদ্যুতিক সা-সৰঞ্জান আদিৰ পৰা সকলো দৰ্শনাৰ্থীৰ সুৰক্ষা নিশ্চিত কৰক
৪- সুৰক্ষা আৰু নিৰাপত্তা সন্দৰ্ভত থকা সকলো নিৰ্দেশনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ সৈতে সহযোগীতা কৰক
৫- পূজা শান্তিভাৱে পালন কৰাটো নিশ্চিত কৰক
৬- পূজাথলী সকলো ধৰণৰ বিপদজনক সামগ্ৰীৰ পৰা মুক্ত আৰু পৰিস্কাৰকৈ ৰাখক
৭- জৰুৰীকালীন সময়ত ব্যৱহাৰ কৰিব পৰাকৈ সুকীয়া স্থান নিৰ্দিষ্ট কৰি ৰাখক
৮- চিকিৎসকৰ দল নিশ্চিত কৰি ৰাখক
৯- স্বেচ্ছাসেৱকক সকলো দয়িত্ব অৰ্পনৰ বাবে বুজাই ৰাখক
১০- স্বেচ্ছাসেৱকৰ পৰিচয় কমিটিৰ সৈতে ৰখাৰ লগতে পৰিচয় পত্ৰ দিয়ক
১১- বিশেষ ব্যক্তিৰ আগমণ হ’লে পূজাথলীৰ সকলো কাৰ্যসূচীৰ বিষয়ে আগতীয়াকৈ আৰক্ষীক জনাই থওক।
১২- মাদকদ্ৰব্যৰ ক্ষেত্ৰত নিষিদ্ধ এলেকা ঘোষণা কৰক
১৩- পূজাৰ অন্তত পূজাথলী পৰিষ্কাৰ কৰাটো নিশ্চিত কৰক
১৪- বলপূৰ্বকভাৱে চান্দা বা বৰঙণি সংগ্ৰহ নকৰিব
১৫- পূজাৰ সকলো বিষয়ববীয়া আৰু স্বেচ্ছাসেৱকৰ নাম তালিকা আৰক্ষী থানাত দাখিল কৰক
১৬- সুৰক্ষা আৰু সুচাৰুৰূপে পূজা সমাপনৰ বাবে পুৰুষ আৰু মহিলাৰ প্ৰৱেশ পৃথকে পৃথকে ব্যৱস্থা কৰক
১৭- বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ৰাখিব পূজাথলীত
১৮- চিচি টিভিৰ ব্যৱস্থা কৰাটো বাধ্যতামূলক
১৯- প্ৰতিমা বিসৰ্জনৰ বাবে প্ৰশাসনে বান্ধি দিয়া নিময় মনাটো বাধ্যতামূলক
২০- প্ৰতিমা বিসৰ্জনৰ সময়ত ফটকা ফুটাই সমদল উলিওয়াৰ পৰা বিৰত থাকক
২১- দিনৰ ১১ বজাৰ পাছত হে আৰম্ভ কৰিব বিসৰ্জনৰ কাৰ্য
২২- পূজা সমিতিক পূজা সম্পৰ্কীয় সকলো বেনাৰ-পোষ্টাৰ আদিত অসমীয়া ভাষা ব্যৱহাৰ কৰাটো বাধ্যধামূলক।

নকৰিবলগীয়া-
১- ৰাজহুৱা পথৰ ওপৰত পেণ্ডেল নাসাজিব
২- পোষ্টাৰ-বেনাৰ আদি লগাই কোনো ৰাজহুৱা দেৱাল-সম্পত্তি, প্ৰাকৃতিক সম্পদ আদি নষ্ট নকৰিব
৩- ৰাজহুৱা স্থানত কোনো কাৰ্যালয়/বিপনি আদি স্থাপন নকৰিব।
৪- ৰাজহুৱা স্থানত পতাকা, পোষ্টাৰ, কাপোৰ নলগাব
৫- পেণ্ডেলৰ ১০০ মিটাৰ ভিতৰত যান-বাহন থোৱাৰ অনুমতি নিদিব
৬- কোনো ৰাজহুৱা স্থানত প্লাষ্টিকৰ বেগ, পতাকা, বেনাৰ কাপোৰ বা পোষ্টাৰ ব্যৱহাৰ নকৰিব
৭- নিশা ১০ বজাৰ পাছত অনুভাষ যন্ত্ৰ তথা লাউড স্পীকাৰ ব্যৱহাৰ নকৰিব।
৮- পূজা মণ্ডপ বা তোৰণ আদি কোনো বিদ্যুৎ পৰিবাহী তাঁৰৰ তলত হব নালাগিব

পূজা সূচাৰুৰূপে নিয়ন্ত্ৰণ কৰিবৰ বাবে প্ৰশাসনৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ ফোন নম্বৰো সদৰি কৰিছে –

জিলা প্ৰশাসনৰ নিয়ন্ত্ৰণ কক্ষ- ০৩৬১-২৭৩৩০৫২
আৰক্ষী নিয়ন্ত্ৰণ কক্ষ- ০৩৬১-২৪৬৪৫৫৭, ২৪৬১৫৫৬, ১০০
অগ্নী আৰু জৰুৰীকালীন সেৱা- ০৩৬১- ২৭৩৬৮০, ২৭৩৫৯৩৩
গুৱাহাটী পৌৰ নিগম- ৮৮১১০০৭০০০০, ৭৩৯৯০০৩০০১

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamdurga pujaDurga Puja 2024
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য
অসম

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

July 16, 2026
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন
অসম

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

July 13, 2026
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
অসম

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 13, 2026
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?
অসম

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

July 13, 2026
Next Post
‘নিসন্দেহে মোদী বহুত শক্তিশালী, অপৰিসীম ধন আছে, কিন্তু…’- কেজৰিৱাল

'নিসন্দেহে মোদী বহুত শক্তিশালী, অপৰিসীম ধন আছে, কিন্তু...'- কেজৰিৱাল

পূজাৰ সময়ত শনি দেৱৰ স্থান সলনিৰ বাবে লাভবান হ’ব ৭ ৰাশিৰ লোক, ডিচেম্বৰলৈ মজাই মজা

পূজাৰ সময়ত শনি দেৱৰ স্থান সলনিৰ বাবে লাভবান হ'ব ৭ ৰাশিৰ লোক, ডিচেম্বৰলৈ মজাই মজা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.