• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজা বাহন সিংহ! নিজা বাহন থকা স্বত্বেও কিয় প্ৰত্যেক বছৰেই দোলা, হাতী, ঘোঁৰা, নৌকাত আহে দেৱী দুৰ্গা?

নিজা বাহন সিংহ! নিজা বাহন থকা স্বত্বেও কিয় প্ৰত্যেক বছৰেই দোলা, হাতী, ঘোঁৰা, নৌকাত আহে দেৱী দুৰ্গা?

3 years ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

1 hour ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

2 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

4 hours ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

17 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

18 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

19 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

19 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

19 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

20 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

20 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

21 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নিজা বাহন সিংহ! নিজা বাহন থকা স্বত্বেও কিয় প্ৰত্যেক বছৰেই দোলা, হাতী, ঘোঁৰা, নৌকাত আহে দেৱী দুৰ্গা?

editor by editor
October 20, 2023
in বিবিধ, বিশ্ব, ভাৰত, লেখা
0
নিজা বাহন সিংহ! নিজা বাহন থকা স্বত্বেও কিয় প্ৰত্যেক বছৰেই দোলা, হাতী, ঘোঁৰা, নৌকাত আহে দেৱী দুৰ্গা?
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শাস্ত্ৰমতে দেৱী দুৰ্গাৰ বাহন হৈছে সিংহ। কিন্তু কিয় প্ৰত্যেকবাৰেই দুৰ্গা নিজৰ বাহনত অহাৰ সলনি হাতী, ঘোৰা, নৌকা নতুবা দোলাত আহে? নিজা বাহন থাকিও এই চাৰিখন যানেই সাৰথি কিয় দশভূজাৰ? প্ৰত্যেকবাৰেই এই চাৰি বাহনৰ কোনোবা এখনেৰে মৰ্ত্যলৈ আহে দেৱী। এইবাৰ ঘোঁৰাৰে মৰ্ত্যলৈ আহিছে দেৱী। প্ৰত্যেকবাৰেই কোনখন বাহনত আহিব সেই কথা কেনেকৈ নিৰ্ধাৰণ কৰা হয়?

দেৱীৰ মৰ্ত্যলৈ আগমন ঘৰৰ জীয়াৰী ঘৰলৈ ঘূৰি অহাধৰণৰেই কথা। ঘৰৰ জীয়াৰীক ঘৰলৈ আনিবৰ বাবে যেনেকৈ গাড়ী পঠিওৱা হয় তেনেকৈয়ে দেৱী দুৰ্গাৰ বাবেও ব্যৱস্থা হয়। মৰ্ত্যলৈ আহিবৰ বাবে দেৱীৰ বাবে পঠিওৱা হয় বাহন। সপৰিয়ালে দেৱীক আনিবলৈ এই চাি বাহন পঠিওৱা হয় মৰ্ত্যৰ পৰা। দুৰ্গা ষষ্ঠীত দেৱীবোধন কৰা হয় যদিও প্ৰকৃততে দেৱী সপ্তমী তিথিতহে ধৰালৈ আহে। সপ্তমীৰ পৰাহে প্ৰকৃততে দেৱী আৰাধনা আৰম্ভ হয়। সেয়ে সপ্তমীৰ অৱস্থান চাইহে দেৱী আগমন কেনেকৈ হ’ব সেয়া নিৰ্ধাৰণ কৰা হয়।

শাস্ত্ৰত কোৱা হয়, ‘ৰবি চন্দ্রে গজাৰূঢ়া, ঘোটকে শনি ভৌময়োঃ,
গুৰৌ শুক্রে চ দোলায়াং, নৌকায়াং বুধবাসৰে’

অৰ্থাৎ সপ্তমী দেওবাৰ বা সোমবাৰ হ’লে দেৱীৰ বাহন হয় হাতী। সপ্তমী শনি বা মঙলবাৰে হ’লে দেৱীৰ বাহন হয় ঘোঁৰা। সপ্তমী বৃহস্পতি বা শুকুৰবাৰে হ’লে দেৱীৰ বাহন হয় দোলা বা পাল্কী। আনহাতে দেৱী বুধবাৰে আহিলে দেৱীৰ বাহন হয় নৌকা।

