• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ বাবে আত্মবিসৰ্জন দিয়া অমিত শ্বাহৰ ৰাজনৈতিক উত্থানৰ কাহিনী পঢ়িব লাগিব স্কুলীয়া ছাত্ৰই!NCERT-ক আবেদন জনালে কেন্দ্ৰই

দেশৰ বাবে আত্মবিসৰ্জন দিয়া অমিত শ্বাহৰ ৰাজনৈতিক উত্থানৰ কাহিনী পঢ়িব লাগিব স্কুলীয়া ছাত্ৰই!NCERT-ক আবেদন জনালে কেন্দ্ৰই

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

3 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

3 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, February 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেশৰ বাবে আত্মবিসৰ্জন দিয়া অমিত শ্বাহৰ ৰাজনৈতিক উত্থানৰ কাহিনী পঢ়িব লাগিব স্কুলীয়া ছাত্ৰই!NCERT-ক আবেদন জনালে কেন্দ্ৰই

দেশৰ বাবে আত্মবিসৰ্জন দিয়া অমিত শ্বাহৰ ৰাজনৈতিক উত্থানৰ কাহিনী পঢ়িব লাগিব স্কুলীয়া ছাত্ৰই! NCERT-ক আবেদন জনালে কেন্দ্ৰই

editor by editor
February 21, 2025
in জীৱনশৈলী, ভাৰত, ৰাজনীতি, লেখা, শিক্ষা
0
দেশৰ বাবে আত্মবিসৰ্জন দিয়া অমিত শ্বাহৰ ৰাজনৈতিক উত্থানৰ কাহিনী পঢ়িব লাগিব স্কুলীয়া ছাত্ৰই!NCERT-ক আবেদন জনালে কেন্দ্ৰই
0
SHARES
734
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্কুলৰ পাঠ্যপুথিত এইবাৰ স্থান পাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ হাতত তুলি দিয়া হ’ব পাৰে তেওঁৰ ৰাজনৈতিক জীৱনত আখ্যান৷ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই অনুৰোধ পঠিওৱা হৈছে National Council of Educational Research and Training (NCERT)-ক৷ শ্বাহৰ ফেন ক্লাবৰ তৰফৰ পৰা এই অনুৰোধ অহা বুলি জনাইছে কেন্দ্ৰই৷

স্কুলৰ পাঠ্যপুথি তৈয়াৰৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত লয় NCERTয়ে৷ শ্বাহৰ ৰাজনৈতিক জীৱনী স্কুলীয়া ছাত্ৰই পঢ়িব পৰাকৈ চপা কৰিবলৈ সেই সিদ্ধান্ত সম্পূৰ্ণ তেওঁলোকৰ৷ সেয়ে NCERTক অনুৰোধ জনাই পত্ৰ লিখিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগে৷ উত্তৰপ্ৰদেশৰ গোৰক্ষপুৰৰ ‘Amit Shah Youth Brigade’  নামৰ এক সংস্থাৰ প্ৰেছিডেণ্ট এছ কে শুক্লই সেই মৰ্মে পিটিছনো জনা দিছিল বুলি জনাইছে কেন্দ্ৰই৷ বিষয়টোক সেয়ে বিশেষভাৱে গুৰুত্ব দিছে কেন্দ্ৰই৷

২০১৪ চনত কেন্দ্ৰত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পাছতেই জাতীয় ৰাজনীতিত শ্বাহৰ অভূতপূৰ্ব উত্থানো ঘটিছে৷ এই মুহূৰ্তত দেশৰ দ্বিতীয় শক্তিশালী ৰাজনৈতিক নেতা হিচাপেও তেওঁক গণ্য কৰা হয়৷ আনকি বিজেপিৰ ভিতৰতো বহুতে তেওঁক মোদীৰ উত্তৰাধিকাৰী হিচাপেও গণ্য কৰে৷ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে সেয়ে বিশেষ প্ৰতিযোগিতা আছে শ্বাহৰ৷ যোগীকো একাংশই মোদীৰ উত্তৰাধিকাৰীৰ দৃষ্টিৰে চাই বাবেই দুয়োৰে মাজত আছে এখন শীতল যুদ্ধও৷ কিন্তু তাৰমাজতো শ্বাহৰ ফেন ক্লাব পৰিচালিত হয় উত্তৰপ্ৰদেশৰ গোৰক্ষপুৰৰ পৰা৷ যোগীৰ ৰাজ্যৰ পৰাই পৰিচালিত হয় এই ফেন ক্লাব৷

