• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱপত্ৰিকাক গা ধুৱাই আৰম্ভ হ’ল মহাসপ্তমী, গণেশৰ কাষতে থকা কলাবউ প্ৰকৃততে কোন?

নৱপত্ৰিকাক গা ধুৱাই আৰম্ভ হ’ল মহাসপ্তমী, গণেশৰ কাষতে থকা কলাবউ প্ৰকৃততে কোন?

3 years ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

15 minutes ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

2 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

4 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

4 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

4 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

5 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

17 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

17 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

18 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

18 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

18 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

নৱপত্ৰিকাক গা ধুৱাই আৰম্ভ হ’ল মহাসপ্তমী, গণেশৰ কাষতে থকা কলাবউ প্ৰকৃততে কোন?

editor by editor
October 21, 2023
in Uncategorized
0
নৱপত্ৰিকাক গা ধুৱাই আৰম্ভ হ’ল মহাসপ্তমী, গণেশৰ কাষতে থকা কলাবউ প্ৰকৃততে কোন?
0
SHARES
407
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দুৰ্গা পূজা আৰম্ভ হ’ল। আজি ২১ অক্টোবৰ শনিবাৰে পালিত হৈছে মহাসপ্তমী। এই দিনটোত পুৱাই নৱপত্ৰিকা বা কলাবউক গা ধুওৱাৰ নিয়ম আছে। নৱপত্ৰিকা বা কলাবউ পূজাৰ চাৰিদিন গণেশৰ কাষতেই থাকে। মহাসপ্তমীতেই দুৰ্গাপূজাৰ ঘট স্থাপন কৰা হয়। কিন্তু কিয় নৱপত্ৰিকাক গণেশৰ পত্নী বুলি কোৱা হয়? কিয় সপ্তমীৰ পুৱাই নৱপত্ৰিকাক গা ধুওৱা হয়?

নৱপত্ৰিকা দুৰ্গাপূজাৰ এৰাব নোৱাৰা অংগ। ইয়াৰ অৰ্থ ৯ বিধ গছৰ পাত। বাস্তৱত নৱপত্ৰিকা নটা পাত নহয়, নবিধ উদ্ভিদ। এইসমূহ হৈছে কাদলী বা ৰম্ভা, কচু, হৰিদ্ৰা বা হালধী, জয়ন্তী, বিল্ব বা বেল, দাড়িম্ব বা দাড়িম, অশোক আৰু ধান। পাতসহ এজোপা কলগছ শিঁপাৰ সৈতে সামৰি এইকেইবিধ লতাও লগত বান্ধি ৰঙা বা বগা শাৰী পিন্ধাই গণেশৰ কাষত থিয় কৰাই পূজাৰ আটাইকেইটা দিনেই আৰাধনা কৰা হয়।

শাস্ত্ৰ অনুসৰি নৱপত্ৰিকাত ৯বিধ উদ্ভিদক দেৱী দুৰ্গাৰ ৯ বিশেষ ৰূপৰ প্ৰতিনিধি ৰূপে আৰাধনা কৰা হয়। এই ৯ ৰূপ হৈথে ব্ৰক্ষ্মাণী, কচ্বধিষ্ঠাত্ৰী কালিকা, হৰিদ্ৰাধিষ্ঠাত্ৰী উমা, জয়ন্ত্যধিষ্ঠাত্ৰী কাৰ্তিকী, বিল্মাধিষ্ঠাত্ৰী শিবা, দাড়িম্বাধিষ্ঠাত্ৰী ৰক্তদন্তিকা, অশোকাধিষ্ঠাত্ৰী শোকৰহিতা, মানাধিষ্ঠাত্ৰী চামুণ্ডা আৰু ধান্যাধিষ্ঠাত্ৰী লক্ষ্মী। এই নতুন দেৱীক একত্ৰে ‘নৱপত্ৰিকাবাসিনী নৱদুৰ্গা’ নামৰ নৱপত্ৰিকাবাসিন্যৈ নৱদুৰ্গায়ৈ নমঃ মন্ত্ৰৰে পূজা কৰা হয়।

সপ্তমীৰ দিনা পুৱা নৱপত্ৰিকাক কাষৰ কোনো নদী বা জলাশয় লৈ যোৱা হয়। পুৰোহিতে নিজেই কান্ধত লৈ যায় নৱপত্ৰিকাক। তাৰ পিছতেই ঢাকীয়ে ঢাক বজাই বজাই আৰু মহিলাসকলে শংখ উৰুলি দি মণ্ডপলৈ আনে। শাস্ত্ৰবিধি মানি গা ধুৱাই নৱপত্ৰিকাক এখন নতুন ৰঙা পাৰিৰ বগা শাৰী পিন্ধোৱা হয়। তাৰপিছতেই মণ্ডপলৈ আনি গণেশৰ কাষত বাওঁহাতে এখন কাঠৰ আসনৰ ওপৰত বহোওৱা হয়। পূজামণ্ডপত নৱপত্ৰিক প্ৰৱেশৰ মাধ্যমেৰে পূজাৰ মূল অনুষ্ঠানৰ সূচনা হয়। নৱপত্ৰিকাক গা ধুৱাই অনাৰ পাছৰে পৰা অন্য সকলৰ সমানেই নৱপত্ৰিকাকো পূজা কৰা হয়। একাংশৰ মতে নৱপত্ৰিকাৰ পূজা প্ৰকৃতপক্ষে শস্যদেৱীৰ পূজা। কৃষিনিৰ্ভৰ অৰ্থনীতিৰ এই দেশত ধৰ্মীয় ক্ৰিয়াকলাপৰ সৈতে কৃষিকৰ্ম জড়িত হৈ আছে। বিভিন্ন দুৰ্গাপূজাৰ বিধিত এই নৱপত্ৰিকাৰ বিভিন্ন বাখ্যা দিয়া হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
দুৰ্গাষ্টমীৰ অঞ্জলিৰ ফুল বাচি লওক ৰাশি অনুসৰি! সুখী হ’ব দশভূজা, কমিব গ্ৰহদোষ

দুৰ্গাষ্টমীৰ অঞ্জলিৰ ফুল বাচি লওক ৰাশি অনুসৰি! সুখী হ’ব দশভূজা, কমিব গ্ৰহদোষ

বুটাম টিপিলেই নিউক্লিয়াৰ এটাক! পুটিনে হাতত লৈ ফুৰিছে বিশেষ ব্ৰীফকেচ

বুটাম টিপিলেই নিউক্লিয়াৰ এটাক! পুটিনে হাতত লৈ ফুৰিছে বিশেষ ব্ৰীফকেচ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.