• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

8 months ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

15 minutes ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

59 minutes ago
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

2 hours ago
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

2 hours ago
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

3 hours ago
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

4 hours ago
ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

5 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

5 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

17 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

17 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

17 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

editor by editor
January 15, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিডনিত পাথৰ বা কিডনি ষ্টোন বৰ্তমান এক সাধাৰণ সমস্যত পৰিণত হৈছে৷ খাদ্যভ্যাসত অনিয়ম আৰু পৰ্যাপ্ত পানী পান নকৰাৰ ফলত এই সমস্যা বাঢ়িব ধৰিছে৷ বহু সময়ত পাথৰৰ আকাৰ সৰু থাকিলে কোনো লক্ষণ প্ৰকাশ নাপায় কিন্তু পাথৰ যেতিয়া কিডনিৰ পৰা মূত্ৰলনীত আহি পৰে তেতিয়াই আৰম্ভ হয় অসহ্য যন্ত্ৰণা৷

আপোনাৰো কিডনিত পাথৰ হৈছে নেকি? সেয়া জানিবলৈ নিৰ্দিষ্ট কিছু উপসৰ্গ আৰু প্ৰাথমিক সংকেত জানি থওক৷

কিডনিত পাথৰৰ ৫টা প্ৰধান উপসৰ্গ

চিকিৎসকৰ মতে, তলৰ লক্ষণসমূহ চাই অৱহেলা নকৰিব দ্ৰুত পৰীক্ষা কৰোৱা উচিত৷

পিঠিৰ তলৰ দিশত বা কঁকালত তীব্ৰ বিষ

কিডনি ষ্টোনৰ সকলোতকৈ ডাঙৰ লক্ষণ হৈছে পিঠিৰ দুই কাষত বিষ৷ পাঁজৰৰ তলত বা তলপেটত হঠাৎ তীব্ৰ বিষ আৰম্ভ হয়৷ এই বিষ বহু সময়ত কঁকালৰ তলৰফালে আহে৷ বিষৰ তীব্ৰতা কেতিয়াবা বাঢ়ে আৰু কেতিয়াবা কমি যায়৷

প্ৰস্ৰাৱৰ ৰং আৰু গোন্ধৰ পৰিবৰ্তন

যদি দেখে যে প্ৰস্ৰাৱৰ ৰং ৰঙা, বাদামী বা ঘোলা হৈছে তেতিয়া সেয়া কিডনিৰ পাথৰৰ ইংগিত হব পাৰে৷ বহু সময়ত পাথৰৰ ঘৰ্ষণত মূত্ৰনলিত ৰক্তপাত হয়৷ ইয়াৰোপৰি প্ৰস্ৰাৱত দুৰ্গন্ধ থকাও ইয়াৰ এক ডাঙৰ লক্ষণ৷

বাৰে বাৰে প্ৰস্ৰাৱ লগা আৰু জ্বলাপোৰা

পাথৰ যেতিয়া মূত্ৰনলীৰ কাষলৈ আহে তেতিয়া বাৰে বাৰে প্ৰস্ৰাৱ লগাৰ সমস্যাই দেখা দিয়ে৷ প্ৰস্ৰাৱ কৰাৰ সময়ত অসহ্য জ্বলাপোৰা বা বিষ হোৱাটোও কিডনি ষ্টোনৰ অন্যতম প্ৰাথমিক লক্ষণ৷

বমি বমি ভাৱ বা বমি হোৱা

কিডনি আৰু পাকস্থলীৰ স্নায়ুৰ মাজত সংযোগ থাকে৷ কিডনিত পাথৰ হলে বা তাত চাপ সৃষ্টি হলে বহু সময়ত বমি বমি ভাৱ বা বমি হব পাৰে৷ ই শৰীৰৰ এক স্বাভাৱিক প্ৰতিক্ৰিয়া৷

জ্বৰ বা কঁপনিৰে শৰীৰ গৰম হৈ অহা

যদি বিষৰ ওপৰিও জ্বৰো আহে আৰু শৰীৰ কঁপি থাকে তেতিয়া বুজিব যে কিডনিৰ ইনফেকশ্ব্যন বা সংক্ৰমণ হৈছে৷ এই সমস্যাই দেখা দিলে তাৎক্ষণিকভাৱে হাস্পতাললৈ যাওক৷

কিডনি পাথৰৰ সমস্যা কেনেকৈ কমাব?

প্ৰচুৰ পৰিমাণে পানী খাওকঃ দিনে অন্তত ৩-৪ লিটাৰ পানী খাওক যাতে প্ৰস্ৰাৱ পৰিষ্কাৰ থাকে৷

নিমখ আৰু অক্সালেট জাতীয় খাদ্য নিয়ন্ত্ৰণঃ অতিৰিক্ত নিমখ, পালেং শাক, বিট আৰু চকলেট বেছি পৰিমাণে খোৱাটো এৰাই চলক৷

নেমুৰ ৰসঃ প্ৰতিদিনে নেমু পানী পান কৰিলে নেমুত থকা ছাইট্ৰেটে পাথৰ জমা হোৱাত বাধা দিয়ে৷

কেতিয়া চিকিৎসকৰ পৰামৰ্শ ল’ব?

যদি বিষ তীব্ৰ হয় আৰু আপুনি চিধা হৈ বহিব নোৱাৰে, প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱা সমস্যাই দেখা দিয়ে বা প্ৰস্ৰাৱ বন্ধ হৈ যায় তেতিয়া দেৰি নকৰি ইউৰলজিষ্টৰ পৰামৰ্শ লওক৷ আলট্ৰাছনোগ্ৰাফি বা চিটি স্কেনৰ মাধ্যমেৰে সহজেই পাথৰৰ উপস্থিতি আৰু অৱস্থান নিৰ্ণয় কৰা সম্ভৱ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?
বিনোদন

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

September 21, 2026
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?
বিশ্ব

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

September 21, 2026
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম
বিনোদন

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

September 21, 2026
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?
জীৱনশৈলী

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

September 21, 2026
Next Post
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

এক পইছা উপাৰ্জনৰ চেষ্টা নাই...প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.