ভুমিকম্পই জোকাৰি গ’ল অসম, সন্ধিয়া অহা এই কম্পনৰ অভিকেন্দ্ৰ কাৰ্বি আংলং
আজি শুকুৰবাৰে সন্ধিয়া অবা এক ভুমিকম্পই জোকাৰি যায় অসম। ৰাষ্ট্ৰীয় ভু-বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি এই ভুমিকম্পৰ অভিকেন্দ্ৰ কাৰ্বি আংলং।
ভুমিকম্পটোৰ প্ৰাবল্য অৱশ্যে একেবাৰে কম, যাৰ বাবে ইয়াৰ অনুভুতি কাৰ্বি আংলংৰ লগতে ইয়াৰ চুবুৰীয়া জিলা কেইখনত হে হয়। সমগ্ৰ অসমত ইয়াৰ অনুভুতি অনুভুত নহয়।

সন্ধিয়া ৬ বাজি ৩৬ মিনিটত অহা এই ভুমিকম্পৰ প্ৰাবল্য আছিল ২.৮ ৰিখটাৰ স্কেল। সমতলৰ পৰা ২৫ কিলোমিটাৰ গভীৰতাত এই ভুমিকম্পৰ অভিকেন্দ্ৰ বুলি ভু-বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















