• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱাই ভূমিকম্প, ডাঙৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা অসম তথা উত্তৰ পূৱত

পুৱাই ভূমিকম্প, ডাঙৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা অসম তথা উত্তৰ পূৱত

2 years ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

36 minutes ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

2 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

2 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

15 hours ago
অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

16 hours ago
ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

16 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

17 hours ago
বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

17 hours ago
কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

18 hours ago
মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

19 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

‘অসমত ১৮ বছৰৰ ওপৰৰ কোনো লোকক প্ৰদান কৰা নহ’ব আধাৰ কাৰ্ড’, সিদ্ধান্ত কেবিনেটৰ

20 hours ago
Surya Gochar 2026: ১৫ জুনৰ পৰা মেষ ৰাশিকে ধৰি এই ৪ টা ৰাশিৰ আহিব ভাল সময়!

Surya Gochar 2026: ১৫ জুনৰ পৰা মেষ ৰাশিকে ধৰি এই ৪ টা ৰাশিৰ আহিব ভাল সময়!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পুৱাই ভূমিকম্প, ডাঙৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা অসম তথা উত্তৰ পূৱত

editor by editor
March 21, 2024
in অসম, উত্তৰ-পূব
0
পুৱাই ভূমিকম্প, ডাঙৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা অসম তথা উত্তৰ পূৱত
0
SHARES
13.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৱাই ভূমিকম্প, ডাঙৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা অসম তথা উত্তৰ পূৱত

বিগত কিছুদিন ধৰি সৰু সৰু ভূমিকম্পই জোকাৰি আছে অসমৰ লগতে উত্তৰ-পূৱৰ দুই এখন ৰাজ্যক। আজি পুৱতি নিশাও দুটাকৈ মৃদু ভূইকঁপে জোকাৰি যায় অৰুণাচল প্ৰদেশ।

ভূমিকম্প দুটাৰ উৎপত্তিস্থল পাহাৰীয়া ৰাজ্যখনৰ পূব কামেং জিলা বুলি জানিব পৰা গৈছে।

প্ৰথম ভূমিকম্পটো অনুভূত হয় পুৱতি নিশা ৩ বাজি ৪০ মিনিটত। ইয়াৰ প্ৰাৱল্য ৩.৪ ৰিখাটাৰ স্কেল।

আনহাতে দ্বিতীয় ভূমিকম্পটো অনুভূত হয় পুৱা ৫ বাজি ১৩ মিনিট আৰু ৰিখাটাৰ স্কেলত প্ৰাৱল্য ৩.২।

দ্বিতীয় ভূমিকম্পৰ জোকাৰণি অৰুণাচল প্ৰদেশৰ লগতে অসমৰো উত্তৰ অংশৰ কিছু কিছু অঞ্চলত অনুভূত হয় বুলি জানিব পৰা গৈছে।

নেশ্যনেল চেন্টাৰ ফৰ ছেচম’ল’জীৰ তথ্যত প্ৰকাশ পাইছে দুয়োটা ভূমিকম্পৰ তথ্য। লগতে ইয়াকো প্ৰকাশ পাইছে যে, উত্তৰ পূৱৰ কোনো ঠাইত কিছুদিনৰ ভিতৰতে  ডাঙৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: #Northeastindiaarunachal pradeshassamearthquakeNorthEast
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
অসম

‘অসমত ১৮ বছৰৰ ওপৰৰ কোনো লোকক প্ৰদান কৰা নহ’ব আধাৰ কাৰ্ড’, সিদ্ধান্ত কেবিনেটৰ

June 13, 2026
অসমৰ এগৰাকী UNSUNG HERO. ৮৫ বছৰ বয়সতো এথলেটিকছত পদক জয় কৰাৰ কাহিনী
জীৱনশৈলী

অসমৰ এগৰাকী UNSUNG HERO. ৮৫ বছৰ বয়সতো এথলেটিকছত পদক জয় কৰাৰ কাহিনী

June 13, 2026
EMIৰ বোজাত ভাৰাক্ৰন্ত নেকি? ঋণ সোনকালে শেষ কৰাৰ কেইটামান উপায়
জীৱনশৈলী

EMIৰ বোজাত ভাৰাক্ৰন্ত নেকি? ঋণ সোনকালে শেষ কৰাৰ কেইটামান উপায়

June 13, 2026
অসমীয়া চলচ্চিত্ৰৰ পুনৰুত্থানৰ ঐতিহাসিক সন্ধিক্ষণত ‘চুপা চুপি’, দৰ্শকৰ অভাৱনীয় সঁহাৰি
বিনোদন

অসমীয়া চলচ্চিত্ৰৰ পুনৰুত্থানৰ ঐতিহাসিক সন্ধিক্ষণত ‘চুপা চুপি’, দৰ্শকৰ অভাৱনীয় সঁহাৰি

June 13, 2026
Next Post
হোলীত কিদৰে ল’ব ছালৰ যতন, তাৰ বাবে ঘৰতে প্ৰস্তুত কৰক ফাকুৱা

হোলীত কিদৰে ল'ব ছালৰ যতন, তাৰ বাবে ঘৰতে প্ৰস্তুত কৰক ফাকুৱা

বিয়া পাতি লৈ বিপদ ? কংকাল হৈ পৰিছে ৰনদীপ হুদা, ফটো দেখি কান্দি পেলালে মাতৃয়ে

বিয়া পাতি লৈ বিপদ ? কংকাল হৈ পৰিছে ৰনদীপ হুদা, ফটো দেখি কান্দি পেলালে মাতৃয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.