চৰকাৰৰ মুখলৈ চাই ৰৈ আছে তেওঁ। বানে উটুৱাই নিলে ঘৰ, পথাৰ সকলো। যিকোনো মুহূৰ্তত নিঃশেষ হ’ব ধোদৰআলি। ৰক্ষণাবেক্ষণৰ দাবী চৰকাৰলৈ।