• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰযান-৩য়ে পথ দেখুৱাইছে! আপুনি কেতিয়াবা যদি চন্দ্ৰলৈ যায় তেন্তে জানি থওক দূৰত্ব আৰু সময়ৰ হিচাপ

চন্দ্ৰযান-৩য়ে পথ দেখুৱাইছে! আপুনি কেতিয়াবা যদি চন্দ্ৰলৈ যায় তেন্তে জানি থওক দূৰত্ব আৰু সময়ৰ হিচাপ

3 years ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

5 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

7 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

7 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

8 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

9 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

10 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

11 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

11 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

12 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

1 day ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

চন্দ্ৰযান-৩য়ে পথ দেখুৱাইছে! আপুনি কেতিয়াবা যদি চন্দ্ৰলৈ যায় তেন্তে জানি থওক দূৰত্ব আৰু সময়ৰ হিচাপ

editor by editor
August 31, 2023
in প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
চন্দ্ৰযান-৩য়ে পথ দেখুৱাইছে! আপুনি কেতিয়াবা যদি চন্দ্ৰলৈ যায় তেন্তে জানি থওক দূৰত্ব আৰু সময়ৰ হিচাপ
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জোনবাইৰ দেশলৈ এতিয়া ৰিং এটাৰহে বাট। সৰুৰে পৰাই আইতাৰ মুখত শুনি অহা সাধুকথাৰ জোনবাইৰ বুকুত এতিয়া ভাৰতীয় প্ৰজ্ঞানে অভিযান চলাই আছে। ইছৰোৰ চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ দক্ষিণ মেৰুত উপস্থিত হৈ অভিযান চলাইছে। ভাৰতৰ এই সফলতাৰ পাছতেই একাংশই আকৌ এতিয়া চন্দ্ৰত মাটি কিনাৰ সপোনো ন’কৈ দেখিবলৈ আৰম্ভ কৰিছে।

চন্দ্ৰত মাটি কিনিব ঠিকেই কিন্তু কেতিয়াবা যদি সঁচাকৈয়ে চন্দ্ৰলৈ যোৱাৰ সুযোগ মিলে তেন্তে কেনেকৈ যাব? চন্দ্ৰলৈ পৃথিৱীৰ পৰা দূৰত্ব কিমান ইত্যাদি বিষয়সমূহ জানিবলৈ আগ্ৰহী হৈ উঠিছে। পৃথিৱী আৰু চন্দ্ৰৰ মাজত দূৰত্ব সম্পৰ্কীয় বিষয়টো নিৰ্ভৰ কৰে ৰকেটৰ গতিৰ ওপৰত। বৰ্তমানলৈকে কেৱল নাছাইহে কম সময়তে চন্দ্ৰত উপস্থিত হোৱাৰ ৰেকৰ্ড গঢ়িছে। নাছাৰ মহাকাশযানখনক চন্দ্ৰ পাবলৈ সময় লাগিছিল ৮ ঘণ্টা ৩৫ মিনিট।

এপল-৮ চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল ৬৯ ঘণ্টা ৮ মিনিটত। অন্য দেশৰ যানতকৈ নাছাৰ যানে সৰ্বাধিক কম সময়ৰ ভিতৰত চন্দ্ৰত উপস্থিত হোৱা বুলি দাবী কৰে নাছাই। উল্লেখ্য যে, পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ গড় দূৰত্ব ২লাখ ৩৮ হাজাৰ ৮৫৫ মাইল বা ৩লাখ ৮৪ হাজাৰ ৪০০ কিঃমিঃ। পৃথিৱীৰ কক্ষপথ যিহেতু সম্পূৰ্ণ গোলাকাৰ নহয় সেয়ে এই দূৰত্ব সঠিককৈ কোৱা সম্ভৱ নহয়।