একেদৰে দশমীতো সাপ্তাহিক অৱস্থান চাইহে দেৱী কিহত উভতিব সেয়া ক’ব পাৰি। দশমী শনি বা সোমবাৰে হ’লে দেৱীৰ বাহন হয় হাতী। দশমী শনি বা মঙলবাৰে হ’লে দেৱীয়ে ঘোঁৰাত বিদায় লয়। দশমী বৃহস্পতি বা শুকুৰবাৰে হ’লে দেৱীয়ে দোলাৰে গমন কৰে। দশমী বুধবাৰ হ’লে দেৱীয়ে নৌকাত গমন কৰে। সাধাৰণতে দেৱীৰ অহা-যোৱা এইকেইখন বাহনতে হয়। যদি কোনো বছৰত দেৱীৰ বাহন সাল-সলনি হয় তেন্তে সেই বছৰেই মৰ্ত্যত অপায়-অমঙ্গল হয় বুলি ভক্তসকলে বিভিন্ন সময়ত প্ৰকাশ কৰি আহিছে।

উল্লেখ্য যে এইবাৰ দেৱীৰ আগমন আৰু গমনে মৰ্ত্যলৈ অশুভ ইংগিত কঢ়িয়াইছে নেকি সেই সম্পৰ্কেও চলিছে চৰ্চা। পঞ্জিকামতে হাতী দেৱীৰ শ্ৰেষ্ঠ বাহন। দেৱীৰ আগমন আৰু গমন হাতীত হ’লে মৰ্ত্যত সুখ-শান্তিয়ে বিৰাজ কৰে। পৰিশ্ৰমৰ সুফল পাই মৰ্ত্যবাসীয়ে। অতিবৃষ্টি-অনাবৃষ্টি নহয়। অয়াৰ পৰিবৰ্তে যিমান প্ৰয়োজন সেই পৰিমানেই বৰষুণ হয়। আনহাতে দুৰ্গাই যদি ঘোঁৰাত বিদায় লয় তেন্তে মৰ্ত্যত সামাজিক, ৰাজনৈতিক আৰু সামৰিক অস্থিৰতাই দেখা দিয়ে। ৰাষ্ট্ৰবোৰৰ মাজত যুদ্ধ হোৱাৰ সম্ভাৱনা থাকে। সামাজিক আৰু ৰাজনৈতিক দিশত বিভিন্ন অস্থিৰতাই বিৰাজ কৰে। দেৱীৰ দোলাত আগমন আৰু দোলাতেই গমন ইও মৰ্ত্যবাসীৰ বাবে ভয়াৱহ ইংগিত বহন কৰে। মৰ্ত্যত মহামাৰী, ভুমিকম্প, খৰাং, যুদ্ধ অসংখ্য মানুহৰ মৃত্যু আদি হ’ব পাৰে। ইপিনে নৌকাত গমনে মনোকামনা পূৰ্ণ কৰে। মৰ্ত্য শস্য শ্যামলা হৈ পৰে। কৃষিকাৰ্যও ভাল হয় বুলি শাস্ত্ৰজ্ঞসকলে দাবী কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!
জীৱনশৈলী

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

October 4, 2026
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন
বাণিজ্য

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

October 4, 2026
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

October 4, 2026
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
Next Post
নৱপত্ৰিকাক গা ধুৱাই আৰম্ভ হ’ল মহাসপ্তমী, গণেশৰ কাষতে থকা কলাবউ প্ৰকৃততে কোন?

নৱপত্ৰিকাক গা ধুৱাই আৰম্ভ হ’ল মহাসপ্তমী, গণেশৰ কাষতে থকা কলাবউ প্ৰকৃততে কোন?

দুৰ্গাষ্টমীৰ অঞ্জলিৰ ফুল বাচি লওক ৰাশি অনুসৰি! সুখী হ’ব দশভূজা, কমিব গ্ৰহদোষ

দুৰ্গাষ্টমীৰ অঞ্জলিৰ ফুল বাচি লওক ৰাশি অনুসৰি! সুখী হ’ব দশভূজা, কমিব গ্ৰহদোষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.