সেই ফেন ক্লাবৰ অনুৰোধতেই শ্বাহৰ ৰাজনৈতিক জীৱনৰ আখ্যান স্কুলীয়া পাঠ্যপুথিত ৰখাক লৈ বিশেষ আবেদন পঠিওৱা হৈছে৷ এই বিষয়টো NCERTক বিবেচনা কৰিবলৈকো অনুৰোধ জনাইছে কেন্দ্ৰই৷ এই সমস্ত খবৰ প্ৰকাশ পাইছে The Telegraphত৷ The Telegraphত সাক্ষাৎকাৰ দিছে ফেন ক্লাবৰ প্ৰেছিডেণ্টে৷ তেওঁ The Telegraphক জনাইছে যে বিগত বছৰ ১৮ ডিচেম্বৰত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক চিঠি লিখি শ্বাহৰ ৰাজনৈতিক জীৱনৰ আখ্যান স্কুলৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিবলৈ তেওঁ অনুৰোধ জনাইছিল৷

এই অনুৰোধক লৈ NCERT-য়ে কি সিদ্ধান্ত লয় সেয়া তেওঁলোকে স্পষ্টৰূপত বৰ্তমানো প্ৰকাশ কৰা নাই৷ অৱশ্যে সক্ৰিয় ৰাজনীতিত যুক্ত কোনো ব্যক্তিৰ জীৱন বৃত্তান্ত পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰাৰ নজিৰ বৰ্তমানলৈকে NCERT-ত নাই৷ শ্বাহৰ জীৱনবৃত্তান্তও সেয়ে প্ৰকাশ পাবনে সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷

উল্লেখযোগ্য যে শ্বাহৰ সেই ফেন ক্লাবৰ প্ৰেছিডেণ্টে পূৰ্বেই ‘Mansa Nagar Se Sansad Tak’ নামৰ এখন গ্ৰন্থ লিখিছে৷ তেওঁৰ দাবী শ্বাহৰ জীৱন, দেশৰ প্ৰতি তেওঁৰ অবদানৰ সকলো কথা ছাত্ৰ ছাত্ৰীয়ে জনা উচিত৷ দেশৰ বাবেই আত্মবিসৰ্জন দিছে অমিত শ্বাহে৷ ধনী পৰিয়ালত জন্ম হৈয়ো সমস্ত বিলাসিতা ত্যাগ কৰিছে অমিত শ্বাহে৷ যুৱসমাজৰ মাজলৈ তেওঁৰ সংঘৰ্ষৰ কাহিনী গৈ পোৱা উচিত৷ তেওঁক লৈ দেশৰ যুৱসমাজে গৱেষণা কৰা উচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
নিজৰ বীৰ্যতেই এলাৰ্জি! কিমান ভয়ানক এই ৰোগ? ২২ বছৰীয়া যুৱক আক্ৰান্ত হোৱা এই সংগম এলাৰ্জি কি?

নিজৰ বীৰ্যতেই এলাৰ্জি! কিমান ভয়ানক এই ৰোগ? ২২ বছৰীয়া যুৱক আক্ৰান্ত হোৱা এই সংগম এলাৰ্জি কি?

৬০ বছৰ পাছত মহাশিৱৰাত্ৰিত বিৰল শুভ যোগ, চকুত লগা উন্নতি এই ৩ৰাশিৰ জাতকৰ

৬০ বছৰ পাছত মহাশিৱৰাত্ৰিত বিৰল শুভ যোগ, চকুত লগা উন্নতি এই ৩ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.