• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘নিসন্দেহে মোদী বহুত শক্তিশালী, অপৰিসীম ধন আছে, কিন্তু…’- কেজৰিৱাল

‘নিসন্দেহে মোদী বহুত শক্তিশালী, অপৰিসীম ধন আছে, কিন্তু…’- কেজৰিৱাল

2 years ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

23 minutes ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

1 hour ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

2 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

3 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

4 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

4 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

5 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

6 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

6 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

7 hours ago

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

19 hours ago
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘নিসন্দেহে মোদী বহুত শক্তিশালী, অপৰিসীম ধন আছে, কিন্তু…’- কেজৰিৱাল

editor by editor
September 26, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
‘নিসন্দেহে মোদী বহুত শক্তিশালী, অপৰিসীম ধন আছে, কিন্তু…’- কেজৰিৱাল
0
SHARES
175
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘নিসন্দেহে মোদী বহুত শক্তিশালী, অপৰিসীম ধন আছে, কিন্তু…’- কেজৰিৱাল

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ আসন এৰিলেও এৰা নাই কৰ্ম। এৰা নাই দলৰ কাম। আজি ২৬ ছেপ্টেম্বৰ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে কেজৰিৱালে।

দিল্লী বিধানসভাৰ বিশেষ অধিৱেশনত ভাষণ দি প্ৰাক্তন মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে পি এ মোডী অতি শক্তিশালী, অপৰিসীম ধন আছে কিন্তু মোদী ঈশ্বৰ নহয়। তেওঁ কৈছিল যে এই পৃথিৱীত ঈশ্বৰ আছে, কিছু শক্তি আছে, সেই মোৰ লগত আছে। উচ্চতম ন্যায়ালয়ক ধন্যবাদ জনাইছো।

যদি দল ভাঙি নাযায় তেন্তে কওক- অৰবিন্দ কেজৰিৱালক

বিজেপিক লক্ষ্য কৰি তেওঁ কয়, ‘মোৰ লগতে ছিছ’দিয়া, সঞ্জয় সিং, সত্যেন্দৰ জৈন, বিভৱক জেলত ভৰাই দিয়া হ’ল। পাঁচজন ডাঙৰ নেতাক জেলত ভৰোৱা হ’ল, তথাপিও আমাৰ দল একত্ৰিত। মই আপোনাক প্ৰত্যাহ্বান জনাইছো যে আপোনাৰ দলৰ (বিজেপি) দুজন শীৰ্ষ নেতাক জেলত ভৰাই থওক, যদি দলটো ভাঙি নাযায় তেন্তে মোক কওক।

আপৰ আহ্বায়কগৰাকীয়ে লগতে ইয়াকো কয় যে আৰ এছ এছৰ এজন নেতাই মোক কৈছিল যে আৰ এছ এছে ৭৫ বছৰীয়া শাসন চলি থাকিব বুলি আলটিমেটাম দিছে, কিন্তু মোদীয়ে সন্মতি দিয়া নাই। যেতিয়া নিজৰ পাল পাৰিল তেতিয়া কয় যে, এই নিয়ম মোৰ ওপৰত প্ৰযোজ্য নহ’ব।

প্রাক্তন মুখ্যমন্ত্রী কেজৰিৱালে কয়– মানুহে কয় যে জেললৈ যোৱাৰ ফলত ক্ষতি হ’ল৷ ক্ষতি হৈছিল বুলি মই মানি লওঁ। কিন্তু কেজৰিৱালৰ কোনো লোকচান নহ’ল, মনীষ চিছ’দিয়াৰ কোনো লোকচান নহ’ল, কিন্তু দিল্লীৰ দুই কোটি জনসাধাৰণৰ লোকচান হ’ল৷ দিল্লীৰ চিকিৎসালয়ৰ ভিতৰতে ঔষধ বন্ধ কৰি দিয়া হ’ল। অলপ ভগৱানক ভয় কৰা। কাৰো ইগো জীয়াই থাকিব নোৱাৰে।

তেওঁ কয় যে যদি জনসাধাৰণে অনুভৱ কৰে যে মই সৎ, তেন্তে মোক ভোট দিয়ক, নহ’লে ভোট নিদিব। তেওঁ যি কাম বন্ধ কৰি দিছিল, মই আকৌ আৰম্ভ কৰিম। জেললৈ যোৱাৰ বাবে লোকচান হৈছিল যদিও কেজৰিৱাল আৰু মনীষ চিছ’দিয়াৰ ক্ষতি নহয় দিল্লীৰ জনসাধাৰণৰ ক্ষতি।

অৰবিন্দ কেজৰিৱালে কয়, ‘মই স্বেচ্ছাই তিনিবাৰ পদত্যাগ কৰিলোঁ। যুটীয়া আয়ুক্ত পদৰ পৰা পদত্যাগ কৰি দিল্লীৰ বস্তিত ১০ বছৰ কাম কৰিছিলো। ২০১৩ চনত দিল্লীত মোৰ চৰকাৰ গঠন হোৱাৰ সময়ত ৪৯ দিনৰ ভিতৰত পদত্যাগ কৰি জেলৰ পৰা ওলাই আহি তৃতীয়বাৰৰ বাবে পদত্যাগ কৰিলোঁ। ক্ষমতাৰ প্ৰতি মোৰ সামান্যতম লোভো নাই। মই কিবা এটা কৰিবলৈ আহিছো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: arvind kejriwaldelhiDelhi Former CmDelhi Former MinisterKejriwalPM Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট
বিনোদন

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

August 12, 2026
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক
বিশ্ব

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

August 12, 2026
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?
বিনোদন

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

August 12, 2026
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?
বিনোদন

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

August 12, 2026
Next Post
পূজাৰ সময়ত শনি দেৱৰ স্থান সলনিৰ বাবে লাভবান হ’ব ৭ ৰাশিৰ লোক, ডিচেম্বৰলৈ মজাই মজা

পূজাৰ সময়ত শনি দেৱৰ স্থান সলনিৰ বাবে লাভবান হ'ব ৭ ৰাশিৰ লোক, ডিচেম্বৰলৈ মজাই মজা

আজিৰে পৰা সাৱধান, ২০৫০ ৰ ভিতৰত প্ৰাণ যাব পাৰে ৪ কোটি লোকৰ, পৰিহাৰ কৰক এণ্টিবায়’টিক

আজিৰে পৰা সাৱধান, ২০৫০ ৰ ভিতৰত প্ৰাণ যাব পাৰে ৪ কোটি লোকৰ, পৰিহাৰ কৰক এণ্টিবায়'টিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.