• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোকিলকণ্ঠীৰ বিদায়; সংগীত জগতৰ এক অবিস্মৰণীয় প্ৰতিভাৰ নাম লতা মংগেশকাৰ

কোকিলকণ্ঠীৰ বিদায়; সংগীত জগতৰ এক অবিস্মৰণীয় প্ৰতিভাৰ নাম লতা মংগেশকাৰ

4 years ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

9 minutes ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

32 minutes ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

53 minutes ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

2 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

3 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

3 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

4 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

5 hours ago
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

6 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

6 hours ago
8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

7 hours ago
পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কোকিলকণ্ঠীৰ বিদায়; সংগীত জগতৰ এক অবিস্মৰণীয় প্ৰতিভাৰ নাম লতা মংগেশকাৰ

editor by editor
February 6, 2022
in অসম, ক'ভিড-১৯, গুৱাহাটী, বিনোদন, ভাৰত, সংগীত
0
কোকিলকণ্ঠীৰ বিদায়; সংগীত জগতৰ এক অবিস্মৰণীয় প্ৰতিভাৰ নাম লতা মংগেশকাৰ
0
SHARES
188
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় সংগীত জগতৰ এক অবিস্মৰণীয় প্ৰতিভাৰ নাম লতা মংগেশকাৰ। ৪০ৰ দশকৰ পৰা লতা মংগেশকাৰৰ কণ্ঠই মোহাচ্ছন্ন কৰি ৰাখিছে প্ৰতিজন সংগীপ্ৰেমীক। ভাৰতীয় সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা বৰণ্যে অৱদানৰ বাবে তেওঁক কোৱা হৈছিল কোকিলকণ্ঠী গায়িকা, মেলডি কুইন। মূলত হিন্দী আৰু মাৰাঠী ভাষা গীত পৰিৱেশন কৰা উপৰি দেশী-বিদেশী ৩৬টা ভাষাত গীত গাইছিল লতা দিদিয়ে।

তেওঁ প্ৰায় ৩৫ হাজাৰ গীতত কণ্ঠ নিগৰাইছিল। ১৯৪২ চনত ১৩ বছৰ বয়সতে মাৰাঠী চলচ্চিত্ৰত গীত গাইছিল কোকিলকণ্ঠী গায়িকাগৰাকীয়ে। ১৯৪৩ চনত প্ৰথমটো হিন্দী গীত বাণীবদ্ধ কৰিছিল গায়িকাগৰাকীয়ে। ১৯৬৯ চনত পদ্মভূষণ সন্মানেৰে বিভূষিত হৈছিল লতা মংগেশকাৰ। ১৯৯৯ চনত বিভূষিত হৈছিল পদ্ম বিভূষণ সন্মানেৰে। কোকিলকণ্ঠী গায়িকাগৰাকীক ২০০১ চনত প্ৰদান কৰা হৈছিল ‘ভাৰতৰত্ন’ সন্মান। তেওঁ ৩বাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। ১৯৮৯ চনত লাভ কৰিছিল ‘দাদা চাহেব ফাল্কে’ বঁটা।  ২০০৯ চনত লাভ কৰিছিল ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitallata mangeshkarNightingale of Indiaqueen of melody
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড
বিনোদন

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

March 17, 2026
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?
বিনোদন

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

March 16, 2026
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য
বিনোদন

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

March 16, 2026
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?
চিনেমা

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

March 16, 2026
Next Post
অ’মিক্ৰণৰ জন্ম ৰহস্য ফাদিল! ক’ৰ পৰা কনেকৈ জন্ম হৈছিল অ’মিক্ৰণ?

অ’মিক্ৰণৰ জন্ম ৰহস্য ফাদিল! ক’ৰ পৰা কনেকৈ জন্ম হৈছিল অ’মিক্ৰণ?

ভূপেনদাৰ সংসাৰত কেণা লাগিছিল লতা দিদিৰ বাবে…!

ভূপেনদাৰ সংসাৰত কেণা লাগিছিল লতা দিদিৰ বাবে…!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.