চন্দ্ৰত উপস্থিত হ’বলৈ কিমান সময় লাগে? এই বিষয়টো সম্পূৰ্ণৰূপে যানখনৰ ওপৰত নিৰ্ভৰশীল। বৰ্তমানলৈকে ১৪০ টা মুন মিছন বিজ্ঞানীয়ে কৰিছে। প্ৰত্যেক মিছনৰেই উদ্দেশ্য বেলেগ বেলেগ। বৰ্তমানলৈকে চলোৱা মিছনৰ ভিতৰত সকলোতকৈ কঠিন মিছন হৈছে এপল-১১। মাত্ৰ ৪দিন ৬ঘণ্টা ৪৫ মিনিটত চন্দ্ৰত উপস্থিত হৈছিল এপল-১১। এপল-১০ সকলোতকৈ দ্ৰুততম মহাকাশযান বুলি বিজ্ঞানীয়ে দাবী কৰি আহিছে। এই যানেই সবাতোকৈ কম সময়ত যাত্ৰীক চন্দ্ৰত উপস্থিত কৰাব পাৰে।

উল্লেখ্য যে বিগত ১৪ জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাপ সতীশ ধাৱান স্পেছ চেণ্টাৰৰ পৰা মহাকাশলৈ ৰাওনা হৈছিল চন্দ্ৰযান-৩। চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল ২৩ আগষ্টত। অৰ্থাৎ অৱতৰণৰ প্ৰায় ৪০ দিন পাছত যানখন চন্দ্ৰপৃষ্ঠত উপস্থিত হয়। ইয়াৰপূৰ্বে ২০১০ চনত চীনৰ ছাঙ ই-২ চন্দ্ৰলৈ ৰাওনা হৈছিল। যানখনে মাত্ৰ ৪ দিনতেই চন্দ্ৰপৃষ্ঠত উপস্থিত হয়। তাৰপিছতেই ছোভিয়েট ইউনিয়নৰ ‘লুনা-১’ ৩৬ ঘণ্টাত চন্দ্ৰত উপস্থিত হয়। যিখন ৰকেটত মহাকাশযানক নিক্ষেপ কৰা হৈছিল সেই ৰকেটৰ শক্তিৰ ওপৰতেই যাত্ৰাৰ সময় নিৰ্ভৰ কৰে। ৰাছিয়াৰ লুনা-২৫ মাত্ৰ ১২-১৩ দিনৰ ভিতৰত চন্দ্ৰত উপস্থিত হ’ব বুলি দাবী কৰিছিল ৰাছিয়ান মহাকাশ সংস্থাটোৱে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
ক্ষমতা মানেই বিষ… মাতৃক তেতিয়া প্রধানমন্ত্ৰীৰ আসনত বহিবলৈ নিদিয়াৰ জেদ কৰা ৰাহুলে এইবাৰ সুযোগ পালে প্রধানমন্ত্ৰীৰ আসনত বহিবনে? ৰাহুল নহ’লে কোন হ’ব ইণ্ডিয়া জোঁটৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী?

ক্ষমতা মানেই বিষ... মাতৃক তেতিয়া প্রধানমন্ত্ৰীৰ আসনত বহিবলৈ নিদিয়াৰ জেদ কৰা ৰাহুলে এইবাৰ সুযোগ পালে প্রধানমন্ত্ৰীৰ আসনত বহিবনে? ৰাহুল নহ’লে কোন হ’ব ইণ্ডিয়া জোঁটৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী?

ঘৰুৱা চিলিণ্ডাৰৰ পাছত এইবাৰ দাম কমিল বাণিজ্যিক চিলিণ্ডাৰৰো! বাণিজ্যিক চিলিণ্ডাৰত কেইটকা হ্ৰাস কৰিলে মোদী চৰকাৰে?

ঘৰুৱা চিলিণ্ডাৰৰ পাছত এইবাৰ দাম কমিল বাণিজ্যিক চিলিণ্ডাৰৰো! বাণিজ্যিক চিলিণ্ডাৰত কেইটকা হ্ৰাস কৰিলে মোদী চৰকাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.